• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যোৰহাটৰ ‘নগ্ন’ প্ৰতিবাদকাৰীয়ে এইবাৰ বিচাৰিলে অসমৰ ‘স্বাধীনতা’

স্মিতা ভট্টাচাৰ্য্য by স্মিতা ভট্টাচাৰ্য্য
December 2, 2020 10:30 am
Untitled-3

যোৰহাটৰ 'নগ্ন' প্ৰতিবাদকাৰী।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এসময়ত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে নগ্ন প্ৰতিবাদ সাৱ্যস্ত কৰি চাঞ্চল্যৰ সৃষ্টি কৰা প্ৰতিবাদকাৰী মন্টু দত্ত পুনৰ বাতৰিৰ মাজলৈ ঘুৰি আহি আহিছে।এইবাৰ তেওঁ দাবী কৰিছে অসমৰ ‘স্বাধীনতা’।

পৰম্পৰাগত সাজ ধূতি পিন্ধি আৰু ডিঙিত গামোচা লৈ ৪৫বছৰীয়া দত্তক মঙলবাৰে যোৰহাটৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত হাতত এখন প্লে’কাৰ্ড লৈ থিয় হৈ থকা দেখিবলৈ পোৱা গ’ল।

Apply Now

মন্টু দত্তই লৈ থকা প্লে’কাৰ্ডখনত জয় আই অসম লিখাৰ লগতে লিখা আছিল ’’অসম যিহেতু ভাৰতৰ অংগৰাজ্য নহয় সেইবাবে অসমৰ স্বাধীনতা দিয়ক’’।

উজনি অসমত সৰৱ প্ৰতিবাদৰ বাবে পৰিচিত মন্টু দত্তক মঙলবাৰে উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰায় দুঘন্টা থিয় হৈ থকা দেখা গৈছিল।

তেওঁ যদিও অসমৰ ‘স্বাধীনতা’ৰ দাবী তুলিছিল, আৰক্ষী বা জিলা প্ৰশাসনে ব্যক্তিগৰাকীৰ প্ৰতিবাদৰ প্ৰতি কোনো গুৰুত্ব দিয়া নাছিল।

যোৰহাটৰ ৰাজাবাৰী অঞ্চলৰ বাসিন্দা দত্তই কোনো ৰাজনৈতিক দল বা সংগঠনক প্ৰতিনিধিত্ব কৰাৰ বিপৰীতে ব্যক্তিগত উদ্যোগতহে প্ৰতিবাদ সাৱ্যস্ত কৰিছিল বুলি কয়।

যদিও আৰক্ষী বা জিলা প্ৰশাসনে মঙলবাৰে ব্যক্তিগৰাকীৰ প্ৰতিবাদৰ প্ৰতি গুৰুত্ব নিদিয়াটোৱে সঠিক বুলি ভাৱিলে, দৰাচলতে তেওঁৰ দাবীটো কিন্তু উৰুৱাই দিয়া ঘটনা নাছিল।

দত্তৰ অসমৰ ‘স্বাধীনতা’ৰ দাবী নিশ্চিতভাৱে এখন ‘সাৰ্বভৌম’ অসমৰ বাবে বিচ্ছিন্নতাবাদী আলফাৰ চাৰি দশক পুৰণি সংগ্ৰামৰ সৈতে সমাৰ্থক।

KMSS-1-e1606881752556
২০১৯ৰ ১১জানুৱাৰিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে যোৰহাটৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত নগ্ন হৈ প্ৰতিবাদ কৰাৰ সময়ত মন্টু দত্ত।

অসমৰ ‘স্বাধীনতা’ৰ বাবে দাবী উত্থাপন সম্পৰ্কত এগৰাকী আৰক্ষীক সোধাত কয় যে যোৰহাটত মন্টু দত্তক কোনেও গুৰুত্ব দি নলয় যাৰ বাবে কোনো ব্যৱস্থা লোৱা হোৱা নাই।

দত্তই কোনো সমস্যা গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰিলেই প্ৰায়ে হাতত এখন প্লে’কাৰ্ড লৈ প্ৰতিবাদ সাৱ্যস্ত কৰে।

যোৱা বছৰ ১১জানুৱাৰিত মন্টু দত্তই নাগৰিকত্ব সংশোধনী বিধেয়ক,২০১৬ৰ বিৰুদ্ধে যোৰহাটৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত নগ্ন হৈ প্ৰতিবাদ সাৱ্যস্ত কৰিছিল।

তেওঁ লগতে চিন্তাবিদ হীৰেন গোঁহাইৰ বিৰুদ্ধে ‘দেশদ্ৰোহৰ অভিযোগ’ প্ৰত্যাহাৰৰ দাবীও কৰিছিল।

উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সেইসময়ত কৰা নগ্ন প্ৰতিবাদে ৰাইজক অস্বস্তিত পেলোৱাৰ সময়তে আৰক্ষীয়ে তেওঁ কৰায়ত্ত কৰি বলপূৰ্বক কাপোৰ পিন্ধাই দিছিল।

স্মিতা ভট্টাচাৰ্য্য

স্মিতা ভট্টাচাৰ্য্য

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd