DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 5, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

জিঅ’ৰ নতুন অফাৰ : মাত্ৰ ৮১ টকাত সীমাহীন কলৰ সুবিধা, লগতে পাব হাইস্পীড ডাটা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 2, 2023 4:46 pm
32.2k
VIEWS
Share on FacebookShare on Twitter

প্ৰথম অৱস্থাত ৰিলায়েন্স জিঅ’ই বজাৰ দখল কৰিবলৈ গ্ৰাহকক সম্পূৰ্ণ বিনামূলীয়া সেৱা আগবঢ়াইছিল। তাৰ পিছত তেওঁলোকে বিভিন্ন ৰিচাৰ্জ প্লেন আৰম্ভ কৰে। কম খৰচী ফ’ৰ জি সুবিধা লাভৰ  বাবে বেছিভাগ গ্ৰাহকে অন্য চিম এৰি বাচি ল’লে জিঅ’ চিম। কিন্তু সময়ৰ লগে লগে জিঅ’ই বৃদ্ধি কৰি গ’ল ৰিচাৰ্জ প্লেনৰ দাম।

কিন্তু এইবাৰ আকৌ গ্ৰাহকক কিছু সকাহ দিবলৈ জিঅ’ই আৰম্ভ কৰিছে কম খৰচী ৰিচাৰ্জ প্লেন। এই প্লেনৰ বৈধতা ৩৩৬ দিন। এই প্লেনৰ ৰিচাৰ্জ এবাৰ কৰিলে গোটেই বছৰলৈ আৰু চিন্তা নাই। এই প্লেনত গ্ৰাহকে সীমাহীন ফোনকলৰ সুবিধা লাভ কৰিব। লগতে থাকিব ২৪ জিবি হাই স্পীড ডাটা।

কমকৈ ইণ্টাৰনেট ব্যৱহাৰ কৰা গ্ৰাহকৰ কথা চিন্তা কৰি জিঅ’ই আগবঢ়াই এই ব্যাপক অফাৰ। সেয়ে তেওঁলোকৰ বাবে জিঅ’ই এৰি দিছে সস্তীয়া ৰিচাৰ্জ প্লেন।

এই ৰিচাৰ্জ প্লেনে সীমাহীন ফোনকল, ২৪ জিবি দ্ৰুত ডাটা, আনকি বিনামূলীয়া এছএমএছ- ও প্ৰদান কৰিব। এই প্লেনৰ বাৰ্ষিক খৰচ মাত্ৰ ৮৯৫ টকা। প্ৰতিমাহে মাত্ৰ ৮১ টকাকৈ পৰিব এই ৰিচাৰ্জ প্লেনত। এই প্লেনৰ সৈতে এবাৰ ৰিচাৰ্জ কৰিলে আপুনি ৩৩৬ দিনৰ বৈধতা পাব।

গ্ৰাহকে ২৪ জিবি হাই স্পীড ডাটা ব্যৱহাৰ কৰি ফেচবুক, ইউটিউব, গুগলৰ দৰে অনলাইন সেৱাও উপভোগ কৰিব পাৰিব। ইয়াৰ উপৰিও গ্ৰাহকে ২৮ দিনৰ মূৰে মূৰে ৫০টা এছএমএছৰ সুবিধা লাভ কৰিব।

Recent News

উৰিষ্যাৰ ৰে’ল দুৰ্ঘটনা :  পিতৃ-মাতৃক হেৰুওৱা শিশুৰ শিক্ষাৰ দায়িত্ব ল’ব আদানী গ্ৰুপে

উৰিষ্যাৰ ৰে’ল দুৰ্ঘটনা :  পিতৃ-মাতৃক হেৰুওৱা শিশুৰ শিক্ষাৰ দায়িত্ব ল’ব আদানী গ্ৰুপে

পাষাণ শহুৰেকে দাৰে ঘপিয়াই কাটি পেলালে বোৱাৰীয়েকত হাত : তিনিচুকীয়াত নাৰী নিৰ্যাতনৰ ভয়ানক ঘটনা

পাষাণ শহুৰেকে দাৰে ঘপিয়াই কাটি পেলালে বোৱাৰীয়েকত হাত : তিনিচুকীয়াত নাৰী নিৰ্যাতনৰ ভয়ানক ঘটনা

বলীউডৰ প্ৰসিদ্ধ বৰ্ষীয়ান অভিনেত্ৰী ‘পদ্মশ্ৰী’ সুলোচনা লাটকাৰৰ দেহাৱসান

বলীউডৰ প্ৰসিদ্ধ বৰ্ষীয়ান অভিনেত্ৰী ‘পদ্মশ্ৰী’ সুলোচনা লাটকাৰৰ দেহাৱসান

সফলতাৰ শিখৰত উপনীত হ’ব বিচাৰিলে চাণক্যৰ এই ৭টা নীতি অৱশ্যেই অনুসৰণ কৰক!

সফলতাৰ শিখৰত উপনীত হ’ব বিচাৰিলে চাণক্যৰ এই ৭টা নীতি অৱশ্যেই অনুসৰণ কৰক!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd