DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিদ্যুৎস্পৃষ্ট হৈ কহিনুৰ থিয়েটাৰৰ পোহৰ শিল্পীৰ কৰুণ মৃত্যু

এন ই নাও নিউজ by এন ই নাও নিউজ
August 27, 2019 6:34 pm
kahinoor-threatre pathsala

কহিনুৰ থিয়েটাৰ। উৎস-ইণ্টাৰনেট

1.7k
VIEWS
Share on FacebookShare on Twitter

সোমবাৰে নিশা অসমৰ জনপ্ৰিয় ভ্ৰাম্যমান নাট্যদল কহিনুৰ থিয়েটাৰৰ পোহৰ শিল্পী দেবেন ৰয়ে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু বৰণ কৰিবলগীয়া হোৱা ঘটনাই সমগ্ৰ পাঠশালা অঞ্চলত শোকৰ ছাঁ পেলাইছে।

জানিব পৰা মতে, সোমবাৰে নিশা ভ্ৰাম্যমান নাট্য দলটোৱে পাঠশালাত নাট পৰিবেশন কৰি থকা সময়তে পোহৰ শিল্পীগৰাকীয়ে পোহৰৰ কাম কৰি থকাৰ সময়ত যান্ত্ৰিক বিজুটিৰ বাবে বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মত্যুক আকোৱালি লয়।

কহিনুৰ থিয়েটাৰৰ তৰফৰ পৰা জনোৱা অনুসৰি পাঠশালাত নাট্যদলটোৱে প্ৰথম দৰ্শনীৰ নাট পৰিবেশন কৰি দ্বিতীয় দৰ্শনীৰ নাট পৰিবেশ কৰাৰ বাবে যো-জা চলাই থকাৰ সময়তে পোহৰ শিল্পী ৰয় বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত হয়।

আহত ৰয়ত ততাতয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

ভ্ৰাম্যমান নাট্যদলত পোহৰ শিল্পী হিচাপে কাম কৰি জীৱন নিৰ্বাহ কৰা শিল্পীগৰাকীৰ আকস্মিক মৃত্যুত কহিনুৰ থিয়েটাৰৰ প্ৰতিগৰাকী অভিনেতা-অভিনেত্ৰী তথা কলা-কুশলীয়ে গভীৰ শোক ব্যক্ত কৰে।

উল্লেখযোগ্য যে, প্ৰয়াত দেৱেন ৰয়ে সুদীৰ্ঘ ৩২ বছৰ ধৰি ভ্ৰাম্যমান থিয়েটাৰত পোহৰ শিল্পী হিচাপে কাম কৰি আছিল।

Recent News

Manipur landslide

মণিপুৰৰ নোনিত ভূমিস্খলনত নিহতৰ সংখ্যা ৪২ জনলৈ বৃদ্ধি: এতিয়াও সন্ধানহীন ২০ জন লোক

khanapara teer result

Khanapara Teer Result : খানাপাৰা তীৰৰ আজিৰ ফলাফল 04 July, 2022 : Khanapara Teer Target, Khanapara Teer Common Number

Assam Career

Assam Career : ARIAS Societyৰ নিয়োগ জাননী প্ৰকাশ, কিদৰে কৰিব আবেদন?

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd