• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জুবিন গাৰ্গৰ দেহৰক্ষীৰ বিৰুদ্ধে ভয়ংকৰ প্ৰবঞ্চনাৰ অভিযোগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 13, 2026 9:40 pm
18
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ তদন্তই বৰ্তমান এক নতুন মোৰ লৈছে, য’ত জনপ্ৰিয় কণ্ঠশিল্পীজনৰ দুই দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ বিৰুদ্ধে ভয়ংকৰ বিত্তীয় প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপন হৈছে।

বিশেষ তদন্তকাৰী সংস্থা চমুকৈ SIT-এ আদালতত দাখিল কৰা তথ্য অনুসৰি, ২০১৮ চনৰ পৰা জুবিনৰ সৈতে থকা নন্দেশ্বৰ বৰাৰ বেংক একাউণ্টত ২০২৫ চনলৈকে তেওঁৰ চৰকাৰী দৰমহাতকৈ ২২০ শতাংশ অধিক ধন জমা হৈছিল। এই সময়ছোৱাত নন্দেশ্বৰৰ একাউণ্টত প্ৰায় ৪৫,৩০,১৩৩ টকা জমা হোৱা পৰিলক্ষিত হৈছে, যাৰ ভিতৰত কৃষাণু দাস, মৃদুপৱন পাঠক আৰু ৰীদিপ দাস নামৰ ব্যক্তিৰ পৰা লাভ কৰা বৃহৎ পৰিমাণৰ ধন অন্তৰ্ভুক্ত আছে।

Apply Now

বিশেষভাৱে লক্ষণীয় যে ধন জমা দিয়া এই ব্যক্তিসকল সিদ্ধাৰ্থৰ ঘনিষ্ঠ আছিল আৰু এই সকলো ধন আছিল প্ৰয়াত জুবিন গাৰ্গৰ, যিখিনি পৰৱৰ্তী সময়ত নন্দেশ্বৰে শিল্পীজনক ওভতাই দিয়া নাছিল।

একেদৰেই আন এজন দেহৰক্ষী পৰেশ বৈশ্যৰ একাউণ্টতো ২০২২ চনৰ পৰা ২০২৫ চনৰ ভিতৰত ৩৬,৯৩,৩৩৯ টকাৰ অস্বাভাৱিক লেনদেন ধৰা পৰিছে, য’ত ১৫ লাখ টকাৰ ঋণ আৰু ১৮ লাখ টকাৰ চুইপ ক্ৰেডিটৰ তথ্য পোহৰলৈ আহিছে।

এই সমগ্ৰ বিত্তীয় খেলিমেলাৰ প্ৰতিবেদন SIT-এ আদালতত জমা দিয়াৰ বিপৰীতে আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ এক গুৰুত্বপূৰ্ণ শুনানিও সম্পন্ন হয়। উকীল সন্থাৰ সাধাৰণ সম্পাদক অপূৰ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত সদৰী কৰা মতে, শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থই দাখিল কৰা আবেদনসমূহৰ শুনানি ইতিমধ্যে সমাপ্ত হৈছে আৰু অহা ১৬ ফেব্ৰুৱাৰীত আদালতে এই সন্দৰ্ভত ৰায়দান কৰিব।

অৱশ্যে আইনী প্ৰক্ৰিয়াৰ লেহেমীয়া গতিৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰি শৰ্মাই কয় যে নথি-পত্ৰ আদান-প্ৰদানৰ নামতেই অধিক সময় অতিবাহিত হৈছে, যাৰ ফলত ৰায়দানলৈ ২০ বছৰ পৰ্যন্ত পলম হোৱাৰ সম্ভাৱনা আছে। সেয়েহে গোচৰটোৰ দ্ৰুত নিষ্পত্তিৰ বাবে তেওঁলোকে আদালতত দৈনন্দিন ভিত্তিত শুনানি গ্ৰহণৰ বাবে বাৰে বাৰে আহ্বান জনাই আহিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিৰোধীৰ তীব্ৰ আপত্তিৰ অন্তত বিতৰ্কিত এফ চি আৰ এ বিধেয়ক যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কেন্দ্ৰৰ

বিৰোধীৰ তীব্ৰ আপত্তিৰ অন্তত বিতৰ্কিত এফ চি আৰ এ বিধেয়ক যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কেন্দ্ৰৰ

August 12, 2026 5:07 pm
অসম-অৰুণাচল সীমান্তৰ সংঘাত : ভাতৃ হিচাপে আলোচনাৰে সমস্যা সমাধানৰ আহ্বান টি এম পি কেৰ

অসম-অৰুণাচল সীমান্তৰ সংঘাত : ভাতৃ হিচাপে আলোচনাৰে সমস্যা সমাধানৰ আহ্বান টি এম পি কেৰ

August 12, 2026 4:31 pm
চৰকাৰী চিকিৎসালয়ত এয়া কেনে চিকিৎসা? বিনা সন্মতিৰে ১৭ বছৰীয়া কিশোৰীক দিলে গৰ্ভৱতী হোৱাৰ ভুৱা ৰিপ’ৰ্ট

চৰকাৰী চিকিৎসালয়ত এয়া কেনে চিকিৎসা? বিনা সন্মতিৰে ১৭ বছৰীয়া কিশোৰীক দিলে গৰ্ভৱতী হোৱাৰ ভুৱা ৰিপ’ৰ্ট

August 12, 2026 3:17 pm
৩৬ বছৰৰ অপেক্ষাৰ অন্ত পৰিবনে? ১৯৯০ চনৰ কাশ্মীৰী পণ্ডিতৰ নিৰ্মম হত্যাকাণ্ডৰ পুনৰ তদন্ত আৰম্ভ

৩৬ বছৰৰ অপেক্ষাৰ অন্ত পৰিবনে? ১৯৯০ চনৰ কাশ্মীৰী পণ্ডিতৰ নিৰ্মম হত্যাকাণ্ডৰ পুনৰ তদন্ত আৰম্ভ

August 12, 2026 1:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিৰোধীৰ তীব্ৰ আপত্তিৰ অন্তত বিতৰ্কিত এফ চি আৰ এ বিধেয়ক যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কেন্দ্ৰৰ

বিৰোধীৰ তীব্ৰ আপত্তিৰ অন্তত বিতৰ্কিত এফ চি আৰ এ বিধেয়ক যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কেন্দ্ৰৰ

August 12, 2026 5:07 pm
অসম-অৰুণাচল সীমান্তৰ সংঘাত : ভাতৃ হিচাপে আলোচনাৰে সমস্যা সমাধানৰ আহ্বান টি এম পি কেৰ

অসম-অৰুণাচল সীমান্তৰ সংঘাত : ভাতৃ হিচাপে আলোচনাৰে সমস্যা সমাধানৰ আহ্বান টি এম পি কেৰ

August 12, 2026 4:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd