• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ঝাৰখণ্ডত দুসপ্তাহলৈ ল’কডাউন বৃদ্ধি; কেন্দ্ৰৰ শিথিলকৰণক কাৰ্যকৰী নকৰে ঝাৰখণ্ড চৰকাৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
May 3, 2020 6:08 pm
Hemant_Soren_PTI_
566
VIEWS
Share on FacebookShare on Twitter

ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশজুৰি তৃতীয় পৰ্যায়ৰ ল’কডাউন দুসপ্তাহলৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে।

তেনে সময়তে ঝাৰখণ্ড চৰকাৰেও ৰাজ্যজুৰি দুসপ্তাহলৈ নিজাববীয়াকৈ বৃদ্ধি কৰিছে ল’কডাউন।

এই বৰ্ধিত ল’কডাউনত ঝাৰখণ্ড ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া শিথিলকৰণ কাৰ্যকৰী নকৰে।

উল্লেখ্য যে কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে চৰকাৰে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ প্ৰাদুৰ্ভাৱলৈ লক্ষ্য কৰি ভৌগোলিকভাৱে ৰেড, অৰেঞ্জ আৰু গ্ৰীণ জ’নত বিভক্ত কৰি জ’নভিত্তিক ল’কডাউনৰ শিথিলকৰণৰ কিছুমান ব্যৱস্থা কৰিছিল।

আজি অনুষ্ঠিত ঝাৰখণ্ড চৰকাৰৰ উচ্চস্তৰীয় বৈঠকৰ পিছত মুখ্যমন্ত্ৰী হেমন্ত চুৰেণে ঘোষণা কৰে যে ৰাজ্যখনত ২ সপ্তাহলৈ ল’কডাউন বৃদ্ধি কৰা হৈছে আৰু ল’কডাউনকালীন অৱস্থাত কেন্দ্ৰই জাৰি কৰা শিথিলকৰণ ব্যৱস্থাসমূহ ৰাজ্যখনত কাৰ্যকৰী কৰা নহ’ব।

ইফালে হায়দৰাবাদত আৱদ্ধ ৰাজ্যখনৰ ২,৫০০ প্ৰব্ৰজিত শ্ৰমিক আৰু কোটাত আৱদ্ধ শিক্ষাৰ্থীসকলক দুখন বিশেষ ৰেইলেৰে উভতাই অনা হ’ব বুলি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে।

ৰাজ্য শ্ৰম বিভাগে জনাইছে যে ঝাৰখণ্ডৰ বাহিৰত থকা প্ৰায় ৯,৫০,০০০ গৰাকী প্ৰব্ৰজিত শ্ৰমিক, শিক্ষাৰ্থীৰ লগতে অন্যান্য লোকৰ সৈতে ৰাজ্য চৰকাৰে সম্পৰ্ক স্থাপন কৰিছে।

উল্লেখ্য যে ঝাৰখণ্ডৰ ২৪ খন জিলাৰ ১২ খনত ১১৫ গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে তিনিজন আক্ৰান্তৰ মৃত্যু ঘটিছে। ২২ গৰাকী আক্ৰান্ত কোভিড১৯ৰ পৰা নিৰাময় লাভ কৰিছে।

Tags: COVID-19

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd