DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিধেয়কৰ বিৰোধিতাত গণৰাজ্য দিৱসৰ কাৰ্য্যসূচীস্থলীতে উৰুৱাই ৰাখিছে ক’লা পতাকা

ৰিদিপ শর্মা by ৰিদিপ শর্মা
January 25, 2019 10:27 pm
1.5k
VIEWS
Share on FacebookShare on Twitter

ক’লা পতাকাই ৰাজ্যৰ মন্ত্ৰী-বিধায়ক, নেতাক খেদি ফুৰাৰ পিছত এইবাৰ মহাবিদ্যালয়ৰ প্ৰাংগণত ক’লা পতাকা উৰুৱাই নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতা কৰিলে কলিয়াবৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে।

আজি কলিয়াবৰ মহাবিদ্যালয় ছাত্ৰ একতা সভাই বিধেয়কখনৰ বিৰোধিতা কৰি এই ব্যতিক্ৰম পদক্ষেপটো লয়। লগতে তেওঁলোকে ৰাজপথত বহি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ দুখনৰ বিৰুদ্ধে শ্ল’গান দিয়ে।

ছাত্ৰ একতা সভাৰ নেতৃত্বত ভালে সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে চৰকাৰক বিধেয়কখন বাতিলৰ দাবী জনোৱাৰ লগতে ‘হিমন্ত বিশ্ব শৰ্মা মুর্দাবাদ’, ‘সৰ্বানন্দ সোণোৱাল লেই লেই ছেই ছেই’, ‘দিল্লী দিচপুৰ হুঁচিয়াৰ’ ইত্যাদি শ্ল’গানেৰে মহাবিদ্যালয় চৌহদ কঁপাই তোলে।

আনহাতে ক’লা পতাকা উত্তোলন কৰাৰ কাষতেই কাইলৈ মহকুমা প্ৰশাসনে ৭০ সংখ্যক গণৰাজ্য দিৱস অনুষ্ঠিত কৰাৰ কথা। এনে পৰিস্থিতিত প্ৰশাসনে ক’লা পতাকাখন আঁতৰোৱাৰ কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া কাইলৈহে পোহৰলৈ আহিব।

ইয়াৰ বিপৰীতে কলিয়াবৰ মহাবিদ্যালয় ছাত্ৰ একতা সভাই নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিল নোহোৱা পৰ্যন্ত ক’লা পতাকা উত্তোলনেৰে কৰা এই প্ৰতিবাদ অব্যাহত ৰাখিব বুলি আমাক জানিবলৈ দিয়ে।

Recent News

Durand Cup 2022

আৰম্ভ হ’ল ডুৰাণ্ড কাপ, ২০২২: উদ্বোধনী মেচত এফ চি গোৱাৰ বিৰুদ্ধে ৩-১ ব্যৱধানত জয় মহমেদান স্প’ৰ্টিঙৰ

maharashtra train accident

মহাৰাষ্ট্ৰত ৰেল দুৰ্ঘটনা: মালবাহী ৰেলত খুন্দা যাত্ৰীবাহী ৰেলৰ, আহত ৫০ গৰাকী যাত্ৰী

Jinnah International Airport Karachi

পাকিস্তানৰ কৰাচী বিমানবন্দৰত জৰুৰী অৱতৰণ ভাৰতৰ পৰা যোৱা চাৰ্টাৰ জেটৰ

child rape

জঘন্য! খেলি থকাৰ পৰাই অপহৰণ কৰি নি ছয় বছৰীয়া শিশুক বলাৎকাৰ কৰি হত্যা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd