• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জয়সাগৰ সেনা চাউনীৰ অভিযানত আইইডিৰে সৈতে আলফা (স্বা:) সদস্য আটক

অক্ষয় প্ৰণৱ কলিতা by অক্ষয় প্ৰণৱ কলিতা
October 23, 2018 2:17 pm
IMG-20181023-WA0078
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডাও ডিভিজনৰ অন্তৰ্গত ভাৰতীয় সেনাৰ জয়সাগৰ সেনা চাউনীৰ এটা সেনাৰ দলে অভিযান চলাই মি: আলী নামৰ আলফাৰ (স্বা:) সদস্যজনক আটক কৰিবলৈ সক্ষম হৈছে। মি: হৈছে আলফাৰ বোমা বিশেষজ্ঞ ওভাৰগ্ৰাউণ্ড কৰ্মী। উল্লেখ্য যে সোণাৰি সেনা চাউনীয়ে বহু দিনৰে পৰা মি: আলীৰ গতি-বিধি ওচৰৰে পৰা লক্ষ্য কৰি আছিল। এইগৰাকী আলফা সদস্যই বিগত এসপ্তাহত এই এলেকাটোত চলাই সক্ৰিয় হৈ থকা আলফা উগ্ৰপন্থী আৰু ওভাৰগ্ৰাউণ্ড কৰ্মীৰ ধন দাবী চক্ৰটোৰ গুৰুত্বপূৰ্ণ সংযোগ-সেতু আছিল বুলি সন্দেহ কৰা হৈছে।

স্থানীয় সূত্ৰৰ পম খেদি সোণাৰি সেনা চাউনীয়ে এই আলফা সদস্যজনক আটক কৰিবলৈ এটা সেনাৰ দল প্ৰেৰণ কৰে আৰু আইইডি বিষ্ফোৰকেৰে সৈতে আলফা সদস্যজনক হাতে-লোটে ধৰা পেলায়। সেনাৰ বাৰ্তা লাভ কৰি শিৱসাগৰৰ আৰক্ষী অধীক্ষক আৰু আৰক্ষী উপ অধীক্ষক ঘটনাস্থলীত উপস্থিত হৈ এটা প্ৰাথমিক তদন্ত সম্পন্ন কৰে।

Apply Now

উল্লেখ্য যে ধৃত আলফা (স্বা:)সদস্য মি: আলীয়ে শিৱসাগৰ চহৰৰ ব্যৱসায়ী, দোকানী আৰু দৰমহা পোৱা কৰ্মচাৰীৰ পৰা বিপুল পৰিমাণৰ ধন উচুল কৰি আহিছিল।

নিৰাপত্তাৰক্ষীয়ে নিৰৱচ্চিন্ন সতৰ্ক পহৰা অব্যাহত ৰাখি পূৰ্ব প্ৰস্তুতিপূৰ্বকভাৱে অভিযান চলাই অহাৰ বাবে শেহতীয়াভাৱে জনসাধাৰণ আলফাৰ (স্বা:) বেআইনী ভাবুকিৰ দ্বাৰা ভীতিগ্ৰস্ত নহৈ ধন দাবীৰ চক্ৰটোক ধৰা পেলোৱাত নিৰাপত্তাৰক্ষীৰ সহায়ক হৈ পৰিছে।

মি: আলীয়ে আলফা (স্বা:) নেতৃত্বৰ পৰা নিৰ্দেশ লাভ কৰাৰ পাছত শিৱসাগৰ চহৰত এটা আইইডি বোমা স্থাপন কৰি সেইটো বিষ্ফোৰিত কৰি জনসাধাৰণক ভীতিগ্ৰস্ত কৰি বলেৰে ধন সংগ্ৰহৰ পৰিকল্পনা কৰিছিল।

সোণাৰি সেনা চাউনীয়ে উজনি অসমত সক্ৰিয় আলফাৰ এই ধন দাবী চক্ৰটোৰ ওপৰত সফল অভিযানেৰে স্থানীয় লোকসকলক ধন দাবীৰ নিৰবিচ্চিন্ন হেঁচাৰ পৰা ৰক্ষা কৰিছে। আলফাৰ ধন দাবীয়ে অঞ্চলটোৰ ৰাইজৰ স্বাভাৱিক জীৱনযাত্ৰা যথেষ্ট ক্ষতিগ্ৰস্ত কৰি তুলিছিল।

অঞ্চলটোলৈ শান্তি ঘূৰাই অনাৰ বাবে স্থানীয় বাসিন্দা আৰু অসামৰিক প্ৰশাসনে সমগ্ৰ অসমবাসীৰ হৈ জয়সাগৰ সেনা চাউনীৰ সেনা-বিষয়াসকললৈ ধন্যবাদ জ্ঞাপন কৰিছে।

অক্ষয় প্ৰণৱ কলিতা

অক্ষয় প্ৰণৱ কলিতা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd