DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কামাখ্যা মন্দিৰ পৰিচালনা সমিতিয়ে সাময়িকভাৱে বন্ধ কৰিলে বিশেষ প্ৰৱেশ টিকটৰ ব্যৱস্থা

এন ই নাও নিউজ by এন ই নাও নিউজ
March 19, 2020 3:36 pm
kamakhya-temple-in-guwahati-570x427
15.3k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ আৰু সতৰ্কতাৰ প্ৰতি লক্ষ্য ৰাখি কামাখ্যা মন্দিৰ পৰিচালনা সমিতিয়ে দৰ্শনাৰ্থীৰ বাবে বিশেষ প্ৰৱেশ টিকট দিয়া কাৰ্য সাময়িকভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে।

ইয়াৰ উপৰি আগন্তুক কিছুদিনৰ বাবে মন্দিৰৰ মূল দুৱাৰ বন্ধ ৰখা সন্দৰ্ভতো বিচাৰ বিবেচনা কৰি আছে বুলি মন্দিৰ পৰিচালনা সমিতিয়ে জানিবলৈ দিয়ে।

অৱশ্যে বৰ্তমান পৰ্যন্ত এই সন্দৰ্ভত পৰিচালনা সমিতিয়ে একো সিদ্ধান্ত লোৱা নাই। ইয়াৰ বাবে আৰু কিছুদিন অপেক্ষা কৰা হ’ব বুলি উল্লেখ কৰে।

‘মন্দিৰলৈ বহু কম দৰ্শনাৰ্থী আহি আছে, আমি এই পৰ্যন্ত দৰ্শন বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা নাই। যদিহে ভাইৰাছ সংক্ৰমণৰ আশংকা বৃদ্ধি পাই, তেন্তে কিছুদিনৰ বাবে দুৱাৰ বন্ধ ৰাখিবলৈ আমি সিদ্ধান্ত ল’ম। মন্দিৰৰ দৈনিক কাম-কাজ চলি থাকিব’। আছাম ট্ৰিবিউনত প্ৰকাশিত মন্দিৰ পৰিচালনা সমিতিৰ সৰু দলৈ কবিন্দ্ৰ শৰ্মাৰ মন্তব্য।

ইয়াৰ উপৰি সতৰ্কতা অৱলম্বনৰ উদ্দেশ্যে পৰিচালনা সমিতিয়ে মন্দিৰ চৌহদত চেনিটাইজাৰৰ ব্যৱহাৰ বাধ্যতামূলক কৰাৰ লগতে পূজা সমূহত বহু লোক একগোট খোৱাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে।

Recent News

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd