• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জামিন নাকচ চাৰ্জিল ইমামৰ, পুনৰ কটাব লাগিব কাৰাগাৰৰ কুঠৰীত

নৰ্থ ইষ্ট নাও by নৰ্থ ইষ্ট নাও
October 22, 2021 4:13 pm
Sharjeel Imam
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জামিন আবেদন খাৰিজ কৰা হৈছে চাৰ্জিল ইমামৰ। দিল্লীৰ এখন আদালতে আজি এই সিদ্ধান্ত লয়।

জামিন আবেদনৰ শুনানিত ন্যায়াধীশ অনুজ আগৰৱালাই কয় যে চাৰ্জিল ইমামে কৰা এটা বিশেষ বক্তব্য সম্পূৰ্ণ সাম্প্ৰদায়িক আৰু সমাজৰ বাবে ক্ষতিকাৰক। সেয়ে তেওঁক জামিন প্ৰদান কৰাটো অনুচিত।

আদালতে কয় যে যদিও সংবিধানে চিন্তা আৰু কথা কোৱাৰ স্বাধিনতা প্ৰদান কৰিছে, তৎসত্বেও চাৰ্জিলৰ বক্তব্য গ্ৰহণ কৰিব নোৱাৰি। অৱশ্যে চাৰ্জিলৰ বিশেষ বক্তব্যটো ভাৰতীয় দণ্ডবিধি আইনৰ ১২৪এ ধাৰা তথা দেশদ্ৰোহীতাৰ গোচৰত পৰিবনে নপৰে, সেই বিষয়ে বিশ্লেষণ কৰাৰ প্ৰয়োজন বুলিও আদালতে মতপোষণ কৰে।

তদুপৰি, উক্ত বক্তব্যৰ পৰৱৰ্তী সময়ত হোৱা হিংসাত্মক ঘটনাৰ স’তে চাৰ্জিলক জড়িত কৰা সম্পৰ্কতো আদালতে কয় যে ইয়াৰ কোনো সাক্ষ্য প্ৰমাণ নাই।

Apply Now

উল্লেখযোগ্য যে কা আৰু এনআৰচিবিৰোধী আন্দোলনৰ সময়ছোৱাত জেএনইউৰ ছাত্ৰ চাৰ্জিলে উত্তেজনা আৰু প্ৰৰোচনামূলক ভাষণ দিয়া বুলি অভিযোগ উঠিছিল।

তেওঁ কৈছিল যে কা আৰু এনআৰচিৰ প্ৰতিবাদত ভাৰতৰ মূল ভূখণ্ডৰ পৰা অসম তথা উত্তৰপূবক বিচ্ছিন্ন কৰিব লাগে। আৰু এইক্ষেত্ৰত মুছলমানসকলে আগভাগ ল’ব লাগে। ভাষণটো তেওঁ প্ৰদান কৰিছিল ২০১৯ চনৰ ১২ ডিচেম্বৰত নতুন দিল্লীৰ জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয় সমীপত।

চাৰ্জিলৰ ভাষণৰ পাছতে ১৫ ডিচেম্বৰত দিল্লীৰ জামিয়া নগৰ উত্তপ্ত হৈ পৰিছিল। উক্ত দিনা ৩ হেজাৰৰো অধিক লোকে আৰক্ষীৰ ওপৰত জপিয়াই পৰে। কা-এনআৰচি বিৰোধী আন্দোলনৰ অংশ এই হিংসাত্মক ঘটনাৰ উদগনি চাৰ্জিল ইমামৰ ভাষণটোৱেই দিছিল বুলি অভিযোগ উঠিছিল।

তেওঁৰ ওপৰত ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰা হৈছিল। দিল্লী আৰক্ষীয়ে কৈছিল যে উক্ত বক্তব্যটোৱে এটা বিশেষ সম্প্ৰদায়ক উচটনি আৰু কা-এনআৰচিৰ নামত ভীতিপ্ৰদৰ্শন কৰা হৈছে।

তাৰপাছতে ২০২০ চনৰ ২৮ জানুৱাৰীত চাৰ্জিলক বিহাৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল। ৰাষ্ট্ৰদ্ৰোহৰ উপৰিও বৰ্তমানলৈকে চাৰ্জিলৰ ওপৰত অসম, উত্তৰপ্ৰদেশ, দিল্লীকে ধৰি কেইবাখনো ৰাজ্যত বহুকেইটা গোচৰ ৰুজু হৈ আছে।

বৰ্তমান গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত কাৰাবাস খাটি আছে চাৰ্জিল ইমামে।

নৰ্থ ইষ্ট নাও

নৰ্থ ইষ্ট নাও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd