• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘জোনাকী’ শীৰ্ষক উত্তৰ-পূব চলচ্চিত্ৰ মহোৎসৱ আৰম্ভ

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
February 28, 2020 4:42 pm
Jonaki Film Festival

জোনাকী চলচ্চিত্ৰ মহোৎসৱৰ উদ্বোধনী মুহূৰ্তত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগে বিগত বৰ্ষৰ দৰে এইবাৰো দুদিনীয়া কাৰ্য্যসূচীৰে ‘জোনাকী’ শীৰ্ষক চলচ্চিত্ৰ মহোৎসৱ আয়োজন কৰিছে।

বিশ্ববিদ্যালয় সংগীত জিলিকাব লুইতৰে পাৰেৰে চলচ্চিত্ৰ মহোৎসৱখনি শুভাৰম্ভ কৰা হয়।

Apply Now

চলচ্চিত্ৰ মহোৎসৱখনি শুভৰাম্ভ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ডীন সৌৰভ প্ৰাণ গোস্বামীয়ে।

চলচিত্ৰ মহোৎসৱখনিৰ শুভৰাম্ভনি অনুষ্ঠানত মুখ্য অতিথি হিচাপে সাংস্কৃতিক বিভাগৰ সচিব মাধুৰিমা বৰুৱা সেন উপস্থিত থকাৰ লগতে সাস্কৃতিক বিভাগৰ সঞ্চালক বিষ্ণুকমল বৰা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্ৰেণী সচিৱ দিলীপ বৰাৰ লগতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে নিলোৎপল বৰা, বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা অচিন্ত শংকৰ, ভূপেন চক্ৰৱৰ্তী, ড০ গৌতম দাস।

উপস্থিত অতিথি সকলক গামোচা, কিতাপৰ টোপোলাৰ লগতে এটি গছপুলিৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

চলচ্চিত্ৰ মহোৎসৱখনিত আদৰণি ভাষণ আগবঢ়াই যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী অধ্যাপক অংকুৰণ দত্তই৷

‘‘ভাল চিনেমাই মানসিক পৰিৱৰ্তনতে নহয় ব্যৱহাৰিক পৰিৱৰ্তনতো প্ৰভাৱ পেলাই ৷ জোনাকীলৈ অভূতপূৰ্ব সহাৰি ৷ এহেজাৰতকৈও অধিকে দৰ্শকে এই মহোৎসৱত ভাগ ল’ব,’’ বিভাগৰ মুৰব্বী অধ্যাপক অংকুৰণ দত্তই কয়।

মুখ্য অতিথি মাধুৰিমা বৰুৱা সেনে ‘জোনাকী’ৰ এই  প্ৰচেষ্টাৰ জৰিয়তে সুস্থ আৰু মননশীল চলচিত্ৰই সমাজত এক ইতিবাচক প্ৰভাৱ পেলাব বুলি কয়৷

আনহাতে, অধ্যাপক দিলীপ বৰাই কয় ‘‘এই দুদিন বিনোদনৰ মাজেৰে মনৰ উৎকৰ্ষ সাধন হ’ব ৷ অসমত ক’লা গ্ৰহণ কৰাৰ বাবে এটা মানসিকতা লাগিব।’’

বিশ্ববিদ্যালয়ৰ ফণীধৰ বৰুৱা আৰু এ টি প্ৰেক্ষাগৃহত মহোৎসৱখনিৰ ছবিবোৰ প্ৰদৰ্শিত কৰা হ’ব।

জোনাকী চলচ্চিত্ৰ মহোৎসৱত বড়ো আৰু মিচিং ভাষাৰ লগতে উত্তৰ-পূবৰ বিভিন্ন ভাষাৰ চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ’ব।

অংকুৰণ দত্তৰ পৰিচালিত ‘ষ্টকিং দ্য ষ্ট্ৰকছ’ নামৰ ছবিখনেৰে মহোৎসৱখনি আৰম্ভ কৰা হয়।

চলচ্চিত্ৰ মহোৎসৱখনিৰ লগত সংগতি ৰাখি এনিমেচন ছবিৰ কৰ্মশালাৰো আয়োজন কৰা হৈছে।

জ০ গৌতম দাসে কৰ্মশালাত এনিমেচন  সন্দৰ্ভত অংশগ্ৰহণ কৰা সকলক প্ৰশিক্ষণ প্ৰদান কৰে।

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd