• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পেহেলগাম কাণ্ডৰ প্ৰভাৱ! নাগপুৰত ফাৰ্মাচী কলেজত অধ্যয়নৰত কাশ্মীৰী ছাত্ৰক প্ৰহাৰ স্থানীয় লোকৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 29, 2025 5:40 pm
2.6k
VIEWS
Share on FacebookShare on Twitter

মঙলবাৰে আৰক্ষীয়ে জনোৱা মতে, নাগপুৰৰ এখন ফাৰ্মাচী কলেজত অধ্যয়নৰত জম্মু-কাশ্মীৰৰ এগৰাকী ছাত্ৰক স্থানীয় বাসিন্দাৰ এটা দলে প্ৰহাৰ কৰে। ছাত্ৰ জনক কিয় প্ৰহাৰ কৰা হ’ল সেই উদ্দেশ্য এতিয়াও স্পষ্ট হোৱা নাই বুলিও আৰক্ষীয়ে জানিবলৈ দিয়ে

দেওবাৰে সন্ধিয়া মহাৰাষ্ট্ৰ চহৰৰ কাম্পটি অঞ্চলত এই ঘটনা সংঘটিত হয় যদিও এতিয়ালৈকে ভুক্তভোগীৰ পৰা কোনো অভিযোগ পোৱা নাই বুলি আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জানিবলৈ দিয়ে।

তেওঁ কয় যে ডোডা চহৰ আৰু জম্মুৰ পৰা অহা প্ৰথম বৰ্ষৰ ফাৰ্মাচীৰ স্নাতক দুজন ছাত্ৰই নিজৰ হোষ্টেললৈ উভতি অহাৰ সময়ত স্থানীয় বাসিন্দাৰ এটা দলে সেই স্থানলৈ আহি পথৰ দাঁতিত থিয় হৈ থকা এজন ছাত্ৰক সোধা-পোছা কৰিবলৈ ধৰে আৰু তেওঁ ক’ৰ পৰা আহিছে জানিব বিচাৰে। তেওঁলোকৰ প্ৰশ্নৰ উত্তৰ নিদিয়াৰ বাবে বাসিন্দাসকলে তেওঁক মাৰপিট কৰে বুলি বিষয়াগৰাকীয়ে জনায়।

ইফালে আনজন ছাত্ৰই বাসিন্দাসকলক জনাইছিল যে দুয়োজনেই স্থানীয় এখন মহাবিদ্যালয়ৰ ছাত্ৰ। ইয়াৰ পিছত স্থানীয় লোকে তেওঁলোকক যাবলৈ অনুমতি দিয়ে বুলিও তেওঁ কয়।

Maharashtra:
I've spoken to Maharashtra Chief Minister’s OSD, Kaustubh Dhavse Ji, regarding the brutal assault on a Kashmiri student, Mohd Waseem, in Nagpur, Maharashtra. He immediately took cognizance of the matter and directed the IGP (Law & Order), Manoj Kumar Sharma, to take… https://t.co/dcFcxi4Pae

— Nasir Khuehami (ناصر کہویہامی) (@NasirKhuehami) April 28, 2025

পিছত এজন ছাত্ৰই জে এণ্ড কে ষ্টুডেণ্টছ এছ’চিয়েশ্যনৰ বিষয়ববীয়া নাছিৰ খুয়েহামীক এই বিষয়ে অৱগত কৰে আৰু তেওঁ নিজৰ এক্স একাউণ্টত এই বিষয়ে পোষ্ট কৰি মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনভিছক বিষয়টোত হস্তক্ষেপ কৰিবলৈ আহ্বান জনায়।

সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত ছাত্ৰজনে জানিবলৈ দিয়া মতে, সন্ধিয়া প্ৰায় ৬.১৫ বজাত কাম্পটিৰ এটা পথত ৰৈ থাকোতে এই ঘটনা সংঘটিত হয়। দুজনৰ পৰা তিনিজন ব্যক্তিয়ে সেই স্থানলৈ আহি তেওঁলোকক সুধিলে যে তেওঁলোক কোন আৰু ক’ৰ পৰা আহিছে। ছাত্ৰজনে কয় যে তেওঁ তেওঁলোকক জনাইছিল যে তেওঁলোক জম্মু-কাশ্মীৰৰ। ইয়াৰ পিছতে তেওঁলোকক আক্ৰমণ কৰা হয়।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd