• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বংগ নিৰ্বাচন : জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি ঐশী ঘোষ চিপিএমৰ প্ৰাৰ্থী

এন ই নাও নিউজ by এন ই নাও নিউজ
March 11, 2021 7:56 pm
390
VIEWS
Share on FacebookShare on Twitter

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ (জে.এন.ইউ.এছ.ইউ.) সভাপতি ঐশী ঘোষে আগন্তুক বংগ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব।

ছাত্ৰনেত্ৰীগৰাকীয়ে চিপিআই(এম)ৰ হৈ জামুৰিয়া সমষ্টিৰ পৰা মনোনয়নপত্ৰ দাখিল কৰিব।

ৰাজ্যখনৰ লেফট-কংগ্ৰেছ মিত্ৰজোটৰ প্ৰাৰ্থীগৰাকীক সমৰ্থন জনাব সংযুক্ত কিষাণ মৰ্চাই।

সংযুক্ত কিষাণ মৰ্চাই কেন্দ্ৰীয় চৰকাৰৰ নতুন কৃষি আইনকেইখনৰ বিৰোধিতাত আন্দোলন কৰি আছে।

উল্লেখযোগ্য ঐশী ঘোষ জে.এন.ইউ.এছ.ইউ.ৰ প্ৰথমগৰাকী সভাপতি হিচাবে বিবেচিত হ’ব, যি সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ অৱস্থাতে বিধানসভাৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিছে।

Will be contesting from Jamuria Legislative Assembly Seat as candidate of the CPI(M) ,supported by the Sanyukt Morcha.

Requesting all of your support.#BengalElections2021 pic.twitter.com/bsxIdguIzH

— Aishe (ঐশী) (@aishe_ghosh) March 11, 2021

২০২০ চনৰ ৫ জানুৱাৰীত জে.এন.ইউ.ত ‘অচিনাকি’ দুৰ্বৃত্তই সংঘটিত কৰা চাঞ্চল্যকৰ আক্ৰমণটোত ঐশী ঘোষ আঘাটপ্ৰাপ্ত হৈছিল।

দুৰ্বৃত্তসকলক আৰএছএছ আৰু এবিভিপিৰ সদস্য বুলি আক্ৰমণটোত আঘাটপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলে অভিযোগ কৰিছিল।

আক্ৰমণটোৰ পাছতে, চিপিআই নেতা কানাহায়া কুমাৰে কৈছিল যে বংগৰ নিৰ্বাচনী যুদ্ধত ঐশী ঘোষক জড়িত কৰিব লাগে।

উল্লেখযোগ্য যে ২৫ বছৰীয়া ঐশী বৰ্তমান জে.এন.ইউ.ত দৰ্শন বিষয়ৰ স্নাতকোত্তৰ ছাত্ৰী।

Recent News

ভুৱা এক্স একাউণ্ট সন্দৰ্ভত চৰকাৰৰ সতৰ্কবাণী! আনুষ্ঠানিক এক্স একাউণ্ট নই ব্যোমিকা সিং আৰু ছফিয়া কুৰেশীৰ

ভুৱা এক্স একাউণ্ট সন্দৰ্ভত চৰকাৰৰ সতৰ্কবাণী! আনুষ্ঠানিক এক্স একাউণ্ট নই ব্যোমিকা সিং আৰু ছফিয়া কুৰেশীৰ

ঘন জংঘলত চলোৱা হৈছিল ‘অপাৰেচন সংকল্প’; ছত্তীশগড়-তেলেংগানা সীমান্তত নিহত ৩১মাওবাদী

ঘন জংঘলত চলোৱা হৈছিল ‘অপাৰেচন সংকল্প’; ছত্তীশগড়-তেলেংগানা সীমান্তত নিহত ৩১মাওবাদী

১৯ মে’ত ভাৰত-পাকিস্তানৰ পৰিস্থিতিৰ বিষয়ে সংসদত সম্বোধন কৰিব বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে

১৯ মে’ত ভাৰত-পাকিস্তানৰ পৰিস্থিতিৰ বিষয়ে সংসদত সম্বোধন কৰিব বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে

ইখনৰ পিছত সিখন গাঁৱৰ পৰা আহিছে মৃত্যুৰ খবৰ; বিষাক্ত সুৰা পান কৰি কমেও ১৪ জন লোকৰ মৃত্যু

ইখনৰ পিছত সিখন গাঁৱৰ পৰা আহিছে মৃত্যুৰ খবৰ; বিষাক্ত সুৰা পান কৰি কমেও ১৪ জন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd