• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

JioFiber মুকলিৰে জিঅ’-এ আগবঢ়াইছে ফ্ৰী ডাটা : কেনেকৈ লাভ কৰিব এই সুবিধা ?

এন ই নাও নিউজ by এন ই নাও নিউজ
August 31, 2020 7:19 pm
Free-JioFiber-calls-using-Landline-and-Smartphone
617
VIEWS
Share on FacebookShare on Twitter

দেশৰ অন্যতম টেলিকম সেৱাৰ প্ৰতিষ্ঠান ৰিলায়েন্সে জিঅ’ফইবাৰ মুকলি কৰি ইয়াৰ গ্ৰাহকৰ বাবে ঘোষণা কৰিছে অতি আকৰ্ষণীয় সুবিধা।

মুকেশ আম্বামীৰ প্ৰতিষ্ঠানটোৱে ৩৯৯ টকাৰ মাহেকীয়া জিঅ’ফাইবাৰ ৰিচাৰ্জত এই বিশেষ সুবিধাসমূহ আগবঢ়াইছে।

মূলতঃ নতুন ইউজাৰ বৃদ্ধিৰ লক্ষ্যৰে প্ৰতিষ্ঠানটোৱে এই প্লেনসমূহ ঘোষণা কৰিছে বুলি জানিব পৰা গৈছে।

৩৯৯ টকাৰ লগতে প্ৰতিষ্ঠানটোৱে ৬৯৯, ৯৯৯ আৰু ১৪৯৯ প্ৰিপেইড প্লেনো ঘোষণা কৰিছে।

এই প্লেনসমূহৰ পৰা ইউজাৰসকলে বিশেষ কিছুমান সুবিধা লাভ কৰিব।

লগতে পঢ়ক : গ্ৰাহকলৈ এয়াৰটেলৰ বিশেষ সুবিধা প্ৰদান : তিনিটা প্লেনত গ্ৰাহকে লাভ কৰিব ফ্ৰী ডাটা

প্ৰতিষ্ঠানটোৱে জনোৱা অনুসৰি ৯৯৯ টকাৰ প্লেনত ইউজাৰে ১১ টা ডিজিটেল প্লেটফৰ্মৰ ফ্ৰী চাবস্ক্ৰীপশ্যন লাভ কৰিব।

আনহাতে ১,৪৯৯ টকাৰ ৰিচাৰ্জ কৰিলে ইউজাৰে Netflix, Amazon Prime Video, Disney Plus Hotstar, Sony Liv আদিকে ধৰি জনপ্ৰিয় ১২ টা OTT প্লেটফৰ্মৰ চাবস্ক্ৰীপশ্যন লাভ কৰিব।

ইয়াৰ লগতে প্ৰতিটো প্লেনতে ইউজাৰসকলে বিনামূলীয়া কল আৰু আন লিমিটেড ইন্টাৰনেট ডাটাৰ সুবিধা লাভ কৰিব।

অৰ্থাৎ প্ৰথম ৰিচাৰ্জৰ পৰা ৩০ দিন বিনামূল্যে ডাটা ব্যৱহাৰৰ সুযোগ লাভ কৰিব ইউজাৰসকলে।

প্ৰতিষ্ঠানটোৱে লগতে কয় যে নতুন গ্ৰাহকক পৰীক্ষণৰ বাবে এটা 4K ছেট টপ বক্সো প্ৰদান কৰিব।

য’ত ১০ টা OTT প্লেটফৰ্মৰ সেৱা উপভোগ কৰিবলৈ সক্ষম হ’ব ইউজাৰসকল। ইয়াৰ বাবে গ্ৰাহকসকলে অতিৰিক্ত ধন খৰচৰ কৰিব নেলাগে।

এই পৰিসেৱা ১ ছেপ্টম্বৰৰ পৰা প্ৰতিষ্ঠানটোৱে মুকলি কৰিব।

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd