DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গেৰান্টি নাই কংগ্ৰেছৰ! কিয় কংগ্ৰেছ এৰি বিজেপিলৈ গ’ল ৰাহুল গান্ধীৰ ঘনিষ্ঠ জিতিন প্ৰসাদ?

এন ই নাও নিউজ by এন ই নাও নিউজ
June 10, 2021 8:54 am
Jitin Prasad

জিতিন প্ৰসাদ।

254
VIEWS
Share on FacebookShare on Twitter

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে যিসময়ত সকলো সংঘাত আঁতৰাই দলটোক শক্তিশালী কৰি তোলাৰ বাবে প্ৰচেষ্টা চলাইছে, তেনে সময়তে কংগ্ৰেছ এৰি বিজেপিত যোগ দিলে এগৰাকী হেভিৱেট নেতা জিতিন প্ৰসাদে।

উল্লেখ্য যে ২০০০চনত কংগ্ৰেছ সভাপতি নিৰ্বাচনত ছোনিয়া গান্ধীক প্ৰত্যাহ্বান জনাই বিতৰ্কলৈ আহিছিল জিতিন প্ৰসাদৰ পিতৃ জিতেন্দ্ৰ প্ৰসাদে।

এইবাৰ পুত্ৰ ৪৭বছৰীয়া জিতিনে উত্তৰ প্ৰদেশৰ নিৰ্বাচনলৈ আৰু প্ৰায় এবছৰ থকাৰ সময়তে কংগ্ৰেছ এৰি যোগ দিলে বিজেপিত।

হঠাতে কিয় এইদৰে কংগ্ৰেছ এৰি দিলে জিতিন প্ৰসাদে। দলৰ এক সূত্ৰৰ মতে নেতাগৰাকী উত্তৰ প্ৰদেশৰ বিশেষকৈ চাহাৰানপুৰত দলৰ কামকাজত অসন্তুষ্ট হৈ পৰিছিল।

দলৰেই এগৰাকী জ্যেষ্ঠ নেতাই দাবী কৰি কয় যে সমাজবাদী পাৰ্টিৰ পৰা কংগ্ৰেছলৈ অহা সকলে দলত অধিক গুৰুত্ব পোৱাৰ বিপৰীতে সুদীৰ্ঘদিন ধৰি কংগ্ৰেছত থাকি প্ৰতিকূলতাৰ মাজতো দলটো ধৰি ৰখা নেতাসকল গুৰুত্বহীন হৈ পৰিছে। ইয়াতেই অসন্তুষ্ট হৈ পৰিছিল জিতিন প্ৰসাদ।

ইউপিএৰ কাৰ্যকালত তেওঁ কেন্দ্ৰীয় মন্ত্ৰী আছিল আৰু দলৰ ভিতৰত ব্ৰাহ্মণ মুখ হিচাপে পৰিচিত আছিল।

টীম ৰাহুল গান্ধীৰ গুৰুত্বপূৰ্ণ সদস্য জিতিন প্ৰসাদৰ কংগ্ৰেছ ত্যাগক লৈ ব্যাপক চৰ্চা চলিছে। ২০২০ত আন এগৰাকী কংগ্ৰেছ নেতা জ্যোতিৰাদিত্য সিন্ধিয়াই বিজেপিত যোগ দিয়াৰ পাছত এইবাৰ জিতিন প্ৰসাদৰ বিজেপি গমনে কংগ্ৰেছৰ বাবে ক্ষতি কৰাৰ বিপৰীতে বিজেপিক উৎফুল্লিত কৰিছে।

Recent News

death threat to Kejriwal

কেজৰিৱালৰ জীৱনলৈ সংশয়! আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষলৈ ফোন কৰি কেজৰিৱালক হত্যাৰ ভাবুকি

Adani

ফেচবুক কৰ্ণাৰ: ডুবিছে ‘মোডানি’ জাহাজ

বান্দৰেহে নুবুজে নাৰিকলৰ মোল! কিন্তু গোপন কেমেৰা পাই আনন্দতে ৪০০ চেলফি তুলিলে ভালুকে

বান্দৰেহে নুবুজে নাৰিকলৰ মোল! কিন্তু গোপন কেমেৰা পাই আনন্দতে ৪০০ চেলফি তুলিলে ভালুকে

সংসদত আৰম্ভ বাজেট অধিৱেশন; মোডী চৰকাৰৰ প্ৰশংসা কৰি ভাষণত কি ক’লে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে?

সংসদত আৰম্ভ বাজেট অধিৱেশন; মোডী চৰকাৰৰ প্ৰশংসা কৰি ভাষণত কি ক’লে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd