• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ব্ৰাহ্মণ সমাজৰ সৈতে যুটীয়া সংবাদমেলত জুবিনে ক’লে : এটা সম্প্ৰদায়ক আঘাত দিয়াটো বেয়া কথা

জুবিনৰ বক্তব্যই গোটেই ভাৰতৰ ব্ৰাহ্মণ সমাজক আঘাত দিছিল : ব্ৰাহ্মণ সমাজ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 27, 2019 10:14 pm
Zubeen Garg
9.8k
VIEWS
Share on FacebookShare on Twitter

সমাজৰ বিৰুদ্ধে এটা সাম্প্ৰদায়িক মন্তব্য কৰি অসমৰ ব্ৰাহ্মণ সমাজৰ ৰোষত পৰা জুবিন গাৰ্গ আৰু ব্ৰাহ্মণ সমাজে আজি এখন যুটীয়া সংবাদমেল সম্বোধন কৰে।

সংবাদমেলত ব্ৰাহ্মণ সমাজে জুবিনক অন্তৰৰ পৰা ক্ষমা কৰি দিয়া আৰু তেওঁৰ বিৰুদ্ধে অসমৰ প্ৰতিখন জিলাত ব্ৰাহ্মণ সমাজে দিয়া গোচৰবোৰ কেইবা দিনৰ পূৰ্বেই প্ৰত্যাহাৰ কৰাৰ কথা অৱগত কৰে।

ব্ৰাহ্মণ সমাজৰ বিষয়ববীয়াই সংবাদমেলত জনায়, জুবিন গাৰ্গে ইতিমধ্যে ক্ষমা বিচাৰিছে। জুবিনৰ প্ৰতি আন্তৰিকতা থকা বাবে জিলাই জিলাই থকা ব্ৰাহ্মণ সমাজলৈ কেছবিলাক উঠাই ল’বলৈ কেতিয়াবাই বাৰ্তা প্ৰেৰণ কৰিছিল ব্ৰাহ্মণ সমাজে।

“জুবিনৰ বক্তব্যই কেৱল অসমৰে নহয় গোটেই ভাৰতৰ ব্ৰাহ্মণ সমাজক আঘাত দিছিল”, ব্ৰাহ্মণ সমাজৰ বিষয়ববীয়াজনে সংবাদমেলত কয়।

আনহাতে শিল্পী জুবিন গাৰ্গে কয় যে ভুল ক্ৰমেহে তেওঁৰ মুখৰ পৰা বামুণ শব্দটো ওলাইছিল, আচলতে ক’ব খুজিছিল জাত-পাত নিঃশেষ কৰাৰ কথাহে।

“মই ক’ব বিচাৰিছিলো জাত-পাতৰ বিৰুদ্ধে, কিন্তু বামুণ শব্দটো ওলাই গ’ল। তাৰ কাৰণে আকৌ ছৰি কৈছো”, সংবাদমেলত জুবিনৰ মন্তব্য।

তেওঁ তাৰ উপৰি কয়, “যেতিয়া এটা সম্প্ৰদায়ে আঘাত পায়, সেইটো বেয়া কথা হয় আচলতে। যিটো বেয়া বেয়াই। কিবা এটা বেয়া কাম কৰিলে সেইটোৰ দোষ স্বীকাৰ কৰাটো দায়িত্ব।”

শিল্পীজনে এতিয়া ব্ৰাহ্মণ সমাজৰ সৈতে কোনো সংঘাত নাই আৰু এইটো লৈ আৰু বিতৰ্ক হ’ব নালাগে বুলি কয়।

উল্লেখযোগ্য যে যোৱা ২৬ জুলাইৰ নিশা মহানগৰৰ জি এম চি এইচ্ছৰ প্ৰেক্ষাগৃহত পূৰ্ণবিকাশ সংস্থাই আয়োজন কৰা পাঞ্জা প্ৰতিযোগিতাৰ এটা সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে বামুণ-চামুণ চব মাৰিব লাগে বুলি মন্তব্য কৰিছিল, যাৰ বাবে গোটেই ৰাজ্যজুৰি বিতৰ্কৰ সৃষ্টি হৈছিল।

Recent News

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

সন্ত্ৰাসবাদ বিৰোধী আইন অনুসৰি বাংলাদেশত নিষিদ্ধ হ’ল শ্বেখ হাছিনাৰ দল আৱামী লীগ

সন্ত্ৰাসবাদ বিৰোধী আইন অনুসৰি বাংলাদেশত নিষিদ্ধ হ’ল শ্বেখ হাছিনাৰ দল আৱামী লীগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd