DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, January 28, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

যোৰহাট আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ দুজন বন্দুক সৰবৰাহকাৰী

এন ই নাও নিউজ, যোৰহাট by এন ই নাও নিউজ, যোৰহাট
March 29, 2022 7:09 am
gun trafficar

ফটো: নৰ্থইষ্ট নাও।

98
VIEWS
Share on FacebookShare on Twitter

যোৰহাট আৰক্ষীয়ে সোমবাৰে দুজন বন্দুক সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰে। ব্যক্তি দুজন হৈছে ইন্দ্ৰেশ্বৰ শইকীয়া আৰু বুবুল গগৈ।

এখন AS-03-B-5443 নম্বৰৰ চুজুকি চামুৰাই মটৰচাইকেল সহ তেওঁলোকক কৰায়ত্ত কৰা হয়।

উপ আৰক্ষী অধীক্ষক মামণি হাজৰিকাৰ নেতৃত্বত যোৱা এক বৃহৎ আৰক্ষীৰ দলে মৰিয়নিৰ পৰা বন্দুক সৰবৰাহকাৰী দুজনক গ্ৰেপ্তাৰ কৰে।   

ইতিমধ্যে কৰায়ত্ত কৰা লোক দুজনৰ এজনক যোৰহাটৰ পুলিবৰৰ বুলি জানিব পৰা গৈছে l

যোৰহাট আৰক্ষীয়ে গোটেই ঘটনাটোৰ তদন্ত অৱ্যাহত ৰাখিছে।

উল্লেখ্য যে অসামাজিক কামত জড়িত লোকৰ বাবে মূৰৰ কামোৰণি হৈ পৰিছে যোৰহাটৰ উপ আৰক্ষী অধীক্ষক মামনি হাজৰিকা। 

Recent News

লাচিত বৰফুকনক বিকৃত ৰূপত উপস্থাপনৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল যুৱ কংগ্ৰেছ

লাচিত বৰফুকনক বিকৃত ৰূপত উপস্থাপনৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল যুৱ কংগ্ৰেছ

অসমত আৰক্ষীৰ “এনকাউণ্টাৰ” সন্দৰ্ভত পিআইএল খাৰিজ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে

অসমত আৰক্ষীৰ “এনকাউণ্টাৰ” সন্দৰ্ভত পিআইএল খাৰিজ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে

মাজনিশা হাস্পাতালত অগ্নিকাণ্ড! দুজন চিকিৎসককে ধৰি পাঁচজনৰ মৃত্যু

মাজনিশা হাস্পাতালত অগ্নিকাণ্ড! দুজন চিকিৎসককে ধৰি পাঁচজনৰ মৃত্যু

বেয়া চলিছে আদানিৰ দিন! শ্বেয়াৰৰ মূল্য আৰু বিত্তীয় লেনদেনত জালিয়াতিৰ অভিযোগ, তদন্তৰ দাবী

বেয়া চলিছে আদানিৰ দিন! শ্বেয়াৰৰ মূল্য আৰু বিত্তীয় লেনদেনত জালিয়াতিৰ অভিযোগ, তদন্তৰ দাবী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd