• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতত জনছন এণ্ড জনছনৰ কৰ’না ভেকচিনৰ জৰুৰী ব্যৱহাৰত অনুমোদন

 এন ই নাও নিউজ by এন ই নাও নিউজ
August 7, 2021 3:24 pm
WhatsApp-Image-2020-09-27-at-11.06.17-AM-750x375
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোভিডৰ সংক্ৰমণে সংহাৰী ৰূপ ধাৰণ কৰা ভাৰতবৰ্ষত আজি জনছন এণ্ড জনছনৰ কৰ’না ভেকচিনেৰ জৰুৰী ব্যৱহাৰত অনুমোদন জনোৱা হয়।

কেন্দ্ৰীয় স্বাস্থ্য মনসুখ মাণ্ডব্যই আজি টুইটযোগে এই কথা প্ৰকাশ কৰিছে। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে টুইটাৰত এইবুলি কৈছে যে ভাৰতে ভেকচিনৰ ভাণ্ডাৰ বেছি মজবুত কৰাৰ কথা ভাবিছে।সেয়ে জনছন এণ্ড জনছনৰ কৰ’না ভেকচিনৰ জৰুৰী ব্যৱহাৰত অনুমোদন জনোৱা হৈছে। ইয়াকেলৈ ভাৰতৰ মুঠ ভেকচিনৰ সংখ্যা ৫ টালৈ বৃদ্ধি পালে।

Apply Now

ভাৰতত এতিয়া কোভাক্সিন, কোভশ্বিল্ডকে ৰাছিয়াৰ স্পুটনিক ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। চীনৰ ভেকচিনো ভাৰতে ক্ৰয় কৰিছে।
উল্লেখ্য ২০২০ চনৰ ২৭ ছেপ্তেম্বৰত প্ৰথম ট্ৰায়েলতে ভাল সঁহাৰি লাভ কৰিছিল জনছন এণ্ড জনছনৰ কৰ’না ভেকচিনে।

এই ভেকচিনৰ প্ৰথম ট্ৰায়েলৰ পৰ্যায়তে শক্তিশালী প্ৰতিৰোধ ক্ষমতাৰ (ইমিউন) সঁহাৰি পোৱা গৈছিল। কোম্পানীটোৰ ভেকচিনৰ ছিংগল ড’জতেই সাফল্য পোৱা বুলি কোৱা হৈছিল।

জনছন এণ্ড জনছনৰ ভেকচিনটোৰ নাম হৈছে Ad26.COV2.S।

ভেকচিনটো দুটা ভিন্ন ড’জ দি প্ৰস্তুত কৰা হৈছে আৰু প্ৰথমতে ছিংগল ড’জৰ পৰীক্ষাতে ভাল ফল লাভ কৰাৰ কথা সদৰী কৰিছে জনছন এণ্ড জনছনে।

প্ৰথম ট্ৰায়েলত ১,০০০ গৰাকী স্বেচ্ছাসেৱকে অংশ লৈছিল।
প্ৰাথমিকভাৱে বান্দৰৰ ওপৰত ভেকচিনটোৰ ট্ৰায়েল চলোৱা হৈছিল আৰু তাত সফলতা পোৱা গৈছিল।

সংস্থাটোৱে ইতিমধ্যে আমেৰিকা যুক্তৰাষ্ট্ৰ চৰকাৰৰ সৈতে দ্ৰুতভাৱে পৰ্যাপ্ত উৎপাদন সম্পৰ্কত চুক্তি স্বাক্ষৰ কৰিছে।

জনছন এণ্ড জনছনৰ এই ভেকচিন ১৮ৰ পৰা ৫৫বছৰৰ ওচৰৰ ৬৫বছৰ বা তাতকৈ অধিক বয়সৰ এনেকুৱা ১০৪৫জন লোকৰ ওপৰত পৰীক্ষামূলকভাৱে প্ৰয়োগ কৰি চোৱা হৈছে।

জনছন এণ্ড জনছনৰ ভেকচিনৰ পৰীক্ষা প্ৰধানকৈ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু বেলজিয়ামত সম্পন্ন কৰা হৈছে।
জনছন এণ্ড জনছনে জানিবলৈ দিয়া মতে, স্বেচ্ছাসেৱকসকলৰ ভিতৰত ৬৫বছৰৰ উৰ্দ্ধৰ ব্যক্তিৰ মাজত ৩৬শতাংশৰ ক্লান্তি আৰু মাংসপেশীত বিষ অনুভৱ হোৱাৰ বিপৰীতে বাকী ৬৪ শতাংশ কম বয়সস্থ সকলৰ মাজত তেনে সমস্যা দেখা দিয়া নাই।

 এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

October 16, 2026 4:27 pm
তিৰংগা সমদলৰ পূৰ্বে অভিজিৎ দীপকৰ ঘৰত দিল্লী আৰক্ষী, বন্ধ ছেণ্ট্ৰেল পাৰ্ক; কি ঘটিছে দিল্লীত?

তিৰংগা সমদলৰ পূৰ্বে অভিজিৎ দীপকৰ ঘৰত দিল্লী আৰক্ষী, বন্ধ ছেণ্ট্ৰেল পাৰ্ক; কি ঘটিছে দিল্লীত?

October 16, 2026 3:55 pm
সকলোৱে নিজকে সাংবাদিক বুলি দাবী কৰিলে সুৰক্ষা দিয়াটো কঠিন! পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

সকলোৱে নিজকে সাংবাদিক বুলি দাবী কৰিলে সুৰক্ষা দিয়াটো কঠিন! পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

October 16, 2026 2:47 pm
‘আমেৰিকা-পাকিস্তানৰ যুদ্ধ হ’লে ইছলামাবাদৰ কাষত থাকিব ভাৰত’, বিজেপি নেতাৰ মন্তব্যক লৈ অস্বস্তিত গেৰুৱা শিৱিৰ

‘আমেৰিকা-পাকিস্তানৰ যুদ্ধ হ’লে ইছলামাবাদৰ কাষত থাকিব ভাৰত’, বিজেপি নেতাৰ মন্তব্যক লৈ অস্বস্তিত গেৰুৱা শিৱিৰ

October 16, 2026 12:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

October 16, 2026 4:27 pm
তিৰংগা সমদলৰ পূৰ্বে অভিজিৎ দীপকৰ ঘৰত দিল্লী আৰক্ষী, বন্ধ ছেণ্ট্ৰেল পাৰ্ক; কি ঘটিছে দিল্লীত?

তিৰংগা সমদলৰ পূৰ্বে অভিজিৎ দীপকৰ ঘৰত দিল্লী আৰক্ষী, বন্ধ ছেণ্ট্ৰেল পাৰ্ক; কি ঘটিছে দিল্লীত?

October 16, 2026 3:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd