• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অচিৰেই অন্ত পৰিব সস্তাতে “ম’বাইল ডেটা” পোৱাৰ যুগ; Jio-কে ধৰি সকলোৱে বঢ়াব ডেটা প্লেনৰ দাম

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 22, 2019 7:12 pm

1 min read

jio

প্ৰতিনিধিত্বমূলক ছবি।

10.9k
VIEWS
Share on FacebookShare on Twitter

দেশত চলি থকা প্ৰায় সকলো টেলিকম কোম্পানিয়েই ইয়াৰ ডেটা ৰিচাৰ্জ পেকৰ দাম বৃদ্ধি কৰাৰ সিদ্ধান্তৰ দিশে আগ বঢ়াৰ পৰিপ্ৰেক্ষিতত অচিৰেই সস্তাতে ম’বাইল ডেটা পোৱাৰ যুগৰ অন্ত পৰাৰ সম্ভাৱনাই দেখা দিছে।

Jio, Vodafone Idea, Airtel-কে ধৰি প্ৰায়বোৰ টেলিকম কোম্পানিৰ ভিতৰুৱা খবৰ মতে, অহা মাহৰ পৰাই এইবোৰৰ প্ৰিপেইড টেৰিফ প্লানৰ দাম ২০ শতাংশ বৃদ্ধি হোৱাটো প্ৰায় নিশ্চিত।

মুকেশ আম্বানিৰ Reliance Jio-ই আজি তিনি বছৰ পূৰ্বে সূচনা কৰা বিনামূলীয়া ভইচ কল আৰু তুলনামূলকভাৱে কেইবাগুণ সস্তাত ডেটা দিয়াৰ পিছত ভাৰতৰ গ্ৰাহকসকল দৈনিক অতি কম টকাৰ বিনিময়ত পৰ্য্যাপ্ত ডেটা ব্যৱহাৰত অভ্যস্ত হৈ পৰিছিল।

Jio-ৰ এই বৃহৎ অফাৰে আন আন টেলিকম কোম্পানিবোৰৰ গ্ৰাহকৰ খহনীয়া সৃষ্টি কৰিছিল। ইয়াৰোপৰি বাকীবোৰ কোম্পানিয়েও তেওঁলোকৰ টেৰিফ প্লান সলাই কম দামত ডেটা আগ বঢ়াবলৈ বাধ্য হৈছিল।

যোৱা মাহত Jio-ই বিনামূলীয়া ভইচ কলৰ ঠাইত ইয়াৰ গ্ৰাহকসকলক অন্য টেলিকম কোম্পানিলৈ ফোন কৰিলে (ম’বাইলৰ পৰা ম’বাইললৈ) কৰিলে প্ৰতি মিনিটত ৬ পইচাকৈ চাৰ্জ আৰোপ কৰাৰ কথা ঘোষণা কৰিছিল।

সূত্ৰটোৰ মতে, যিসকলে নৱেম্বৰৰ ভিতৰত তিনি মহীয়া বা তাতকৈ অধিক দিনৰ প্লান ৰিচাৰ্জ কৰিব তেওঁলোকে অৱশ্যে এতিয়াৰ হাৰতে ডেটা লাভ কৰিব।

Recent News

তামুলপুৰৰ দুৰ্ভগীয়া পৰিয়ালৰ কাহিনী

এটি দুর্ভগীয়া পৰিয়াল! লকডাউনৰ মাজতে হোৱা দুৰ্ঘটনাৰ পাছত এক জীয়া জীৱন সংগ্ৰামৰ কাহিনী

a melas

অসম চুক্তিৰ ৬ নং দফা ৰূপায়ন আৰু বিদেশী সমস্যা সমাধানৰ দাবীত বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী

a melas

ক্ষমতাত নথকা ট্ৰাম্পৰ সৈতে ফটো এখন উঠিবলৈও অনিচ্ছা মেলানিয়াৰ! চাওঁক ভিডিঅ’

couple died corona after celebrating 70th anniversary

মাৰাত্মক কৰ’না! নিজৰ ৭০তম বিবাহবাৰ্ষিকী উদযাপন কৰাৰ পাছতে কৰ’নাত মৃত্যু দম্পতিৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd