DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চাকৰি : কৰ আয়ুক্ত (Commissioner Of Taxes),অসমত কনিষ্ঠ সহায়কৰ পদত নিযুক্তিৰ বাবে আবেদন

এন ই নাও নিউজ by এন ই নাও নিউজ
July 19, 2019 4:08 pm
CT, Assam

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ। উৎস-ইণ্টাৰনেট

910
VIEWS
Share on FacebookShare on Twitter

কৰ আয়ুক্ত, অসমৰ কাৰ্য্যালয়ত ১৮ টা কনিষ্ঠ সহায়কৰ পদত নিযুক্তিৰ বাবে ভাৰতীয় নাগৰিকৰ পৰা আবেদন আহ্বান কৰিছে বিভাগটোৱে। শীঘ্ৰে বিভাগটোৱে নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰি খালী হোৱা ১৮ টা পদত উপযুক্ত প্ৰাৰ্থীক নিযুক্তি দিব।

পদৰ নাম : কনিষ্ঠ সহায়ক (Junior Assistant)

পদৰ সংখ্যা : ১৮ টা

দৰমহাৰ নিৰিখ : ১৪,০০০-৪৯,০০০ লগতে গ্ৰেড পে’ ৬,২০০ টকা

শিক্ষাগত অৰ্হতা :

১. প্ৰাৰ্থী যিকোনো বিশ্ববিদ্যালয়ৰ অধীনৰ মহাবিদ্যালয়ৰ পৰা যিকোনো বিষয়ৰ স্নাতক ডিগ্ৰীধাৰী হ’ব লাগিব।

২. কম্পিউটাৰ জ্ঞান থকাটো বাধ্যতামূলক বিশেষকৈ ৱৰ্ড প্ৰোছেচৰ, স্পীড শ্বীট, গ্ৰাফিক্স প্ৰেজেনটেশ্যন, ইণ্টাৰনেট, ই-মেইল আদিৰ জ্ঞান থাকিব লাগিব।

বয়স : আবেদনকাৰীৰ বয়স ০১/০১/২০১৯ তাৰিখলৈ ২১ বছৰৰ পৰা ৩৮ বছৰৰ ভিতৰত হ’ব লাগিব। বিশেষ শ্ৰেণীৰ বাবে নিয়ম অনুসৰি বয়সৰ ক্ষেত্ৰত সংৰক্ষণৰ ব্যৱস্থা থাকিব।

কেনেদৰে আবেদন কৰিব : আবেদন কৰিব বিছৰা প্ৰাৰ্থীসকলে www.comtax.assam.gov.in ৱেবচাইটলৈ গৈ প্ৰয়োজনীয় ফৰ্ম পূৰণ কৰি আবেদন কৰিব লাগিব। নিয়োগ বিজ্ঞপ্তিটোৰ বিষয়ে সবিশেষ উক্ত ৱেবচাইটতে উপলব্ধ হ’ব।

আবেদন কৰাৰ শেষ তাৰিখ : ২ আগষ্ট, ২০১৯

Recent News

Bhima Koregaon Case

ভীমা কোৰেগাঁও গোচৰ: হাৰাশাস্তিৰ অভিযোগত কাৰাগাৰৰ ভিতৰতে অনশনত বহিল গোৰাখে

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যনিৰ্বাহকৰ পৰা নেতা ৰকিবুল হুছেইনৰ পদত্যাগ! বাতৰি অস্বীকাৰ হুছেইনৰ

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যনিৰ্বাহকৰ পৰা নেতা ৰকিবুল হুছেইনৰ পদত্যাগ! বাতৰি অস্বীকাৰ হুছেইনৰ

কলিয়াবৰত নকল সোণৰ বেহা; ধৃত ৪ জন লোক

কলিয়াবৰত নকল সোণৰ বেহা; ধৃত ৪ জন লোক

জলসম্পদ বিভাগৰ কাণ্ড: বাঁহ গোজ পুতি ভয়াৱহ খহনীয়া ৰোধৰ চেষ্টা; নিমাত বিধায়ক অখিল গগৈ

জলসম্পদ বিভাগৰ কাণ্ড: বাঁহ গোজ পুতি ভয়াৱহ খহনীয়া ৰোধৰ চেষ্টা; নিমাত বিধায়ক অখিল গগৈ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd