• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাবুলৰ আক্ৰমণৰ আত্মঘাতী বোমাৰু এজন আছিল কেৰালাৰ; চোৰাংচোৱা সংস্থা

এন ই নাও নিউজ by এন ই নাও নিউজ
March 28, 2020 11:36 am
Story-2-12-1140x570

কাবুলৰ আত্মঘাতী আক্ৰমণকাৰীজন

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিখ সম্প্ৰদায়ৰ ওপৰত যোৱা বুধবাৰে আফগানিস্তানত ইছলামিক ষ্টেট (আই এছ)য়ে চলোৱা জঘন্য আক্ৰমণত ২৭জন লোক নিহত হৈছিল।

আক্ৰমণকাৰী তিনিজনৰ ভিতৰত এজনক কেৰালাৰ বুলি সন্দেহ কৰা হৈছে।

Apply Now

কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাই আক্ৰমণকাৰীজনক মহম্মদ মুহচিন বুলি চিনাক্ত কৰিছে।

তেওঁৰ পৰিয়ালে চোৰাংচোৱা সংস্থাক এই তথ্য আগবঢ়াইছে।

এখন ইছলামিক আলোচনী অল নাবাই শুকুৰবাৰে আত্মঘাতী আক্ৰমণকাৰীৰ এখন ছবি প্ৰকাশ কৰিছে।

এখন ছবি আবু খালিদ অল-হিন্দী বুলি চিনাক্ত কৰা হৈছে আৰু মুহচিনৰ পিতৃ-মাতৃয়ে সেয়া তেওঁলোকৰ পুত্ৰ বুলি দাবী কৰিছে।

কেন্দ্ৰীয় সংস্থাৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জানিবলৈ দিছে যে মুহচিনৰ মাতৃয়ে এগৰাকী আই এছৰ সহযোগীৰ পৰা টেলিগ্ৰামযোগে এক মেচেজ লাভ কৰিছিল।

মেচেজটোত দাবী কৰা হয় যে বুধবাৰৰ কাবুল আক্ৰমণত মুহচিন শ্বহীদ হৈছে।

‘’অৱশ্যে, যেতিয়া তেওঁক মেচেজটো দেখুৱাবলৈ কোৱা হয় তেওঁ কয় যে তেওঁ ভয়তে সেইটো ডিলিট কৰি দিছে,’’-কেন্দ্ৰীয় সংস্থাৰ এগৰাকী জ্যেষ্ঠ বিষয়াৰ উদ্ধৃতিৰে ইণ্ডিয়ান এক্সপ্ৰেছ কাকতে এই কথা প্ৰকাশ কৰিছে।

সূত্ৰসমূহে জানিবলৈ দিয়ে যে দুজন মুহচিনে কেৰালাৰ পৰা আই এছত যোগদান কৰিছিল আৰু কাবুলৰ আক্ৰমণকাৰীজনক যোৱা ২০১৭ৰ জুলাইত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিমান আক্ৰমণত নিহত হোৱা জনৰ সৈতে সাঙোৰা উচিত নহয়।

‘’ ২০১৭ত নিহতজন মাল্লাপুৰমৰ এজন আভিযান্ত্ৰিক স্নাতক আছিল। তেওঁ ২০১৭ত আই এছত যোগদান কৰিছিল,’’-সূত্ৰসমূহে কয়।

‘’গুৰুদ্বাৰাত আক্ৰমণ কৰাজন কাছাৰগড জিলাৰ ত্ৰিক্কাৰিপুৰৰ আছিল। তেওঁ ২০১৮ত আফগানিস্তানলৈ গৈ আই এছত যোগদান কৰিছিল,’’-চোৰাংচোৱা সংস্থাৰ সূত্ৰই লগতে কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm
উদ্যোগপতিৰ স্বাৰ্থত ধ্বংস হ’ব নেকি ডেপোটা হাতী বিচৰণ পথ! চৰকাৰী প্ৰচেষ্টাৰ বিৰুদ্ধে সৰৱ ‘হাতী বন্ধু’কে ধৰি প্ৰকৃতিপ্ৰেমী সংগঠন

উদ্যোগপতিৰ স্বাৰ্থত ধ্বংস হ’ব নেকি ডেপোটা হাতী বিচৰণ পথ! চৰকাৰী প্ৰচেষ্টাৰ বিৰুদ্ধে সৰৱ ‘হাতী বন্ধু’কে ধৰি প্ৰকৃতিপ্ৰেমী সংগঠন

July 6, 2026 7:49 pm
পথাৰৰ কাষত ৰৈ থকা শিশুৰ ওপৰত সাতটাকৈ কুকুৰৰ ভয়ংকৰ আক্ৰমণ, চিকিৎসাধীন অৱস্থাত মৃত্যু

পথাৰৰ কাষত ৰৈ থকা শিশুৰ ওপৰত সাতটাকৈ কুকুৰৰ ভয়ংকৰ আক্ৰমণ, চিকিৎসাধীন অৱস্থাত মৃত্যু

July 6, 2026 7:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd