• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পুনৰ এনে দৃশ্য চাবলৈ ১০৭ বছৰৰ অপেক্ষা! আজি আকাশত চকু ৰাখিলেই দেখা পাব উজ্জ্বল বৃহস্পতি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 26, 2022 8:44 pm
ফটো: সংগৃহিত।

ফটো: সংগৃহিত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Jupiter comes closest to Earth in 59 years আজি সোমবাৰে (২৬ছেপ্টেম্বৰ) আকাশত চকু ৰাখিলেই আপুনি সাক্ষী হ’ব পাৰে এক বিৰল মহাজাগতিক ঘটনাৰ।কিয়নো আপুনি সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ বৃহস্পতিক খালি চকুৰে অতি স্পষ্টভাৱে দেখা পাব পাৰে।

আজি ৫৯ বছৰৰ পিছত এই স্থিতিত আহি পৰিছে বৃহস্পতি। পুনৰ একে ঠাইলৈ আহিবলৈ বৃহৎ গ্ৰহটোক লাগিব ১০৭ বছৰ। সেয়ে এই মহাজাগতিক দৃশ্যটো চকুৰ পৰা সাৰি যাব দিয়াটো উচিত নহয়।

ফটো: সংগৃহিত।

আজি নিশা পৃথিৱীৰ পৰা বৃহস্পতি গ্ৰহৰ দূৰত্ব হৈছে ৫৯ কোটি ৬ লাখ ২৯ হাজাৰ ২৪৮ কিলোমিটাৰ। ইয়াক ২১২৯ চনত পুনৰ ইমান ওচৰত দেখা পোৱা যাব।

Apply Now

বৃহস্পতি গ্ৰহই সূৰ্যক প্ৰদক্ষিণ কৰিবলৈ ১১ বছৰ সময় লয়। আজি ই সূৰ্যৰ ঠিক বিপৰীত কক্ষপথত থাকিব, যাৰ ফলত তাক নিশাৰ আকাশত এক অতি উজ্জ্বল তৰাৰ দৰে দেখাব।

ফটো: সংগৃহিত।

আকাশত মাইনাছ ২.৯ মেগনিটিউতত অৱস্থান কৰিব গ্ৰহবোৰৰ মাজত আটাইতকৈ বিশাল গ্ৰহটো। সেইবাবেই ইয়াক আকাৰত ডাঙৰ আৰু উজ্জ্বল দেখা যাব। বৃহস্পতি আৰু ইয়াৰ ৫৩ টা উপগ্ৰহ গোটেই নিশাজুৰি আকাশত থাকিব।

বৃহস্পতিক সোমবাৰে সন্ধিয়া ৫.২৯ বজাৰ পৰা মঙলবাৰে (২৭ ছেপ্টেম্বৰ) পুৱা ৫.৩১ বজালৈ এই ৰূপত দেখা যাব।  

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মণিপুৰৰ লংপি আক্ৰমণত গুৰুতৰভাৱে আহত নেই এষ্টাৰ গাংটেৰ মৃত্যু, এক সপ্তাহৰ যুঁজৰ পাছত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ

মণিপুৰৰ লংপি আক্ৰমণত গুৰুতৰভাৱে আহত নেই এষ্টাৰ গাংটেৰ মৃত্যু, এক সপ্তাহৰ যুঁজৰ পাছত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ

September 21, 2026 7:18 pm
শুল্ক ভাবুকি আৰু প্ৰযুক্তিৰ যুঁজৰ মাজতেই আমেৰিকালৈ জি জিনপিং! ৱাশ্বিংটনত ডনাল্ড ট্ৰাম্পৰ সৈতে হ’ব ঐতিহাসিক মুখামুখি

শুল্ক ভাবুকি আৰু প্ৰযুক্তিৰ যুঁজৰ মাজতেই আমেৰিকালৈ জি জিনপিং! ৱাশ্বিংটনত ডনাল্ড ট্ৰাম্পৰ সৈতে হ’ব ঐতিহাসিক মুখামুখি

September 21, 2026 6:40 pm
৬০ কেজিতকৈ অধিক গাঞ্জা লৈ অসম পৰা বিহাৰলৈ দুই কিশোৰ!

৬০ কেজিতকৈ অধিক গাঞ্জা লৈ অসম পৰা বিহাৰলৈ দুই কিশোৰ!

September 21, 2026 6:23 pm
আইআইটি গুৱাহাটীত মানসিক স্বাস্থ্য আৰু শিক্ষাৰ্থী কল্যাণ বিষয়ক দক্ষতা বিকাশৰ আঞ্চলিক কৰ্মশালাৰ সামৰণি

আইআইটি গুৱাহাটীত মানসিক স্বাস্থ্য আৰু শিক্ষাৰ্থী কল্যাণ বিষয়ক দক্ষতা বিকাশৰ আঞ্চলিক কৰ্মশালাৰ সামৰণি

September 21, 2026 5:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মণিপুৰৰ লংপি আক্ৰমণত গুৰুতৰভাৱে আহত নেই এষ্টাৰ গাংটেৰ মৃত্যু, এক সপ্তাহৰ যুঁজৰ পাছত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ

মণিপুৰৰ লংপি আক্ৰমণত গুৰুতৰভাৱে আহত নেই এষ্টাৰ গাংটেৰ মৃত্যু, এক সপ্তাহৰ যুঁজৰ পাছত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ

September 21, 2026 7:18 pm
শুল্ক ভাবুকি আৰু প্ৰযুক্তিৰ যুঁজৰ মাজতেই আমেৰিকালৈ জি জিনপিং! ৱাশ্বিংটনত ডনাল্ড ট্ৰাম্পৰ সৈতে হ’ব ঐতিহাসিক মুখামুখি

শুল্ক ভাবুকি আৰু প্ৰযুক্তিৰ যুঁজৰ মাজতেই আমেৰিকালৈ জি জিনপিং! ৱাশ্বিংটনত ডনাল্ড ট্ৰাম্পৰ সৈতে হ’ব ঐতিহাসিক মুখামুখি

September 21, 2026 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd