• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দুই ফুট উচ্চতাৰ ২৭ বছৰীয়া জ্যোতিক দেখা যাব নায়িকাৰ ৰূপত,ক’ত অভিনয় কৰিলে তেওঁ?

এন ই নাও নিউজ by এন ই নাও নিউজ
December 17, 2020 3:31 pm
aa gty_jyoti_
1.4k
VIEWS
Share on FacebookShare on Twitter

ছোৱালী জনীৰ বয়স ২৭ বছৰ।

কিন্তু উচ্চতাৰ দিশৰ পৰা ছোৱালীজনী মাত্ৰ ২ ফুটহে ওখ।বিশ্বৰ আটাইতকৈ চাপৰ মহিলা হিচাবে গিনীজ বুকে স্বীকৃতি দিয়া নাগপুৰৰ জ্যোতি কিষাণজী অমগেই এতিয়া বিশ্বাবাসীৰ দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছে।

চেলিব্ৰেটি হ’বলৈ অগ্ৰসৰ হোৱা জ্যোতিয়ে ইতিমধ্যে মিকা সিঙৰ টিভি শ্ব’ত অংশগ্ৰহণ কৰি বেছ জনপ্ৰিয়তা অৰ্জন কৰিছে।

এইবাৰ জ্যোতিকলৈ নিৰ্মাণ হৈছে এখন তথ্য চিত্ৰ।

 

View this post on Instagram

 

A post shared by Jyoti Amge (@jyoti_amge)

Two Foot Tall Teen নামৰ তথ্য চিত্ৰ খনত অভিনয় কৰিছে জ্যোতিয়ে নিজেই।তথ্য চিত্ৰ খন দুই এদিনৰ ভিতৰতে মুক্তি দিয়া হব বুলি জানিব পৰা গৈছে।

জন্মৰে পৰাই জ্যোতি আক্ৰান্ত হৈছিল এক জটিল ৰোগত।

জ্যোতিৰ মাক ৰঞ্জনাই প্ৰকাশ কৰা মতে পাঁচ বছৰ বয়সতে তেওঁলোকে জ্যোতিৰ শাৰীৰিক বিসংগতিৰ কথা ধৰিব পাৰিছিল।

চিকিৎসকৰ কাষলৈ নিয়াত চিকিৎসকে জ্যোতি Achondroplasia নামৰ এক ৰোগত আক্ৰান্ত হোৱা বুলি কৈছিল।

এই ৰোগত আক্ৰান্ত হ’লে মানুহ এজনৰ উচ্চতা বৃদ্ধিৰ ধাৰা এটা সময়ত বন্ধ হৈ পৰে। জ্যোতিৰ ক্ষেত্ৰতো ২ ফুট উচ্চতা হোৱাৰ পিছতে দৈহিক বৃদ্ধি বন্ধ হৈ পৰিছিল।

কিন্তু এই জীৱনটোকলৈ জ্যোতিৰ নাই কোনো আক্ষেপ।ভিৰৰ মাজতে নিজকে স্বকীয় ভাবে পৰিচিত কৰিবলৈ পাই জ্যোতি আজি সুখী।

 

Recent News

পুনৰ অভিনয় জগতলৈ স্মৃতি ইৰাণী! দেখা যাব জনপ্ৰিয় ধাৰাবাহিক ‘Kyunki Saas Bhi Kabhi Bahu Thi-2’ ত তুলসী ৰূপত

পুনৰ অভিনয় জগতলৈ স্মৃতি ইৰাণী! দেখা যাব জনপ্ৰিয় ধাৰাবাহিক ‘Kyunki Saas Bhi Kabhi Bahu Thi-2’ ত তুলসী ৰূপত

কিংবদন্তিলৈ সন্মান! লাৰাৰ অভিলেখ ভংগ কৰিবলৈ চেষ্টা নকৰি কিয় ইনিংছ ঘোষণা কৰিলে মুল্ডাৰে?  

কিংবদন্তিলৈ সন্মান! লাৰাৰ অভিলেখ ভংগ কৰিবলৈ চেষ্টা নকৰি কিয় ইনিংছ ঘোষণা কৰিলে মুল্ডাৰে?  

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পিতালত ভয়ংকৰ অগ্নিকাণ্ড! হাহাকাৰ ৰোগী অভিভাৱকৰ মাজত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পিতালত ভয়ংকৰ অগ্নিকাণ্ড! হাহাকাৰ ৰোগী অভিভাৱকৰ মাজত

প্ৰতিজন কৰ্মচাৰীৰ উপাৰ্জনৰ ক্ষেত্ৰত এপল, এনভিডিয়াৰ দৰে বাণিজ্যিক দৈত্যক অতিক্ৰম Only Fans-ৰ

প্ৰতিজন কৰ্মচাৰীৰ উপাৰ্জনৰ ক্ষেত্ৰত এপল, এনভিডিয়াৰ দৰে বাণিজ্যিক দৈত্যক অতিক্ৰম Only Fans-ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd