DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

গ্ৰন্থাগাৰ নিৰ্মাণৰ সিদ্ধান্ত ঝাৰখণ্ডৰ নতুন মুখ্য মন্ত্ৰী হেমন্ত ছোৰেনৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 30, 2019 5:54 pm
HEMANT Soren

হেমন্ত ছোৰেন, উৎস-ইণ্টাৰনেট

712
VIEWS
Share on FacebookShare on Twitter

ঝাৰখণ্ডৰ নৱ নিৰ্বাচিত মুখ্য মন্ত্ৰী হেমন্ত ছোৰেনে উপহাৰ হিচাপে ফুলৰ তোড়াৰ পৰিৱৰ্তে কিতাপ আগবঢ়াবলৈ আহ্বান জনাইছে।

ঝাৰখণ্ডৰ শেহতীয়া নিৰ্বাচনত বিজেপি চৰকাৰক উৎখাত কৰি ৰাজ্যখনৰ নতুন মুখ্য মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা হেমন্ত ছোৰেনক বিভিন্ন লোকে নিৰ্বাচনত বিজয়ৰ পাছতে উপহাৰ হিচাপে ফুলৰ তোড়াৰে শুভেচ্ছা জ্ঞাপন কৰিছিল।

ফুলৰ তোড়াৰ উপহাৰ লাভ কৰাৰ পাছত ছোৰেনে অনুৰাগী সকলক ফুলৰ তোড়াৰ সলনি কিতাপৰ তোপলা আগবঢ়াবলৈ আহ্বান জনাই আৰু মুখ্য মন্ত্ৰী গৰাকীৰ আহ্বানৰ পাছতে অনুৰাগী সকলে তেওঁলৈ ২৪ ঘণ্টাৰ ভিতৰতে ২০০ খন কিতাপ আগবঢ়ায়।

এই কথাত অতি আনন্দিত হৈ পৰা মুখ্য মন্ত্ৰী হেমন্ত ছোৰেনে উপহাৰস্বৰূপে লাভ কৰা কিতাপেৰে এটা গ্ৰন্থাগাৰ নিৰ্মাণৰ পৰিকল্পনা কৰিছে।

ছোৰেনে পৰৱৰ্তী সময়ত ৰাইজে উপহাৰ হিচাপে আগবঢ়োৱা কিতাপেৰে নিৰ্মাণ কৰিবলগীয়া গ্ৰন্থাগাৰটোক বিশাল ৰূপ দিয়াৰ বাবে চেষ্টা কৰিব বুলিও কয়।

উল্লেখযোগ্য ঝাৰখণ্ডৰ শেহতীয়া নিৰ্বাচনত ঝাৰখণ্ড মুক্তি মৰ্চা আৰু কংগ্ৰেছে মিত্ৰজোট হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈ শাসনাধিষ্ঠ বিজেপিক পৰাস্ত কৰি চৰকাৰ গঠন কৰে।

Recent News

khanapara teer result

Khanapara Teer Result : খানাপাৰা তীৰৰ আজিৰ ফলাফল 04 July, 2022 : Khanapara Teer Target, Khanapara Teer Common Number

Assam Career

Assam Career : ARIAS Societyৰ নিয়োগ জাননী প্ৰকাশ, কিদৰে কৰিব আবেদন?

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

গল্পকাৰ বিপুল খাটনিয়াৰৰ মৃত্যুৰ বৰ্ষপূৰ্তিত বক্তৃতানুষ্ঠানৰ আয়োজন

গল্পকাৰ বিপুল খাটনিয়াৰৰ মৃত্যুৰ বৰ্ষপূৰ্তিত বক্তৃতানুষ্ঠানৰ আয়োজন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd