• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

যুটীয়া স্বাস্থ্য সঞ্চালকক ঘেৰাও একাংশ ক্ষুব্ধ এন এইচ এম কৰ্মীৰ

ঋতুপল্লব শইকীয়া by ঋতুপল্লব শইকীয়া
March 28, 2019 9:56 am
NHM

প্ৰতিনিধিত্বমূলক চিত্ৰ

510
VIEWS
Share on FacebookShare on Twitter

সমাগত নিৰ্বাচনকলৈ প্ৰশাসনযন্ত্ৰ ব্যস্ত থকাৰ সময়তে বুধবাৰে এক সভাত স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্য সঞ্চালকক একাংশ ক্ষোভিত এন এইচ এম কৰ্মীয়ে ঘেৰাও কৰি বিভিন্ন প্ৰশ্নৰে ব্যতিব্যস্ত কৰি তোলা ঘটনাই গোলাঘাট জিলাত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্রাপ্ত তথ্য অনুসৰি বুধবাৰে দুপৰীয়া সঞ্চালকৰ কাৰ্যালয়ৰ কাষতে থকা প্ৰশিক্ষণ কেন্দ্ৰত এন এইচ এম কৰ্মীসকলৰ প্ৰশিক্ষণ সম্পৰ্কীয় এক সভা অনুষ্ঠিত হৈছিল। উক্ত সভাত যুটীয়া সঞ্চালকগৰাকীৰ লগতে এন এইচ এমৰ জিলা বিষয়া নম্ৰতা শৰ্মা উপস্থিত আছিল। সভা চলি থকাৰ মাজতে এন এইচ এম কৰ্মীসকলে তেওঁলোকক প্ৰদান কৰি অহা গ্ৰেড ব্যৱস্থাত সন্দেহ প্ৰকাশ কৰি সঞ্চালক আৰু জিলা বিষয়াগৰাকীক নানান প্ৰশ্ন অৱতাৰণা কৰে।

জানিব পৰা মতে এই কৰ্মীসকলক উৎসাহিত কৰিবৰ বাবে তেওঁলোকৰ সেৱামূলক কাম-কাজসমূহ নিৰীক্ষণ কৰি উৰ্ধতম কৰ্তৃপক্ষই এ, বি, চি, ডি গ্ৰেড প্ৰদান কৰি আহিছে আৰু উক্ত গ্ৰেড অনুসৰিয়েই তেওঁলোকৰ দৰমহা নিৰ্ধাৰণ হয়। বিগত সময়চোৱাত জিলাখনৰ বহুসংখ্যক এনে কৰ্মীয়ে এ বি গ্ৰেড লাভ কৰিছে। আনকি কেইবাগৰাকী এন এইচ এম কৰ্মীয়ে বিভাগীয়ভাৱে আৰু প্ৰশাসনৰ তৰফৰ পৰা পুৰস্কাৰো লাভ কৰিছে।

কিন্তু শেহতীয়াকৈ তেনে  ৪২১ গৰাকী কৰ্মীক এইবাৰ বিভাগে চি গ্ৰেড দিয়ে। ফলত এই সমগ্ৰ গ্ৰেড ব্যৱস্থাটোতে আস্থাহীন হৈ আজি কৰ্মীসকলে বিভাগীয় কৰ্তৃপক্ষৰ পৰা সুদত্তৰ বিচাৰি ব্যতিব্যস্ত কৰি তোলে।

অৱশ্যে পাছত যুটীয়া সঞ্চালক গৰাকীয়ে সমগ্ৰ বিষয়টো উৰ্ধতম কৰ্তৃপক্ষৰ সৈতে আলোচনাৰ আশ্বাস দিয়াত পৰিস্থিতি শাম কাটে। উল্লেখযোগ্য যে জিলাখনত ৪৩৬ গৰাকী এনে কৰ্মী আছে। আনহাতে উক্ত গ্ৰেড ব্যৱস্থাৰ বাবে একাংশ চিকিৎসকো প্ৰাপ্যৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উঠিছে।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd