• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুনৰ অখিল গগৈৰ সংগ এৰিলে কমল কুমাৰ মেধিয়ে

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
April 19, 2022 5:55 pm
ফাইল ফটো

ফাইল ফটো

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাইজৰ দল গঠন হোৱাৰ পূৰ্বে বা কা বিৰোধী আন্দোলনৰ সময়ত শিৱসাগৰৰ অখিল গগৈৰ সৈতে একেলগ হোৱা কমল কুমাৰ মেধিয়ে ৰাইজৰ দলৰ পৰা পদত্যাগ কৰে।

ৰাইজৰ দলৰ উপ সভাপতি পদৰ লগতে প্ৰাথমিক সদস্য পদো ত্যাগ কৰে কমল কুমাৰ মেধিয়ে।

Apply Now

যোৱা ১২ এপ্ৰিলৰ দিনাই মেধিয়ে পদত্যাগ কৰে যদিও ফেচবুকযোগে আজিহে কথাটো ৰাজহুৱা কৰে।

পদত্যাগ কৰা কথাটো ৰাজহুৱা নকৰাৰ কাৰণটো ফেচবুক পোষ্টৰ জৰিয়তে উল্লেখ কৰি মেধিয়ে কয় “মোৰ পদত্যাগৰ বিষয়টো দলৰ বাবে এটা নেতিবাচক ইছ্যুত পৰিণত নহওক ৷ মই মনে মনে আঁতৰি দিম, দিন যোৱাৰ পিছত মানুহে গম পালেও দলৰ একো ক্ষতি নহয় তেতিয়া ৷ মোৰ মনৰ ভিতৰত থকা অভিযোগবোৰো আৰু ৰাজহুৱা নকৰোঁ, যদিও ক’বলৈ বহু কথাই আছে ৷ মই সম্পূৰ্ণ ইতিবাচক দৃষ্টিভংগীৰে আগবাঢ়িছিলোঁ ৷”
ইপিনে, ৰাইজৰ দলৰ কৰ্ণধাৰ কমিটিয়ে কমল কুমাৰ মেধিৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰা নাছিল বুলি ফেচবুকযোগে তেওঁ সদৰী কৰে।

“মই যিহেতু পদত্যাগ কৰিছিলোঁ, গতিকে মই মিটিঙলৈ যোৱাৰ প্ৰশ্নই নুঠে ৷ কিন্তু কালিৰ কৰ্ণধাৰ সমিতিৰ সভাই মোৰ পদত্যাগ পত্ৰ গ্ৰহণ নকৰাৰ সিদ্ধান্ত লয় আৰু সভাৰ শেষত সভাপতি অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বত কৰ্ণধাৰ সমিতিখন আমাৰ ঘৰলৈ আহে ৷ তেওঁলোকে মোৰ পদত্যাগ পত্ৰখন গ্ৰহণ নকৰাৰ প্ৰস্তাৱটো সন্দৰ্ভত মোক জনায় আৰু পিছদিনাৰ অৰ্থাৎ আজিৰ বিষয়ববীয়াৰ সভাত উপস্থিত থাকিবলৈ কয় ৷ দলৰ সভাপতিকে ধৰি কৰ্ণধাৰ সমিতিৰ মাননীয় সদস্যসকলৰ এই আহ্বানৰ প্ৰতি সন্মান জনাই মই আজিৰ বিষয়ববীয়াৰ সভাত সৌজন্যতাৰ খাটিৰত উপস্থিত হওঁ ৷

লগতে মই এই কথাও স্পষ্ট কৰি দিওঁ যে সভাপতিকে ধৰি কৰ্ণধাৰৰ সদস্যসকলৰ আহ্বানৰ প্ৰতি সন্মান জনাই মই আজিৰ সভাত উপস্থিত হৈছোঁ যদিও মই পদত্যাগ পত্ৰখন প্ৰত্যাহাৰ নকৰোঁ ।“ ফেচবুকত কমল কুমাৰ মেধিয়ে লিখি এইদৰে কয়। ইপিনে, আজি কৰ্ণধাৰ সমিতিৰ বৈঠক অনুষ্ঠিত হোৱাৰ সময়তে এটা বিষয়ক কেন্দ্ৰ কৰি কমল কুমাৰ মেধি আৰু অন্য এজন নেতাৰ মাজত যুক্তি তৰ্ক হোৱা বুলিও তেওঁ সদৰী কৰে।

এই সম্পৰ্কত তেওঁ কয় “মই ভাবি আছিলোঁ যে সভাত বিশেষ বক্তব্য নিদিয়াকৈ কিছু সময় বহি সভাপতিক মাত লগাই মই উঠি আহিম ৷ কিন্তু সেই সময়তে এটা বিষয়ক লৈ একপ্ৰকাৰ বিতৰ্ক আৰম্ভ হৈছিল ৷ এগৰাকী নেতাই বিষয়টো সন্দৰ্ভত অলপ বেলেগকৈ ব্যাখ্যা আগবঢ়াই থকাত মই আচল কথাটো সভাত উল্লেখ কৰি দিলোঁ ৷ লগে লগে বিষয়টোক লৈ যুক্তি-তৰ্ক আৰম্ভ হ’ল ৷ একেলগে কেইবাজনেও ঠিয় হৈ ক’বলৈ ধৰিলে ৷  তাৰপিছত সেই নেতাই এইবাৰ মোক উদ্দেশ্যি ক’বলৈ ধৰিলে যে মই হেনো বিজেপিৰ এজেণ্ট হৈ সভাত গণ্ডগোল লগাই দিছোঁ ৷

”তাৰ প্ৰত্যুত্তৰত কমল কুমাৰ মেধিয়ে কয় “মই বোলো কোনো কাৰণ নোহোৱাকৈ মই যদি বিজেপিৰ এজেণ্ট হ’ব পাৰোঁ- তেন্তে আপুনি এআইইউডিএফ বা অলকায়দাৰ এজেণ্ট ৷”অৱশ্যে তাৰ পিছৰ পৰিস্থিতিৰ কথা উল্লেখ কৰাৰ পৰা বিৰত থাকিল কমল কুমাৰ মেধি। তেওঁ বৰ্তমানলৈকে কোনো ৰাজনৈতিক দলত যোগদান কৰাৰ পৰিকল্পনা কৰা নাই বুলি পোষ্টযোগে উল্লেখ কৰে।

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মুম্বাইৰ যুৱকে ভুলতে অটো চালকক দিলে ১৫ হাজাৰতকৈ অধিক টকা, তাৰ পিছত যি ঘটিল সেয়া সঁচাকৈয়ে আচৰিত

মুম্বাইৰ যুৱকে ভুলতে অটো চালকক দিলে ১৫ হাজাৰতকৈ অধিক টকা, তাৰ পিছত যি ঘটিল সেয়া সঁচাকৈয়ে আচৰিত

June 6, 2026 7:54 pm
মন্দিৰৰ মেলাত বিক্ৰী হ’ল ‘মেড ইন পাকিস্তান’ চাদৰ? ভাইৰেল ভিডিঅ’ৰ পিছত তদন্ত আৰম্ভ

মন্দিৰৰ মেলাত বিক্ৰী হ’ল ‘মেড ইন পাকিস্তান’ চাদৰ? ভাইৰেল ভিডিঅ’ৰ পিছত তদন্ত আৰম্ভ

June 6, 2026 7:39 pm
মাতৃৰ অবৈধ সম্পৰ্কৰ বিৰোধিতা কৰাৰ বাবেই ১৬ বছৰীয়া কিশোৰীক হত্যা, মৃতদেহ চুটকেচত ভৰাই হাবিত জ্বলাই দিলে মাতৃৰ প্ৰেমিকে

মাতৃৰ অবৈধ সম্পৰ্কৰ বিৰোধিতা কৰাৰ বাবেই ১৬ বছৰীয়া কিশোৰীক হত্যা, মৃতদেহ চুটকেচত ভৰাই হাবিত জ্বলাই দিলে মাতৃৰ প্ৰেমিকে

June 6, 2026 6:54 pm
কে এল ৰাহুলৰ দ্বাদশ টেষ্ট শতক, ১০ বা তাতোধিক শতৰান কৰা চতুৰ্থ ভাৰতীয় অপেনাৰ হিচাপে ৰচিলে ইতিহাস

কে এল ৰাহুলৰ দ্বাদশ টেষ্ট শতক, ১০ বা তাতোধিক শতৰান কৰা চতুৰ্থ ভাৰতীয় অপেনাৰ হিচাপে ৰচিলে ইতিহাস

June 6, 2026 6:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুম্বাইৰ যুৱকে ভুলতে অটো চালকক দিলে ১৫ হাজাৰতকৈ অধিক টকা, তাৰ পিছত যি ঘটিল সেয়া সঁচাকৈয়ে আচৰিত

মুম্বাইৰ যুৱকে ভুলতে অটো চালকক দিলে ১৫ হাজাৰতকৈ অধিক টকা, তাৰ পিছত যি ঘটিল সেয়া সঁচাকৈয়ে আচৰিত

June 6, 2026 7:54 pm
মন্দিৰৰ মেলাত বিক্ৰী হ’ল ‘মেড ইন পাকিস্তান’ চাদৰ? ভাইৰেল ভিডিঅ’ৰ পিছত তদন্ত আৰম্ভ

মন্দিৰৰ মেলাত বিক্ৰী হ’ল ‘মেড ইন পাকিস্তান’ চাদৰ? ভাইৰেল ভিডিঅ’ৰ পিছত তদন্ত আৰম্ভ

June 6, 2026 7:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd