• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home অটো

Jio ৰ নতুন অফাৰ : এবছৰৰ বাবে লাভ কৰক বিনামূলীয়া এই সেৱা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 12, 2019 12:37 pm

1 min read

jionew

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

30.4k
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় টেলিকম জগতত জিঅ’ৰ আবিৰ্ভাৱৰ পাছৰে পৰা হয়তো আপোনালোকে জিঅ’ৰ বিষয়ে শুনিবলৈ পাই আহিছে। জিঅ’ই ভাৰতৰ প্ৰতিটো টেলিকম প্ৰতিষ্ঠানকে যথেষ্ট প্ৰত্যাহবান জনাবলৈ সক্ষম হৈছে। জিঅ’ই প্ৰতিষ্ঠা লাভৰ দিনৰ পৰাই ইয়াৰ গ্ৰাহকসকলৰ বাবে বিশেষ অফাৰ সমূহ সময়ে সময়ে লৈ আহিছে।

অলপতে জিঅ’ই ইয়াৰ গ্ৰাহকসকলৰ বাবে এক বিশেষ অফাৰ লৈ আহিছে। এই অফাৰ অনুসৰি কোম্পানীটোৰ তৰফৰ পৰা ইয়াৰ গ্ৰাহকসকলক বিনামূলীয়া প্ৰাইম মেম্বাৰ হোৱাৰ সুবিধা প্ৰদান কৰিছে। জিঅ’ৰ প্ৰাইম মেম্বাৰৰ বছৰেকীয়া মাচুল আছিল ৯৯ টকা কিন্তু এতিয়াৰে পৰা এই মেম্বাৰশ্বিপ সম্পূৰ্ণ বিনামূলীয়া হ’ব।

জিঅ’ৰ বিনামূলীয়া প্ৰাইম মেম্বাৰশ্বিপৰ বাবে প্ৰথমতে মাই জিঅ’ এপলৈ যাব লাগিব আৰু তাৰপৰা মাই প্লান অংশলৈ গ’লে তেওঁলোকে আপোনাৰ ফ্ৰী জিঅ’ প্ৰাইম মেম্বাৰ শ্বিপৰ বাবে অনুৰোধ লাভ কৰিব আৰু আপোনাৰ নম্বৰটো ফ্ৰী জিঅ’ প্ৰাইম মেম্বাৰশ্বিপৰ বাবে পঞ্জীয়ন হৈ যাব।

আনহাতে, ফ্ৰী জিঅ’ প্ৰাইম মেম্বাৰশ্বিপত আপোনাৰ নম্বৰ পঞ্জীয়ন হোৱাৰ লগে লগে আপুনি ৰিলায়েঞ্চ জিঅ’ প্ৰাইমৰ সুবিধা সমূহ উপভোগ কৰিব পাৰিব। ইয়াত উপলব্ধ সুবিধা সমূহৰ ভিতৰত লাইভ মিউজিক, জিঅ’ মিউজিক আৰু লাইভ টিভি আদি সেৱা অন্যতম।

Recent News

Screenshot_20210124_172110

কা বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ মাৰ্ঘেৰিটা আছুৰ; আৰক্ষীৰে হতাহতি প্ৰতিবাদকাৰীৰ

a track

কৃষকৰ ট্ৰেক্টৰ ৰেলীত অনুমতি দিল্লী আৰক্ষীৰ,৩০৮ টা টুইটাৰ একাউণ্টেৰে ৰেলী বিঘ্নিত কৰাৰ চেষ্টা পাকিস্তানৰ

a family_600c1789a132e

এজন লোকৰ ২৭ গৰাকী ঘৈণী, সন্তানৰ সংখ্যা ১৫০! ক’ত?

FB_IMG_1611484341539

“সহায়-The Helping Hand” নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত  ভোগালী উৎসৱস্থলীত চাফাই অভিযান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd