• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নামঘৰত আশীষ লৈ তেলিয়া গাঁৱত ভোটদান কৰিলে মণিমাধৱ, কেশৱ মহন্তই

NE NOW NEWS বিদ্যুত জ্যোতি বৰা
চামগুৰি , April 11, 2019 12:54 pm

1 min read

নামঘৰত আশীষ লৈ তেলিয়া গাঁৱত ভোটদান কৰিলে মণিমাধৱ, কেশৱ মহন্তই
292
VIEWS
Share on FacebookShare on Twitter

আজি লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ পাঁচটা সমষ্টিৰ ভোটদান চলি থকাৰ সময়তে নগাঁও জিলাৰ কলিয়াবৰ লোকসভা সমষ্টিৰ অগপ প্ৰাৰ্থী মণিমাধৱ মহন্তই নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে।

মহন্তই কলিয়াবৰ মহকুমাৰ তেলিয়া গাঁওস্থিত ৪৪নং অংগনাৱাদী ভোটগ্ৰহণ কেন্দ্ৰত পুৱা প্ৰায় ৯ বজাত ভোটাদান কৰে। ইয়াৰ পূৰ্বে তেওঁ পুৱা ৭ মান বজাত ভগৱানৰ আশীৰ্বাদ বিচাৰি তেলিয়া গাঁৱৰ ৰাজহুৱা নামঘৰত সেৱা লয়।

ভোটদান কৰি ওলাই আহি সাংবাদিকৰ আগত প্ৰাৰ্থী গৰাকীয়ে কয়, ‘আমি এজাক ৰ’দৰ সন্ধানত আছিলো। আৰু যি জাক ৰ’দ উলাইছে, মা মাতৃভূমী আৰু মাতৃ-ভাষাৰ ৰ’দ এইজাক।‘

আনহাতে প্ৰাৰ্থীগৰাকীৰ ককায়েক তথা অগপ মন্ত্ৰী কেশৱ মহন্ত আজি পুৱাতেই ভোটদান কৰে। মণিমাধৱে কলিবাৰৰ পৰা জয়লাভ কৰাটো নিশ্চিত বুলি উল্লেখ কৰি সাংবাদিকৰ আগত তেওঁ আজি নিৰ্বাচন অনুষ্ঠিত পাঁচোটা সমষ্টিতে অগপ-বিজেপি মিত্ৰজোঁট জয়ী হ’ব বুলি দাবী কৰে।

প্ৰফুল্ল মহন্তই এইবাৰ নিৰ্ব্বাচনী প্ৰচাৰৰ পৰা আঁতৰি থকা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ‘মহন্তই ব্যক্তিগত কাৰণত আগবাঢ়ি অহা নাই’ বুলি কৈ বিষয়টো এৰাই চলে।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd