DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাষ্ট্রপতি নিৰ্বাচিত হ’লে জো বিডেনে প্ৰথম দিনাই বাতিল কৰিব ডোনাল্ড ট্ৰাম্পৰ সকলো সিদ্ধান্ত

এন ই নাও নিউজ by এন ই নাও নিউজ
July 10, 2020 1:55 pm
WhatsApp Image 2020-07-10 at 1.14.08 PM

জো বিডেন।

16.6k
VIEWS
Share on FacebookShare on Twitter

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডেম’ক্ৰেটিক পাৰ্টিৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী জো বিডেনে ডোনাল্ড ট্ৰাম্পৰ সন্দৰ্ভত এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে।

তেওঁ কৈছে যে নৱেম্বৰত ৰাষ্ট্ৰপতি নিৰ্বাচনত বিজয়ী হ’লে প্ৰথম দিনাই বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা আঁতৰি যোৱাৰ পৰা আৰম্ভ কৰি ডোনাল্ড ট্ৰাম্পৰ সকলো সিদ্ধান্ত বাতিল কৰিব।

বিডেনে এটা টুইটত কয় যে বিশ্ব স্বাস্থ্য সুৰক্ষা শক্তিশালী কৰাত যুক্তৰাষ্ট্ৰ জড়িত থাকিলেহে আমেৰিকাৰ নাগৰিকসকল নিৰাপদে থাকিব।

তেওঁ কয় যে ৰাষ্ট্ৰপতি হিচাপে প্ৰথমটো দিনতে তেওঁ বিশ্ব স্বাস্থ্য সংস্থাত যোগ দিব আৰু বিশ্বৰ মঞ্চত দেশখনৰ নেতৃত্ব পুনৰ প্ৰতিষ্ঠা কৰিব।

উল্লেখ্য যে যোৱা  মে’ মাহতেই কৰ’না সংকটৰ মাজত ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে বিশ্ব স্বাস্থ্য সংস্থাক চীনৰ হাতৰ পুতলা বুলি অভিহিত কৰি সংস্থাৰ পৰা সম্পৰ্ক বিচ্ছিন্ন কৰাৰ কথা ঘোষণা কৰিছিল।

অৱশ্যে, এই প্ৰক্ৰিয়া সম্পূৰ্ণ হ’বলৈ এবছৰ সময় লাগিব পাৰে।

ইতিমধ্যে, কৰ’না সংকটৰ মাজতে আমেৰিকা যুক্তৰাষ্ট্ৰত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰো আৰম্ভ হৈছে আৰু বৰ্তমান পৰিস্থিটোক নিজৰ ফাললৈ নিবলৈ ৰিপাব্লিকান আৰু ডেম’ক্ৰেটিক দুয়োটা দলেই চেষ্টা অব্যাহত ৰাখিছে।

Recent News

Sharjeel Imam

কা বিৰোধী প্ৰতিবাদৰ গোচৰত শ্বাৰ্জিল ইমামক দোষমুক্ত ঘোষণা আদালতৰ

মই এগৰাকী প্ৰাপ্তবয়স্ক আৰু মই নিজ ইচ্ছামতে ধৰ্মান্তৰিত আৰু বিয়া হৈছোঁ, আৰক্ষীয়ে আমাক সুৰক্ষা দিয়ক।

মই এগৰাকী প্ৰাপ্তবয়স্ক আৰু মই নিজ ইচ্ছামতে ধৰ্মান্তৰিত আৰু বিয়া হৈছোঁ, আৰক্ষীয়ে আমাক সুৰক্ষা দিয়ক।

কন্ঠশিল্পী বাণী জয়ৰামৰ শেষ নিশ্বাস ত্যাগ

কন্ঠশিল্পী বাণী জয়ৰামৰ শেষ নিশ্বাস ত্যাগ

মূৰ্ধন্য ণ আৰু মূৰ্ধন্য ষ-ৰ ব্যৱহাৰ

মূৰ্ধন্য ণ আৰু মূৰ্ধন্য ষ-ৰ ব্যৱহাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd