• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এছ এ ববডে দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ নিযুক্ত; ১৮ নৱেম্বৰত ল’ব শপত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 29, 2019 12:28 pm

1 min read

Justice-sa-bobde WP in Supreme Court begs for ‘aggressive’ implementation of CAA 2019

দেশৰ মুখ্য ন্যায়াধীশ এছ এ ববডে। ফটো: sci.gov.in

44.2k
VIEWS
Share on FacebookShare on Twitter

ন্যায়াধীশ শাৰদ অৰৱিন্দ ববডেক মঙলবাৰে ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়ে।

বৰ্তমান সৰ্বোচ্চ ন্যায়ালয়খনৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ স্থলাভিষিক্ত হ’বলগীয়া ববডেই অহা ১৮ নৱেম্বৰত শপত ল’ব।

ন্যায়াধীশ ববডে মধ্য প্ৰদেশ উচ্চ ন্যায়ালায়ৰ এগৰাকী প্ৰাক্তন মুখ্য ন্যায়াধীশ। তেওঁ অহা ২০২১ চনৰ ২৩ এপ্ৰিলত অৱসৰ গ্ৰহণ কৰিব।

১৯৫৬ চনৰ ২৪ এপ্ৰিলত মহাৰাষ্ট্ৰৰ নাগপুৰত জন্মগ্ৰহণ কৰা ন্যায়াধীশ ববডে নাগপুৰ বিশ্ববিদ্যালয়ৰ পৰা আইন বিষয়ত উচ্চ শিক্ষা গ্ৰহণ কৰিছিল।

তেওঁ ২০০০ চনত বোম্বে হাইকোৰ্টৰ এগৰাকী অতিৰিক্ত ন্যায়াধীশ হিচাপে যোগদান কৰিছিল। ২০১২ চনত তেওঁ মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পদত অধিষ্ঠিত হয়।

ন্যায়াধীশ ববডে ২০১৩ চনৰ এপ্ৰিলত উচ্চতম ন্যায়ালয়ত যোগদান কৰে।

ন্যায়াধীশগৰাকী অযোধ্যাৰ মন্দিৰ-মছজিদ বিবাদ, বি চি চি আইৰ গোচৰ তথা আতচবাজীৰ বিৰুদ্ধে গোচৰকে ধৰি বহু গুৰুত্বপূৰ্ণ গোচৰৰ বিচাৰ প্ৰক্ৰিয়াত জড়িত হৈ আছে।

অহা ১৮ নৱেম্বৰত পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিবলগীয়া ন্যায়াধীশ ববডেই প্ৰায় ১৮ মাহৰ কাৰ্যকাল লাভ কৰিব।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd