• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জুনু শৰ্মা হত্যাকাণ্ড; দদৰা এছ বি আই শাখাৰ মেনেজাৰক জেৰা মহানগৰ আৰক্ষীৰ

মৃদুল প্ৰীতম ডেকা by মৃদুল প্ৰীতম ডেকা
October 11, 2018 2:34 pm
Bank employee murder case
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দদৰা এছ বি আইৰ বেংক বিষয়া জুনু শৰ্মাৰ হত্যাকাণ্ড সন্দৰ্ভত তদন্ত চলাই থকা মহানগৰ আৰক্ষীয়ে শাখাটোত সংঘটিত বিত্তীয় কেলেংকাৰীৰ ফাইল বিচাৰি দদৰা এছ বি আই শাখাৰ মেনেজাৰক জেৰা কৰিছে।

আজি আৰক্ষী প্ৰয়াত জুনু শৰ্মাই কাম কৰা এছ বি আইৰ উক্ত শাখাটোত উপস্থিত হৈ বহু প্ৰশ্নৰ উত্তৰ বিচাৰি অভিযান চলায়। উক্ত অভিযানত তেওঁলোকে বেংকটোৰ মেনেজাৰ পূৰ্ণ সিংহাক বিত্তীয় কেলেংকাৰীৰ ফাইল বিচাৰি জেৰা কৰাৰ লগতে জুনু শৰ্মা কি কি দায়িত্বত আছিল উক্ত দিনা তেওঁ কিমান সময়ত বেংকলৈ আহিছিল বেংকৰ পৰা কিমান সময়ত ওলাই গৈছিল আদি বিষয়ে সোধপোচ কৰে।

Apply Now

উল্লেখযোগ্য যে ৯ অক্তোবৰত সংঘটিত চাঞ্চল্যকৰ জুনু শৰ্মাৰ হত্যাকাণ্ড সন্দৰ্ভত অসম আৰক্ষীয়ে তদন্ত চলাই আছে যদিও এতিয়ালৈকে হত্যাকাৰীৰ কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই।

এক বিশেষ সূত্ৰত প্ৰকাশ পোৱা মতে তেওঁ কাম কৰা বেংকটোত সংঘটিত বৃহৎ বিত্তীয় কেলেংকাৰীৰ সৈতে জড়িত এক দালাল চক্ৰই জুনু শৰ্মাক হত্যা কৰিছে। সূত্ৰটোৰ মতে ভাৰতীয় ষ্টেট বেংকৰ দদৰা শাখাত দীৰ্ঘদিনৰ পৰা সক্ৰিয় হৈ থকা এটা বৃহৎ দালাল চক্ৰটোৱে তেওঁক গুলীয়াই হত্যা কৰে।

মৃদুল প্ৰীতম ডেকা

মৃদুল প্ৰীতম ডেকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বানপীড়িত অঞ্চললৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীৰ এদিনৰ দৰমহা দান, মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ২৫ লাখ টকাৰ অনুদান

বানপীড়িত অঞ্চললৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীৰ এদিনৰ দৰমহা দান, মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ২৫ লাখ টকাৰ অনুদান

August 9, 2026 10:00 pm
আমেৰিকাৰ প্ৰস্তাৱ প্ৰত্যাখ্যান ইজৰাইলৰ! হামাছ নিৰস্ত্ৰ নোহোৱালৈকে গাজা নেৰে সেনাই

আমেৰিকাৰ প্ৰস্তাৱ প্ৰত্যাখ্যান ইজৰাইলৰ! হামাছ নিৰস্ত্ৰ নোহোৱালৈকে গাজা নেৰে সেনাই

August 9, 2026 8:45 pm
চীনৰ খেলুৱৈক ধৰাশায়ী কৰি কোৰিয়া মাষ্টাৰ্ছৰ চেম্পিয়ন অসমৰ অস্মিতা চলিহা

চীনৰ খেলুৱৈক ধৰাশায়ী কৰি কোৰিয়া মাষ্টাৰ্ছৰ চেম্পিয়ন অসমৰ অস্মিতা চলিহা

August 9, 2026 8:22 pm
আমেৰিকাৰ প্ৰস্তাৱ প্ৰত্যাখ্যান ইজৰাইলৰ! হামাছ নিৰস্ত্ৰ নোহোৱালৈকে গাজা নেৰে সেনাই

অসমলৈ আহি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞাই প্ৰদান কৰা বক্তৃতাৰ প্ৰকৃত উপলব্ধি কি?

August 9, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বানপীড়িত অঞ্চললৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীৰ এদিনৰ দৰমহা দান, মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ২৫ লাখ টকাৰ অনুদান

বানপীড়িত অঞ্চললৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীৰ এদিনৰ দৰমহা দান, মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ২৫ লাখ টকাৰ অনুদান

August 9, 2026 10:00 pm
আমেৰিকাৰ প্ৰস্তাৱ প্ৰত্যাখ্যান ইজৰাইলৰ! হামাছ নিৰস্ত্ৰ নোহোৱালৈকে গাজা নেৰে সেনাই

আমেৰিকাৰ প্ৰস্তাৱ প্ৰত্যাখ্যান ইজৰাইলৰ! হামাছ নিৰস্ত্ৰ নোহোৱালৈকে গাজা নেৰে সেনাই

August 9, 2026 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd