• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 24, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

টেষ্ট বেটছমেনৰ শীৰ্ষত ইংলেণ্ডৰ অধিনায়ক জো ৰুট; কোহলিক অতিক্ৰমি ৫নম্বৰ স্থানত ৰোহিত

এন ই নাও নিউজ by এন ই নাও নিউজ
September 2, 2021 9:46 am
test top batsman
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিজৰ ধাৰাবাহিক প্ৰদৰ্শন অব্যাহত ৰাখি ইংলেণ্ডৰ অধিনায়ক জো ৰুটে আইচিচিৰ টেষ্ট ৰেংকিঙত শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে। ছয় বছৰ পাছত পুনৰ টেষ্ট বেটছমেনৰ তালিকাৰ শীৰ্ষত আৰোহন কৰিলে ৰুটে।

ভাৰত আৰু ইংলেণ্ডৰ টেষ্ট ছিৰিজ আৰম্ভ হোৱাৰ পূৰ্বে ৫নম্বৰ স্থানত আছিল ৰুট। তেওঁৰ আগত আছিল বিৰাট কোহলি, মাৰ্নাছ লেবুছেন, ষ্টিভ স্মিথ আৰু কেন উইলিয়ামছন। কিন্তু তিনিখন টেষ্টৰ পাছতে একখোপে এক নম্বৰলৈ উঠিল ৰুট। চলিত ছিৰিজত এতিয়ালৈকে ৫০৭ৰাণ কৰিছে জো ৰুটে।

বৃহস্পতিবাৰৰ পৰা ওভেল টেষ্ট আৰম্ভ হ’ব। ছিৰিজৰ আৰু এখন টেষ্ট বাকী আছে। লীডছ টেষ্ট আৰম্ভ হোৱাৰ পূৰ্বে ২ নম্বৰ স্থানত আছিল ৰুট। তৃতীয় টেষ্টৰ দুৰ্দান্ত ইনিংছৰ পাছতে উইলিয়ামছনক অতিক্ৰমি ১নম্বৰ স্থানলৈ উঠে ইংলেণ্ডৰ অধিনায়কগৰাকী।

জো ৰুটে টেষ্ট তালিকাৰ শীৰ্ষ স্থান দখল কৰাৰ বিপৰীতে ভাৰতৰ অধিনায়ক বিৰাট কোহলিয়ে এটা স্থান হেৰুৱাই তালিকাৰ ৬নম্বৰ স্থানত আছে।

আনহাতে, কোহলিক অতিক্ৰমি ৫নম্বৰ স্থানলৈ উঠিছে ৰোহিত শৰ্মা। হিটমেন ৰোহিত দুবছৰ পূৰ্বে টেষ্ট তালিকাত ৫৪নম্বৰ স্থানত আছিল। তাৰ পাছতে শীৰ্ষ দহত স্থানলৈ আহে। লীডছ টেষ্টৰ পাছতে কোহলিক অতিক্ৰমি পাঁচ নম্বৰ স্থান লাভ কৰে ৰোহিতে।

উল্লেখ্য যে ২০১৭চনৰ পাছত কোনো ভাৰতীয় বেটছমেন কোহলিক অতিক্ৰমি ওপৰলৈ উঠিছে। ২০১৭ত চেতেশ্বৰ পূজাৰা ২ নম্বৰ স্থানত থকাৰ বিপুৰীতে কোহলি আছিল ৫নম্বৰ স্থানত।

চলিত টেষ্ট ছিৰিজত ইংলেণ্ডৰ বিৰুদ্ধে ৰাণৰ মুখ দেখা নাই কোহলিয়ে। যোৱা দুবছৰ ধৰি শতক কৰিব পৰা নাই ভাৰতীয় অধিনায়কগৰাকীয়ে। এতিয়া ওভেল টেষ্টত ৰাণৰ মাজলৈ উভতি অহাৰ বাবে কোহলিৰ সন্মুখত দেখা দিছে এক বিৰাট প্ৰত্যাহ্বান।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চন্দ্ৰ-সূৰ্যৰ গতিপথেৰে সময় নিৰ্ধাৰণ, স্নাতক স্তৰৰ গণিতত পৌৰাণিক ধাৰণা! বিতৰ্কত বিশ্ববিদ্যালয় অনুদান আয়োগ

চন্দ্ৰ-সূৰ্যৰ গতিপথেৰে সময় নিৰ্ধাৰণ, স্নাতক স্তৰৰ গণিতত পৌৰাণিক ধাৰণা! বিতৰ্কত বিশ্ববিদ্যালয় অনুদান আয়োগ

August 24, 2025 11:05 am
চাকৰিৰ নামত কোটি কোটি টকাৰ প্ৰৱঞ্চনা বিজেপি নেত্ৰীৰ! আৰক্ষীৰ ভূমিকাত সৰব ডিফুৰ স্থানীয় লোক

চাকৰিৰ নামত কোটি কোটি টকাৰ প্ৰৱঞ্চনা বিজেপি নেত্ৰীৰ! আৰক্ষীৰ ভূমিকাত সৰব ডিফুৰ স্থানীয় লোক

August 24, 2025 10:33 am
‘ৰাইজৰ ইচ্ছা যিমানেই ডাঙৰ নহওক কিয়, আইন সৰ্বোপৰি’- মুখ্য ন্যায়াধীশ বি আৰ গাভাই

‘ৰাইজৰ ইচ্ছা যিমানেই ডাঙৰ নহওক কিয়, আইন সৰ্বোপৰি’- মুখ্য ন্যায়াধীশ বি আৰ গাভাই

August 24, 2025 9:18 am
দলিত অভিযন্তাৰ কাৰ্যালয়ত প্ৰৱেশ কৰি উদ্ভণ্ডালি বিজেপি নেতাৰ! জোতাৰে প্ৰহাৰ কৰা ভিডিঅ’ ভাইৰেল

দলিত অভিযন্তাৰ কাৰ্যালয়ত প্ৰৱেশ কৰি উদ্ভণ্ডালি বিজেপি নেতাৰ! জোতাৰে প্ৰহাৰ কৰা ভিডিঅ’ ভাইৰেল

August 24, 2025 8:25 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চন্দ্ৰ-সূৰ্যৰ গতিপথেৰে সময় নিৰ্ধাৰণ, স্নাতক স্তৰৰ গণিতত পৌৰাণিক ধাৰণা! বিতৰ্কত বিশ্ববিদ্যালয় অনুদান আয়োগ

চন্দ্ৰ-সূৰ্যৰ গতিপথেৰে সময় নিৰ্ধাৰণ, স্নাতক স্তৰৰ গণিতত পৌৰাণিক ধাৰণা! বিতৰ্কত বিশ্ববিদ্যালয় অনুদান আয়োগ

August 24, 2025 11:05 am
চাকৰিৰ নামত কোটি কোটি টকাৰ প্ৰৱঞ্চনা বিজেপি নেত্ৰীৰ! আৰক্ষীৰ ভূমিকাত সৰব ডিফুৰ স্থানীয় লোক

চাকৰিৰ নামত কোটি কোটি টকাৰ প্ৰৱঞ্চনা বিজেপি নেত্ৰীৰ! আৰক্ষীৰ ভূমিকাত সৰব ডিফুৰ স্থানীয় লোক

August 24, 2025 10:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd