DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 5, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দিহিং-পাটকাইত বনৰক্ষী আৰু চোৰাং ব্যৱসায়ীৰ মাজত তুমুল সংঘৰ্ষ, হাতীৰ কৰুণ মৃত্যু

অভীক চক্ৰৱৰ্তী by অভীক চক্ৰৱৰ্তী
July 21, 2021 8:51 pm
Employee-Pension-Scheme-1-750x375
221
VIEWS
Share on FacebookShare on Twitter

দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যানত বনৰক্ষী আৰু চোৰাং ব্যৱসায়ীৰ মাজত সংঘটিত ভয়ংকৰ সংঘৰ্ষত নিহত হৈছে এটি হাতী।

প্ৰাপ্ত খবৰ অনুসৰি অসম-অৰুণাচল সীমান্তৰ হাকুনগুৰি বীটৰ বাসৱনালা অঞ্চলত ১৯ জুলাইত সংঘটিত হৈছিল উক্ত সংঘৰ্ষৰ ঘটনা।

মঙলবাৰে বন বিভাগৰ কৰ্মীয়ে সংঘৰ্ষস্লীৰ পৰা এটা হাতীৰ মৃতদেহ উদ্ধাৰ কৰে।

স্থানীয় একাংশ লোকে প্ৰকাশ কৰা মতে অৰুণাচলৰ বহু লোকে অসমৰ ভূমিত প্ৰৱেশ কৰি ব্যাপক বেদখন কৰি আহিছে।

অৰুণাচলৰ লোকে আনকি দিহিং-পাটকাই বনাঞ্চলত চোৰাংকৈ কাঠ কাটি আহিছে। মৃত হাতীটো চোৰাং ব্যৱসায়ীয়ে কাঠ সৰবৰাহ কৰিবলৈ ব্যৱহাৰ কৰা হাতী বুলি সন্দেহ কৰা হৈছে।

ডিব্ৰুগড়ৰ বন সংমণ্ডল বিষয়া প্ৰদীপ্ত বৰুৱাই প্ৰকাশ কৰা মতে অৰুণাচলৰ চোৰাং ব্যৱসায়ীয়ে দিহিং-পাটকাইৰ অৰণ্যত গছ কটাৰ বাবে প্ৰৱেশ কৰাৰ খবৰ পোৱাৰ পিছতে বন সুৰক্ষা বাহিনীৰ এটা দলে গৈ উক্ত স্থানত উপস্থিত হয় আৰু চোৰাং ব্যৱসায়ীৰ সৈতে সংঘৰ্ষত লিপ্ত হয়।

উক্ত সংঘৰ্ষতে হাতীটোৰ মৃত্যু ঘটা বুলি ধাৰণা কৰা হৈছে।

উল্লেখ্য অসমৰ অৰণ্যত অৰুণাচলৰ লকে প্ৰৱেশ কৰি গছ-গছনি কাটি নিয়াৰ পিছতো বন বিভাগে এই ক্ষেত্ৰত বিশেষ কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে।

Recent News

Assam Govt

ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত: ৰাজ্যৰ পাঁচ ইছলাম ধৰ্মীয় জনগোষ্ঠীলৈ অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি

Kirtikamal Borah encounter

ভুৱা প্ৰমাণিত কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰ: আৰক্ষী বিষয়া প্ৰদীপ বনিয়াৰ বিৰুদ্ধে CID- এ দাখিল কৰিলে চাৰ্জশ্বীট

Hissing noise from private part

অণ্ডকোষৰ পৰা ওলায় সাপৰ ফুচফুচনিৰ দৰে শব্দ! বিৰল ঘটনাই লগাইছে খলকনি

Sivasagar

শিৱসাগৰ কোঁৱৰপুৰত অঘটন : চোকা অস্ত্ৰৰে এজন যুৱকে হত্যা কৰিলে দুটাকৈ গোধন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd