• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰৰ কণমানি পৰশমণিলৈ সহায়ৰ হাত; পঢ়োৱাৰ দায়িত্ব ল’লে সাংবাদিক আৰু আজমল ফাউণ্ডেশ্যনে

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
June 22, 2020 8:33 pm
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হাঁহি বিৰিঙিলে কণমানি পৰশমণিৰ মুখলৈ। এতিয়াৰ পৰা পাচলি বিক্ৰী কৰিবলৈ যাব নালাগে পৰশমণিয়ে। একাংশ হৃদয়বান ব্যক্তি আগবাঢ়ি আহিল পৰশমণিৰ পৰিয়ালৰ কাষলৈ।

কিছুদিন পূৰ্বে নৰ্থ-ইষ্ট নাওত প্ৰকাশ পাইছিল শিৱসাগৰৰ নামতি কুকুৰাচোৱা গাঁৱৰ পৰশমণি দত্ত নামৰ এটি ৮ বছৰীয়া কণমানিৰ কৰুণ কাহিনী।

Apply Now

পিতৃহীনা কণমানিটোৱে কিদৰে শাক-পাচলি বিক্ৰী কৰি পৰিয়াল পোহপাল দিব লগীয়া হৈছিল। ৮ বছৰীয়া পৰশমণিৰ জীৱন সংগ্ৰামৰ বিষয়ে জানি সকলোৱে প্ৰশংসা কৰিছিল কণমানিটোক। বহুতে সহায়ৰ হাত আগবঢ়াবলৈ আগবাঢ়ি আহিছে দুৰ্ভগীয়া পৰিয়ালটোক।

এতিয়াৰ পৰা পৰশমণিয়ে চাইকেলত পাচলি বিক্ৰী কৰিবলৈ নাযায়। যাব বিদ্যালয়লৈ। আজিৰ পৰা পৰশমণিয়ে এক নতুন জীৱন আৰম্ভ কৰিছে। য’ত থাকিব কনমাণিটোৱে পুহি ৰখা অলেখ সপোন।

শিৱসাগৰৰ এন ই জি নিউজ পৰ্টেলৰ সাংবাদিক জিতুল খান, ৱাচিম ৰহমান আৰু প্ৰণামী দত্তই পৰশমণিৰ দশম শ্ৰেণীলৈকে পঢ়াৰ সমস্ত দায়িত্ব লৈছে।

পৰশমণিক শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই নিয়াত কোনো সকলো প্ৰচেষ্টা কৰিব বুলি জানিবলৈ দিয়ে এন ই জিৰ সাংবাদিক কেইগৰাকীয়ে।

আনহাতে দেওবাৰে অঞ্জন দত্ত ফাউণ্ডেশ্যনৰ হৈ কংগ্ৰেছ দলৰ প্ৰয়াত মন্ত্ৰী অঞ্জন দত্তৰ কন্যা অংকিতা দত্ত আৰু এন এচ ইউ আইৰ তৰফৰ পৰা পৰশমণিক শিক্ষাৰ সামগ্ৰীৰ এটা টোপোলা দিয়াৰ লগতে পৰশমণিৰ মাতৃক আৰ্থিক সাহায্য প্ৰদান কৰে।

ইয়াৰ উপৰি ভৱিষ্যতে পৰিয়ালটোক সহায় কৰি যাব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰে।

আনহাতে, সংবাদ মাধ্যম যোগে শিশুটিৰ এই কৰুন গাঁথা জানিব পাৰি আজি আজমল ফাউণ্ডেশ্যনৰ এটা সজাঁতি দল শিশুটিৰ ঘৰত উপস্থিত হৈ শিশুটিৰ মাতৃক ২৫ হাজাৰ টকাৰ আৰ্থিক সাহায্য দিয়াৰ লগতে শিশুটিৰ উচ্চ শিক্ষাৰ যাৱতীয় দায়িত্ব গ্ৰহণ কৰে৷

লগতে শিশুটিক এখন চাইকেল আৰু মাতৃ-পুত্ৰক কাপোৰ-কানি প্ৰদান কৰে৷

ভৱিষ্যতে, সেনা হোৱাৰ সপোন দেখা পৰশমণিয়ে লকডাউন খুলিলে স্কুল যাব বুলি মন্তব্য কৰিছে সাংবাদিকৰ আগত।

আপুনিও যদি এক কণমানিটোক সহায় কৰিব বিচাৰে পৰশমণিৰ মাতৃ ৰূপাঞ্জলি দত্তৰ য়ু বি আইৰ নামতি শাখাৰ 0730010116954 (IFSC UTBI0NAMG23) নম্বৰত আৰ্থিক সহায় আগবঢ়াব পাৰে।

পৰিয়ালটোৰ লগত যোগাযোগ কৰিবলৈ পৰশমণিৰ মাতৃৰ মোবাইল নম্বৰ ৯৩৬৫৪১৫৯৪১ ত যোগাযোগ কৰিব পাৰে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ, মোডীৰ ‘আজীৱন অনুগামী’ শ্বেহজাদ পুনাৱাল্লাৰ দল ত্যাগ

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ, মোডীৰ ‘আজীৱন অনুগামী’ শ্বেহজাদ পুনাৱাল্লাৰ দল ত্যাগ

July 31, 2026 1:00 pm
যন্তৰ মন্তৰৰ পৰা সংসদলৈ ভাইৰেল ‘Vasteguna Huiya’, জেন-জিৰ মুখৰ এই বাক্যাংশৰ অৰ্থ কি?

যন্তৰ মন্তৰৰ পৰা সংসদলৈ ভাইৰেল ‘Vasteguna Huiya’, জেন-জিৰ মুখৰ এই বাক্যাংশৰ অৰ্থ কি?

July 31, 2026 12:26 pm
অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত পোত গৈ বহু কেইজন; বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত বাধা

অট্টালিকা ভাঙি ৬ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত পোত গৈ বহু কেইজন; বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যত বাধা

July 31, 2026 11:28 am
শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

July 31, 2026 10:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ, মোডীৰ ‘আজীৱন অনুগামী’ শ্বেহজাদ পুনাৱাল্লাৰ দল ত্যাগ

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ, মোডীৰ ‘আজীৱন অনুগামী’ শ্বেহজাদ পুনাৱাল্লাৰ দল ত্যাগ

July 31, 2026 1:00 pm
যন্তৰ মন্তৰৰ পৰা সংসদলৈ ভাইৰেল ‘Vasteguna Huiya’, জেন-জিৰ মুখৰ এই বাক্যাংশৰ অৰ্থ কি?

যন্তৰ মন্তৰৰ পৰা সংসদলৈ ভাইৰেল ‘Vasteguna Huiya’, জেন-জিৰ মুখৰ এই বাক্যাংশৰ অৰ্থ কি?

July 31, 2026 12:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd