DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 3, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

য়ু এছ লাইব্ৰেৰী অফ কংগ্ৰেছে নিৰ্বাচিত কৰিছে সাংবাদিক মৃণাল তালুকদাৰৰ গ্ৰন্থ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 14, 2019 2:25 pm
13-1140x570

গ্ৰন্থখনৰ বেটুপাত

198
VIEWS
Share on FacebookShare on Twitter

জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰৰ গ্ৰন্থ ‘দ্য প’ষ্ট ক’লনিয়েল আছাম (১৯৪৭-২০১৯)’ ৱাশ্বিংটনৰ য়ু এছ লাইব্ৰেৰী অফ কংগ্ৰেছে নিৰ্বাচিত কৰিছে।

গ্ৰন্থখন তেওঁলোকৰ ৱাশ্বিংটনত থকা বিশাল লাইব্ৰেৰীটোত ভৱিষ্যত দক্ষিণ এছিয়াৰ অধ্যয়নৰ বাবে ৰখা হ’ব।

য়ু এছ লাইব্ৰেৰী অফ কংগ্ৰেছত স্থান পোৱা অসমৰ সমসাময়িক সামজিক পৰিস্থিতিৰ ওপৰত লিখা প্ৰথম গ্ৰন্থ।

‘দ্য প’ষ্ট ক’লনিয়েল আছাম (১৯৪৭-২০১৯)’ গ্ৰন্থখন স্বাধীনোত্তৰ অসম আৰু ইয়াৰ ঘটনা প্ৰৱাহৰ ওপৰত ৰচনা কৰা প্ৰথমখন তথ্যসমৃদ্ধ গ্ৰন্থ যিখন ভাৰতৰ ইতিহাসৰ ব্যতিক্ৰমী দিশটোক তুলি ধৰিছে।

নন্দ তালুকদাৰ ফাউণ্ডেশ্যনে প্ৰকাশ কৰা গ্ৰন্থখন অনুষ্টুপীয়াকৈ মুকলি কৰা হৈছে যদিও চলিত বৰ্ষৰ শেহৰ পিনে আনুষ্ঠানিকভাৱে গ্ৰন্থখন উন্মোচন কৰা হ’ব।

গ্ৰন্থখনত স্বাধীনতাৰ পাছৰ অসমৰ পৰা আৰম্ভ কৰি নাগৰিকত্ব (সংশোধনী) বিধেয়কলৈ মুঠতে ১১টা অধ্যায়ত সামৰি লোৱা হৈছে।

স্বাধীনতাৰ পাছৰ অসমৰ ঘটনাপ্ৰৱাহৰ ওপৰত ৰচিত এইখন প্ৰথম আৰু একমাত্ৰ এনেধৰণৰ গ্ৰন্থ।

গ্ৰন্থখনত বহু হিংসাত্মক ঘটনাকে ধৰি বিগত সাতটা দশকৰ সমগ্ৰ পৰিস্থিতিৰ বিষয় সন্নিৱিষ্ট হৈছে।

গ্ৰন্থখনে অসমত বিজেপিৰ উত্থান, আন আৰ চি আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ লগতে তৰুণ গগৈ চৰকাৰৰ ১৫ বছৰীয়া শাসনকালৰ ঘটাৰাজিকো সামৰি লৈছে।

Recent News

Bumrah’s all-round show: দুৰ্দান্ত বেটিঙৰ পিছত বলিঙেৰেও চমক অধিনায়ক বুমৰাহৰ; এজবাষ্টনত চালকৰ আসনত ভাৰত

Bumrah’s all-round show: দুৰ্দান্ত বেটিঙৰ পিছত বলিঙেৰেও চমক অধিনায়ক বুমৰাহৰ; এজবাষ্টনত চালকৰ আসনত ভাৰত

No link with Terror outfit: “জেহাদী”ৰ ভূতে খেদিছে মহানগৰ আৰক্ষীক! জেহাদীৰে লিংক বিচাৰি নাপাই যাবলৈ দিয়া হ’ল ইনামুলক

No link with Terror outfit: “জেহাদী”ৰ ভূতে খেদিছে মহানগৰ আৰক্ষীক! জেহাদীৰে লিংক বিচাৰি নাপাই যাবলৈ দিয়া হ’ল ইনামুলক

Murder for Land dispute

ওদালগুৰিত ভূমি বিবাদৰ চূড়ান্ত ৰূপ: জেষ্ঠ ভাতৃয়ে প্ৰাণ ল’লে কনিষ্ঠ ভাতৃৰ

অসম ছাত্ৰ পৰিষদৰ বঙাইগাঁও বিধান পৰিষদৰ উদ্যোগত ১৩৩ গৰাকী কৃতি ছাত্ৰ – ছাত্ৰীক সম্বৰ্ধনা

অসম ছাত্ৰ পৰিষদৰ বঙাইগাঁও বিধান পৰিষদৰ উদ্যোগত ১৩৩ গৰাকী কৃতি ছাত্ৰ – ছাত্ৰীক সম্বৰ্ধনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd