• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ব্ৰাহ্মণ সমাজৰ সৈতে যুটীয়া সংবাদমেলত জুবিনে ক’লে : এটা সম্প্ৰদায়ক আঘাত দিয়াটো বেয়া কথা

জুবিনৰ বক্তব্যই গোটেই ভাৰতৰ ব্ৰাহ্মণ সমাজক আঘাত দিছিল : ব্ৰাহ্মণ সমাজ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 27, 2019 10:14 pm
Zubeen Garg
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমাজৰ বিৰুদ্ধে এটা সাম্প্ৰদায়িক মন্তব্য কৰি অসমৰ ব্ৰাহ্মণ সমাজৰ ৰোষত পৰা জুবিন গাৰ্গ আৰু ব্ৰাহ্মণ সমাজে আজি এখন যুটীয়া সংবাদমেল সম্বোধন কৰে।

সংবাদমেলত ব্ৰাহ্মণ সমাজে জুবিনক অন্তৰৰ পৰা ক্ষমা কৰি দিয়া আৰু তেওঁৰ বিৰুদ্ধে অসমৰ প্ৰতিখন জিলাত ব্ৰাহ্মণ সমাজে দিয়া গোচৰবোৰ কেইবা দিনৰ পূৰ্বেই প্ৰত্যাহাৰ কৰাৰ কথা অৱগত কৰে।

Apply Now

ব্ৰাহ্মণ সমাজৰ বিষয়ববীয়াই সংবাদমেলত জনায়, জুবিন গাৰ্গে ইতিমধ্যে ক্ষমা বিচাৰিছে। জুবিনৰ প্ৰতি আন্তৰিকতা থকা বাবে জিলাই জিলাই থকা ব্ৰাহ্মণ সমাজলৈ কেছবিলাক উঠাই ল’বলৈ কেতিয়াবাই বাৰ্তা প্ৰেৰণ কৰিছিল ব্ৰাহ্মণ সমাজে।

“জুবিনৰ বক্তব্যই কেৱল অসমৰে নহয় গোটেই ভাৰতৰ ব্ৰাহ্মণ সমাজক আঘাত দিছিল”, ব্ৰাহ্মণ সমাজৰ বিষয়ববীয়াজনে সংবাদমেলত কয়।

আনহাতে শিল্পী জুবিন গাৰ্গে কয় যে ভুল ক্ৰমেহে তেওঁৰ মুখৰ পৰা বামুণ শব্দটো ওলাইছিল, আচলতে ক’ব খুজিছিল জাত-পাত নিঃশেষ কৰাৰ কথাহে।

“মই ক’ব বিচাৰিছিলো জাত-পাতৰ বিৰুদ্ধে, কিন্তু বামুণ শব্দটো ওলাই গ’ল। তাৰ কাৰণে আকৌ ছৰি কৈছো”, সংবাদমেলত জুবিনৰ মন্তব্য।

তেওঁ তাৰ উপৰি কয়, “যেতিয়া এটা সম্প্ৰদায়ে আঘাত পায়, সেইটো বেয়া কথা হয় আচলতে। যিটো বেয়া বেয়াই। কিবা এটা বেয়া কাম কৰিলে সেইটোৰ দোষ স্বীকাৰ কৰাটো দায়িত্ব।”

শিল্পীজনে এতিয়া ব্ৰাহ্মণ সমাজৰ সৈতে কোনো সংঘাত নাই আৰু এইটো লৈ আৰু বিতৰ্ক হ’ব নালাগে বুলি কয়।

উল্লেখযোগ্য যে যোৱা ২৬ জুলাইৰ নিশা মহানগৰৰ জি এম চি এইচ্ছৰ প্ৰেক্ষাগৃহত পূৰ্ণবিকাশ সংস্থাই আয়োজন কৰা পাঞ্জা প্ৰতিযোগিতাৰ এটা সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে বামুণ-চামুণ চব মাৰিব লাগে বুলি মন্তব্য কৰিছিল, যাৰ বাবে গোটেই ৰাজ্যজুৰি বিতৰ্কৰ সৃষ্টি হৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

September 9, 2026 9:34 pm
ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

September 9, 2026 9:06 pm
পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক স্থাপন কৰাটো অপৰাধ নহয় নেকি? সৰ্বোচ্চ ন্যায়ালয়ত চলিছে তীব্ৰ আইনী যুঁজ

পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক স্থাপন কৰাটো অপৰাধ নহয় নেকি? সৰ্বোচ্চ ন্যায়ালয়ত চলিছে তীব্ৰ আইনী যুঁজ

September 9, 2026 6:55 pm
গাঁও আৰু চহৰৰ মাজত বাঢ়িছে মজুৰিৰ বৈষম্য: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে গ্ৰাম্য অৰ্থনীতিক

গাঁও আৰু চহৰৰ মাজত বাঢ়িছে মজুৰিৰ বৈষম্য: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে গ্ৰাম্য অৰ্থনীতিক

September 9, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

লালকিল্লা বিস্ফোৰণৰ চাৰ্জশ্বীট দাখিল: এনআইএৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ তথ্য, সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰমাইণ্ড আছিল চিকিৎসক উমৰ উন নবী 

September 9, 2026 9:34 pm
ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

ড° হীৰেন গোহাঁইক তীব্ৰ সমালোচনা অখিল গগৈৰ: কংগ্ৰেছপ্ৰীতি আৰু চৰিত্ৰহননৰ গুৰুতৰ অভিযোগ

September 9, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd