• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যোৰহাটত ২৪ঘন্টাত সৰ্বাধিক কোভিড-১৯ পজিটিভ চিনাক্ত

স্মিতা ভট্টাচাৰ্য্য by স্মিতা ভট্টাচাৰ্য্য
July 21, 2020 8:32 am
IMG-20200720-WA0171-750x375

যোৰহাটৰ কে জি নাৰ্ছিংহোম। ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৰহাটত সোমবাৰে এতিয়ালৈকে সৰ্বাধিক কোভিড-১৯ পজিটিভ চিনাক্ত হৈছে। ২৪ঘন্টাত জিলাখনত ১০১গৰাকী লোকৰ দেহত ধৰা পৰিছে এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি।

এই নতুন ১০১গৰাকী পজিটিভ ৰোগীৰ সৈতে জিলাখনত মুঠ কোভিড পজিটিভ ৰোগীৰ সংখ্যা ৮৯৯গৰাকীলৈ বৃদ্ধি পালে।

Apply Now

ইয়াৰ মাজতে জেইল ৰোডত থকা কে জি নাৰ্ছি হোমখনত ৮গৰাকী কৰ্মচাৰীৰ পজিটিভ ধৰা পৰাৰ পাছত ইয়াক কন্টেইনমেন্ট জ’ন ঘোষণা কৰা হৈছে।

যোৰহাটৰ উপাযুক্ত ৰোশ্নি এ কোৰাটিয়ে সাংবাদিকক কয় যে ২৩জুলাইৰ পৰা যোৰহাটত আনলক আৰম্ভ হ’ব।

তেওঁ কয় যে ৰাস্তাৰ একাষৰ দোকানসমূহ পুৱা ৭বজাৰ পৰা এদিনৰ মূৰে মূৰে সলনা-সলনিকৈ খোলাৰ অনুমতি দিয়া হ’ব।

যোৰহাটত যোৱা ৯জুলাইৰ পৰা ১৫জুলাইলৈকে সম্পূৰ্ণ লকডাউনৰ পাছত ১৬জুলাইৰ পৰা বৰ্তমান অনিৰ্দিষ্টকালীন লকাডাউন চলি আছে।

কোৰাটিয়ে সোমবাৰে সন্ধিয়া জানিবলৈ দিয়ে যে নতুনকৈ চিনাক্ত হোৱা ১০১গৰাকী পজিটিভ ৰোগীৰ ভিতৰত ১০০গৰাকীৰে কোনো ভ্ৰমণ বৃত্তান্ত নাই আৰু ইয়াৰ ভিতৰৰ ৫১গৰাকীয়ে যোৰহাট চহৰৰ।

আনহাতে, যোৰহাট চহৰৰ ৫১গৰাকীৰ ভিতৰত ৫০গৰাকীৰে কোনো ভ্ৰমণ বৃত্তান্ত নাই।

কোৰাটিয়ে জানিবলৈ দিয়ে যে যোৰহাটত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৫৫১গৰাকী।

ইয়াৰ পূৰ্বে দেওবাৰে উপায়ুক্তগৰাকীয়ে কৈছিল যে গৱৰ্ণমেন্ট গাৰ্লছ এইচ এছ স্কুলত কোভিড-১৯ৰ পৰীক্ষাৰ বাবে এটা স্ক্ৰীনিং চেন্টাৰ মুকলি কৰা হৈছে আৰু মঙলবাৰে আৰু দুটা এনেকুৱা চেন্টাৰ যোৰহাট মিউনিচিপাল বোৰ্ডৰ অধীনৰ ধেনুছুচা এল পি স্কুল আৰু কল্যাণ সংঘ এল পি স্কুলত মুকলি কৰা হ’ব।

Tags: COVID-19
স্মিতা ভট্টাচাৰ্য্য

স্মিতা ভট্টাচাৰ্য্য

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm
‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

June 30, 2026 9:21 pm
প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

June 30, 2026 8:53 pm
হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

June 30, 2026 8:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm
‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

June 30, 2026 9:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd