• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আলফা উগ্ৰবাদ, তাৰ পৰা আঁতৰি থকাটো উচিত : জুবিন গাৰ্গ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 15, 2018 10:29 pm
zubin garg
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘’আলফা উগ্ৰবাদ, তাৰ পৰা আঁতৰি থকাটো উচিত’’-ৰহাৰ সীতা জখলাত বুধবাৰে নন্দুলাল ৰাজ্যিক কৃষি বঁটা প্ৰদান ২০১৮’ অনুষ্ঠান উপলক্ষে আয়োজন কৰা এক সংগীতানুষ্ঠানত অংশগ্ৰহণ কৰি অনুষ্ঠানৰ শেষত এই মন্তব্য কৰে জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গে।

প্ৰণিধানযোগ্য যে, আলফাৰ প্ৰতি অনুপ্ৰাণিত হৈ বহু যুৱক-যুৱতীয়ে ইতিমধ্যে আলফাত যোগদান কৰাৰ বাবে সংবাদ মাধ্যমৰ আগত উদ্বিগ্নতা প্ৰকাশ কৰে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে।

Apply Now

সংবাদ মাধ্যমৰ আগত তেওঁ কয়, ‘‘কাৰ পৰা প্ৰেৰণা লাভ কৰি আলফালৈ যুৱক-যুৱতী গৈছে মই নাজানো।‘’

আনহাতে, ‘’এসময়ত বহু যুৱক-যুৱতী আলফাৰ পৰা ঘুৰি আহিল’’ বুলিও মন্তব্য কৰে জুবিন গাৰ্গে।

তদুপৰি তেওঁ কয়, ‘’এজন শিল্পী হিচাপে আলফাৰ পৰা ঘুৰি অহাটোৱেই কামনা কৰো।‘’

আনহাতে, শান্তি আলোচনাৰ মাজেদিহে সমস্যাৰ সমাধান হ’ব বুলিও তেওঁ সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে।

তেওঁ লগতে কয়, ‘’পৰেশ বৰুৱাৰ সৈতে মাজে সময়ে কথা-বতৰা হয়, মই তেওঁক সদায় উভতি আহিলে ভাল পাম বুলি কওঁ।‘’

অৱশ্যে পৰেশ বৰুৱাই মাজে-সময়ে জনপ্ৰিয় কন্ঠশিল্পীগৰাকীলৈ তথা তেওঁৰ পত্নীলৈ মাজে-সময়ে ফোনযোগে খবৰ-খাটি লয় বুলিও তেওঁ সংবাদমাধ্যমৰ আগত মন্তব্য কৰে।

উল্লেখযোগ্য যে, যোৱাবছৰ জুবিন গাৰ্গৰ হিন্দী গীতৰ বিতৰ্কৰ সময়ত সংবাদমাধ্যমলৈ টেলিফোনিক বাৰ্তাৰ জৰিয়তে ‘’জুবিন গাৰ্গ এতিয়াও শিল্পীৰ তালিকালৈ উত্তীৰ্ণ হোৱা নাই, তেওঁ গায়কেই হৈ আছে’’ বুলিও মন্তব্য কৰিছিল আলফাৰ সেনাপ্ৰধান পৰেশ বৰুৱাই। তেওঁ লগতে জুবিন গাৰ্গক অলপ সংশোধন হোৱাৰ বাবেও আহ্বান জনাইছিল। তাৰ বিপৰীতে জুবিন গাৰ্গে কাকো খাতিৰ নকৰো বুলি কৈছিল।

আনহাতে, চহিদ আৰক্ষী বিষয়া ভাস্কৰ কলিতাৰ মৃত্যুৰ পাছত ৰহাৰ এক সংগীতানুষ্ঠানত শোকস্তব্ধ জুবিন গাৰ্গে ‘’ভাতৃঘাতী সংঘৰ্ষ নিবিচাৰো, শান্তি লাগে’’ বুলি মন্তব্য কৰিছিল।

তাৰ বিপৰীতে পুনৰ পৰেশ বৰুৱাক সেই একে ৰহা অঞ্চলতে শান্তি আলোচনালৈ ঘুৰি আহিবলৈ জনোৱা আহ্বানে বিশেষ তাৎপৰ্য্য বহন কৰিছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

July 23, 2026 6:45 pm
প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ আন্তৰিকতাবিহীন, ছোনম ৱাংচুকৰ পত্নীৰ বিস্ফোৰক মন্তব্য

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ আন্তৰিকতাবিহীন, ছোনম ৱাংচুকৰ পত্নীৰ বিস্ফোৰক মন্তব্য

July 23, 2026 5:42 pm
প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

July 23, 2026 2:52 pm
এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

July 23, 2026 1:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

July 23, 2026 6:45 pm
প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ আন্তৰিকতাবিহীন, ছোনম ৱাংচুকৰ পত্নীৰ বিস্ফোৰক মন্তব্য

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ আন্তৰিকতাবিহীন, ছোনম ৱাংচুকৰ পত্নীৰ বিস্ফোৰক মন্তব্য

July 23, 2026 5:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd