• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সুবিধাবাদী চৰিত্ৰৰ বাবেই দল-সংগঠনে উমৈহতীয়া কাৰ্যসূচী ল’ব নোৱাৰে : জীতেন দত্ত

'সাহিত্য সভা বিক্ৰী গ'ল'; জীতেন দত্তৰ তীব্ৰ সমালোচনা

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
December 9, 2019 11:41 am
জীতেন দত্ত ফাইল ফটো

জীতেন দত্ত ফাইল ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ সন্দৰ্ভত আজি শিৱসাগৰত অনুষ্ঠিত এখন  সভাত অংশ লৈ আলোচনাপন্থী আলফা নেতা জীতেন দত্তই কয় আন্দোলন এনে হ’ব লাগে যাতে দিল্লী কঁপি যায়।

আলফা নেতাগৰাকীয়ে কয়ে যে অসমৰ তেল আৰু কয়লা যদি অসমৰ বাহিৰলৈ যাবলৈ দিয়া নহয় দুদিনত তেতিয়া ভাৰতৰ বহু উদ্যোগ বন্ধ হৈ যাব। লগতে তেওঁ সমগ্ৰ অসমত ৰেল পথ অৱৰোধ কৰি প্ৰতিবাদ কৰিবলৈ আহ্বান জনায়।

Apply Now

“কেব গৃহীত হ’লেও আমি উচ্চতম ন্যায়ালয়ত আবেদন কৰিম।” বুলি উল্লেখ কৰি জীতেন দত্তই ইয়াৰ সমান্তৰালকৈ আন্দোলনৰ কাৰ্যসূচীও চলাই যাব লাগিব বুলি কয়।

আনহাতে আন্দোলন কৰা দল-সংগঠন বিলাকে কিয় এটা উমৈহতীয়া কাৰ্যসূচী কৰিব নোৱাৰে বুলিও তেওঁ প্ৰশ্ন কৰে। তেওঁ কয়,  “সুবিধাবাদী চৰিত্ৰ থকাৰ বাবে এই কাৰ্য কৰিব নোৱাৰে। বিধান সভাৰ নিৰ্বাচন আহি আছে। টিকেটৰ বাবে বিক্ৰী যোৱা মানসিকতা আমাৰ এচাম নেতাৰ আছে।”

নিজকে কিমান ডাঙৰ নেতা তাক ৰাইজৰ আগত প্ৰতিষ্ঠা কৰিবৰ বাবে ঐক্যবদ্ধ ভাৱে আন্দোলন নকৰে বুলি তীব্ৰ সমালোচলা কৰে জিতেন দত্তই। বৰ্তমান জাতিৰ স্বাৰ্থত আলফা নেতাগৰাকীয়ে সকলোকে ঐক্যবদ্ধ হৈ আন্দোলন কৰিবলৈ আহ্বান জনায়।

তাৰোপৰি অসম সাহিত্য সভা আৰু শংকৰ সংঘকো তীব্ৰ সমালোচনা কৰে তেওঁ সাহিত্য সভা বিক্ৰী গ’ল আৰু সাহিত্য সভাৰ লগত জড়িত ভণ্ড নেতাক সকীয়াই দিয়াৰ পৰিবেশ আহিছে বুলি কয়। ইফালে লাখ লাখ কৰ্মী থকা শংকৰ সংঘ আজি কেবৰ বিৰুদ্ধে নিমাত বুলিও মন্তব্য কৰে, জিতেন দত্তই।

শেষত জাতিৰ দুৰ্যোগৰ সময়ত বিজেপি, কংগ্ৰেছ, এজিপি আদি দলৰ তৃৰ্ণমূল কৰ্মীসকলক জাতিৰ পক্ষত থিয় দিবলৈ আহ্বান জনায় দত্তই।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

September 20, 2026 8:13 pm
ইভিএমৰ ছ’ৰ্চ ক’ড লুকুৱাই ৰাখিছে নেকি নিৰ্বাচন আয়োগে? গুৱাহাটী উচ্চ ন্যায়ালয়ত বিৰোধীৰ চাঞ্চল্যকৰ অভিযোগ

ইভিএমৰ ছ’ৰ্চ ক’ড লুকুৱাই ৰাখিছে নেকি নিৰ্বাচন আয়োগে? গুৱাহাটী উচ্চ ন্যায়ালয়ত বিৰোধীৰ চাঞ্চল্যকৰ অভিযোগ

September 20, 2026 7:36 pm
মুখ্যমন্ত্ৰীলৈ জাননী আৰু লগে লগে অনুমোদন! ভোটাৰ তালিকা পুনৰীক্ষণত সাধাৰণ ভোটাৰৰ বাবেও একেই প্ৰক্ৰিয়ানে?

মুখ্যমন্ত্ৰীলৈ জাননী আৰু লগে লগে অনুমোদন! ভোটাৰ তালিকা পুনৰীক্ষণত সাধাৰণ ভোটাৰৰ বাবেও একেই প্ৰক্ৰিয়ানে?

September 20, 2026 6:21 pm
বিদ্যালয় উন্নয়ন নে ৰাজনৈতিক হেঁচা? চিজেপিৰ ‘স্কুল ঠিক কৰো’ অভিযানৰ সন্মুখত নিৰুপায় নেকি ৰাজস্থান চৰকাৰ!

বিদ্যালয় উন্নয়ন নে ৰাজনৈতিক হেঁচা? চিজেপিৰ ‘স্কুল ঠিক কৰো’ অভিযানৰ সন্মুখত নিৰুপায় নেকি ৰাজস্থান চৰকাৰ!

September 20, 2026 5:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

September 20, 2026 8:13 pm
ইভিএমৰ ছ’ৰ্চ ক’ড লুকুৱাই ৰাখিছে নেকি নিৰ্বাচন আয়োগে? গুৱাহাটী উচ্চ ন্যায়ালয়ত বিৰোধীৰ চাঞ্চল্যকৰ অভিযোগ

ইভিএমৰ ছ’ৰ্চ ক’ড লুকুৱাই ৰাখিছে নেকি নিৰ্বাচন আয়োগে? গুৱাহাটী উচ্চ ন্যায়ালয়ত বিৰোধীৰ চাঞ্চল্যকৰ অভিযোগ

September 20, 2026 7:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd