• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বহিৰাগত গামোচাৰ পৰিৱৰ্তে থলুৱা গামোচাৰে অসমৰ স্বাভিমান ৰক্ষা কৰাৰ প্ৰচেষ্টা কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ

ৰিদীপ শৰ্মা, কলিয়াবৰ by ৰিদীপ শৰ্মা, কলিয়াবৰ
March 8, 2022 6:22 pm
Kaliabor AASU

ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বহিৰাগত গামোচাৰ পৰিৱৰ্তে থলুৱা গামোচাৰে অসমৰ স্বাভিমান ৰক্ষা কৰাৰ প্ৰচেষ্টা চলাইছে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ লগতে কলিয়াবৰ শিপিনী গাঁও হিচাপে পৰিচিত নিজ চিলাবন্ধা গাওঁৰ মহিলা সকলে।

কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থা আৰু অসম উন্নতি সভা তথা কলিয়াবৰ জিলা সমিতিৰ উদ্যোগত নিজ চিলাবন্ধা শিপিনী গাওঁৰ ব্যৱস্থাপনাত থলুৱা গামোচা উৎপাদনৰ কাৰণে আজি কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই এক সূতা বিতৰণ কাৰ্যসূচী অনুষ্ঠিত কৰে।

মহিলাসকলক আত্মনিৰ্ভৰশীল কৰাৰ উদ্দেশ্যে আৰু বজাৰত বিদেশী গামোচাৰ পৰিৱৰ্তে থলুৱা গামোচা প্ৰসাৰ কৰাৰ উদ্দেশ্যে এইদৰে সূতা বিতৰণ কৰা বুলি কলিয়াবৰৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উপদেষ্টা মৃগাংক শেখৰ ভৰালী হাজৰিকাই মন্তব্য কৰে। সভাত কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ সভাপতি সম্পাদকৰ লগতে নগাঁও জিলাৰ ভাৰপ্ৰাপ্ত সম্পাদকগৰাকীও উপস্থিত থাকে।

Apply Now

লগতে পঢ়ক: ৰাজ্যিক কেবিনেটে আজি কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’লে? চাওক সিদ্ধান্তসমূহ

ইপিনে, কলিয়াবৰৰ শিপিনী গাঁও হিচাপে পৰিচিত নিজ চিলাবন্ধা গাওঁৰ এশৰো অধিক শিপিনীয়ে ১২ মাহেই গামোচা, চাদৰ, মেখেলা, চেলেঙকে ধৰি বিভিন্ন ধৰণৰ বোৱা-কটা কৰি পৰিয়াল পোহপালৰে স্বাৱলম্বিতাৰ পথ মুকলাই লোৱা পৰিলক্ষিত হৈছে। সেয়ে এই মহিলা সকলক লগত লৈ কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই বিগত ২০১৭ চনৰ পৰাই প্ৰতি বছৰে ব’হাগ বিহুৰ আগে আগে বিনামূলীয়াকৈ সূতা বিতৰণ কৰে। ইয়াৰ লক্ষ্য হ’ল হেঁপাহৰ বিহুৱানখন সকলোৱেই যাতে থলুৱাভাৱে গ্ৰহণ কৰাৰ লগতে থলুৱা বিপনীসমূহতো এই গামোচাই বজাৰ দখল কৰিবলৈ সক্ষম হয়।

আনহাতে, আজিকোপতি এই শিপিনী সকলে চৰকাৰৰ পৰা কোনো ধৰণৰ সাহায্য লাভ কৰিবলৈ সক্ষম হোৱা নাই। আজিলৈকে এই সকল শিপিনীয়ে অত্যাধুনিক একোখনকৈ শাল লাভ নকৰিলে। যাৰ বাবে শিপিনী সকলে যথেষ্ট অসুবিধাৰ মাজেৰে কাম কৰিব লগা হৈছে।

লগতে পঢ়ক: ৰাজ্যসভা নিৰ্বাচনৰ দিন ঘোষণা: ৩১ মাৰ্চত অনুষ্ঠিত হ’ব নিৰ্বাচন

সেয়ে, চৰকাৰ তথা বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানলৈ তেওঁলোকৰ আহ্বান যে শিপিনীসকলক একোখনকৈ অত্যাধুনিক শালৰ লগতে যাৱতীয় সকলোখিনি সুবিধা প্ৰদান কৰক লগতে বহিৰাগত চেলেং,গামোচাৰ পৰিৱৰ্তে থলুৱা গামোচা আৰু থলুৱা সাজ-পোছাক ব্যৱহাৰ কৰাত সহায় কৰক।

 

[table id=10 /]

 

ৰিদীপ শৰ্মা, কলিয়াবৰ

ৰিদীপ শৰ্মা, কলিয়াবৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰত জাপানৰ অৰ্থনৈতিক সম্পৰ্কত নতুন গতি : হাৰিয়ানাত প্ৰধানমন্ত্ৰী মোদী আৰু তাকাইচিয়ে মুকলি কৰিলে মাৰুতি চুজুকিৰ ৩৫ হাজাৰ কোটিটকীয়া বৃহৎ কাৰখানা

ভাৰত জাপানৰ অৰ্থনৈতিক সম্পৰ্কত নতুন গতি : হাৰিয়ানাত প্ৰধানমন্ত্ৰী মোদী আৰু তাকাইচিয়ে মুকলি কৰিলে মাৰুতি চুজুকিৰ ৩৫ হাজাৰ কোটিটকীয়া বৃহৎ কাৰখানা

July 2, 2026 11:57 am
৮৫ মিনিট পৰ্যন্ত পিছপৰি থাকিও ছেনেগালক হৰুৱালে বেলজিয়ামে, নিশ্চিত কৰিলে শেষ ষোল্লৰ স্থান

৮৫ মিনিট পৰ্যন্ত পিছপৰি থাকিও ছেনেগালক হৰুৱালে বেলজিয়ামে, নিশ্চিত কৰিলে শেষ ষোল্লৰ স্থান

July 2, 2026 10:23 am
আদালতত ১৫ খন নথি জমা দিও নিজকে ভাৰতীয় বুলি প্ৰমাণ দিব নোৱাৰিলে গুৱাহাটীৰে এগৰাকী ব্যক্তিয়ে

আদালতত ১৫ খন নথি জমা দিও নিজকে ভাৰতীয় বুলি প্ৰমাণ দিব নোৱাৰিলে গুৱাহাটীৰে এগৰাকী ব্যক্তিয়ে

July 2, 2026 9:49 am
স্পেইনত ভয়াৱহ তাপপ্ৰবাহ: এমাহত প্ৰাণ গ’ল এহেজাৰৰো অধিক লোকৰ

স্পেইনত ভয়াৱহ তাপপ্ৰবাহ: এমাহত প্ৰাণ গ’ল এহেজাৰৰো অধিক লোকৰ

July 2, 2026 9:19 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰত জাপানৰ অৰ্থনৈতিক সম্পৰ্কত নতুন গতি : হাৰিয়ানাত প্ৰধানমন্ত্ৰী মোদী আৰু তাকাইচিয়ে মুকলি কৰিলে মাৰুতি চুজুকিৰ ৩৫ হাজাৰ কোটিটকীয়া বৃহৎ কাৰখানা

ভাৰত জাপানৰ অৰ্থনৈতিক সম্পৰ্কত নতুন গতি : হাৰিয়ানাত প্ৰধানমন্ত্ৰী মোদী আৰু তাকাইচিয়ে মুকলি কৰিলে মাৰুতি চুজুকিৰ ৩৫ হাজাৰ কোটিটকীয়া বৃহৎ কাৰখানা

July 2, 2026 11:57 am
৮৫ মিনিট পৰ্যন্ত পিছপৰি থাকিও ছেনেগালক হৰুৱালে বেলজিয়ামে, নিশ্চিত কৰিলে শেষ ষোল্লৰ স্থান

৮৫ মিনিট পৰ্যন্ত পিছপৰি থাকিও ছেনেগালক হৰুৱালে বেলজিয়ামে, নিশ্চিত কৰিলে শেষ ষোল্লৰ স্থান

July 2, 2026 10:23 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd