• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেৰালাৰ পৰা জামাতুল মুজাহিদিনৰ সদস্য বৰপেটাৰ আব্দুল মতিনক গ্ৰেপ্তাৰ কলকাতা আৰক্ষীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 2, 2019 2:18 pm
5eec71ea-28eb-47b1-a244-b7adf4e00662

কলকাতা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা জামাতুল মুজাহিদিনৰ সদস্য বৰপেটাৰ আব্দুল মতিন। ফটো : হিন্দুস্তান টাইমছৰ সৌজন্যত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কলকাতা আৰক্ষীৰ স্পেচিয়েল টাস্ক ফ’ৰ্চে বাংলাদেশৰ নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন জামাতুল মুজাহিদনৰ সদস্য আব্দুল মতিনক ২০১৪ৰ বৰ্ধমানৰ বিস্ফোৰণৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে।

মুজাহিদিন সদস্য মতিনক বৃহস্পতিবাৰে কেৰালাত আটক কৰাৰ পাছত কলকাতালৈ লৈ অনা হয়। শনিবাৰে সন্ত্ৰাসবাদী সদস্যজনক কলকাতাৰ আদালতত হাজিৰ কৰোৱা হ’ব। হিন্দুস্তান টাইমছৰ এটা বাতৰিত এই কথা প্ৰকাশ পাইছে।

Apply Now

কলকাতা আৰক্ষীৰ সূত্ৰই জানিব দিয়া মতে মতিনৰ ঘৰ অসমৰ বৰপেটাত। মতিনে ২০১০ চনত এখন মাদ্ৰাছাত পঢ়ি থকা সময়তে সন্ত্ৰাসবাদী সংগঠন জামাতুল মুজাহিদনত যোগ দিছিল।

মতিনে আই ই ডি বনোৱা প্ৰশিক্ষণ গ্ৰহণ কৰি আই ই ডি বনোৱা কামত জড়িত হৈ পৰিছিল। পশ্চিমবংগৰ বৰ্ধমান জিলাৰ ছিমুলিয়া মাদ্ৰাছাত অস্ত্ৰৰ প্ৰশিক্ষণ গ্ৰহণ কৰা ১৫ জন ব্যক্তিৰ ভিতৰত আব্দুল মতিনো আছিল।

২০১৪ চনৰ ২ অক্টোবৰত বৰ্ধমানৰ খাগ্ৰাগড় অঞ্চলৰ এটা ভাড়াঘৰৰ প্ৰথম মহলাত দুৰ্ঘটনাক্ৰমে এটা আই ই ডি বিস্ফোৰিত হৈ দুজন জামাতুলৰ সদস্য নিহত হোৱা ঘটনাৰ পাছতে মতিনে কেৰালালৈ গুচি গৈছিল।

যোৱা ২৮ জানুৱাৰিত পশ্চিমবংগৰ হুগলী জিলাৰ আৰমবাঘ অঞ্চলৰ পৰা বৰ্ধমানৰ বিস্ফোৰণৰ সৈতে জড়িত কেডাৰ কাজি আৰু ছাজ্জাদ আলীক নেশ্যনেল ইনভেষ্টিগেশ্যন এজেন্সিয়ে (নিয়া) গ্ৰেপ্তাৰ কৰাৰ পাছতে মতিনক গ্ৰেপ্তাৰ হৈছে। ঘটনাটোৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা মতিন হৈছে ৩৩ নম্বৰ সদস্য।

২০১৪ চনত ‘নিয়া’ই তদন্তৰ দায়িত্ব গ্ৰহণ কৰিছিল আৰু ২০১৫ চনৰ ৩০ মাৰ্চত বাংলাদেশৰ শ্বেইখ হাছিনা চৰকাৰক হিংসাত্মক সন্ত্ৰাসবাদী আক্ৰমণেৰে উৎখাত কৰি শ্বৰিয়া ভিত্তিক ইছলামিক শাসন প্ৰৱৰ্তনৰ ষড়যন্ত্ৰত জড়িত থকা চাৰিজন বাংলাদেশী নাগৰিকৰ লগতে ২১জন লোকৰ বিৰুদ্ধে এখন বিশেষ আদালতত অভিযোগনামা দাখিল কৰিছিল। ‘হিন্দুস্তান টাইমছ’ৰ বাতৰিটোত ঘটনাটোৰ সৱিশেষ প্ৰকাশ পাইছে।

দীৰ্ঘদিন ধৰি অসমৰ মাদ্ৰাছাসমূহ ইছলামিক সন্ত্ৰাসবাদীৰ ঘাটি বুলি অভিযোগ উত্থাপন হৈ থকাৰ মাজতে বৰপেটাৰ মাদ্ৰাছাত শিক্ষা গ্ৰহণ কৰি থকা আব্দুল মতিনৰ জামাতুল মুজাহিদিনত যোগদান তথা গ্ৰেপ্তাৰৰ বাতৰিয়ে স্বাভাৱিকতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

August 28, 2026 9:21 pm
Directorate of Health Services, Assam

কিদৰে ঔষধ-প্ৰতিৰোধী যক্ষ্মাৰ সৈতে যুঁজিব গুৱাহাটীয়ে? দেশৰ যক্ষ্মা নিৰ্ণয়ৰ সম্পূৰ্ণ সঁজুলি নথকা জিলাৰ তালিকাত কামৰূপ(মহানগৰ)ৰ নাম!

August 28, 2026 9:19 pm
বানত উটি অহা মৃত মহিলাৰ শৰীৰৰ পৰা গহণা চুৰি : নেপালত ভাইৰেল মানৱ সমাজক লজ্জানত কৰা ভিডিঅ’

বানত উটি অহা মৃত মহিলাৰ শৰীৰৰ পৰা গহণা চুৰি : নেপালত ভাইৰেল মানৱ সমাজক লজ্জানত কৰা ভিডিঅ’

August 28, 2026 8:51 pm
নেপালত ভয়ংকৰ বান! ৫ মাহ পূৰ্বেই আহিছিল বিপদৰ আগজাননী, তথাপি কিয় অবলম্বন কৰা নহ’ল সতৰ্কতা?

নেপালত ভয়ংকৰ বান! ৫ মাহ পূৰ্বেই আহিছিল বিপদৰ আগজাননী, তথাপি কিয় অবলম্বন কৰা নহ’ল সতৰ্কতা?

August 28, 2026 7:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

August 28, 2026 9:21 pm
Directorate of Health Services, Assam

কিদৰে ঔষধ-প্ৰতিৰোধী যক্ষ্মাৰ সৈতে যুঁজিব গুৱাহাটীয়ে? দেশৰ যক্ষ্মা নিৰ্ণয়ৰ সম্পূৰ্ণ সঁজুলি নথকা জিলাৰ তালিকাত কামৰূপ(মহানগৰ)ৰ নাম!

August 28, 2026 9:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd