• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

কমল ফুলিব বিজপিত! কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিব পাৰে কমল নাথে 

by
February 17, 2024 6:52 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্বাচনৰ আগে আগে সংকট নামি আহিছে কংগ্ৰেছলৈ। ইজনৰ পিছত সিজনকৈ বিৰোধী নেতাই যোগদান কৰিছে কংগ্ৰেছত।

মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথ আৰু তেওঁৰ পুত্ৰ নকুল নাথে বিজেপিত যোগদান কৰিব পাৰে বুলি সূত্ৰই প্ৰকাশ কৰিছে।

Apply Now

শনিবাৰে দিল্লীত উপস্থিত হৈছে কমল নাথ। দিল্লীক উপস্থিত হোৱাক লৈ ৰাজনীতিকজনে বিজেপিত যোগদান কৰাৰ সম্পৰ্কে অধিক জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।

অৱশ্যে বিজেপিত যোগদান কৰিছে নেকি বুলি সাংবাদিকে সোধাত নাথে কয়, “যদি এনেকুৱা হয়, তেন্তে মই প্ৰথমে আপোনালোকক জনাই দিম।”

ইয়াৰ পূৰ্বে কমল নাথৰ বিজেপিত যোগদানক লৈ জল্পনা-কল্পনা তীব্ৰতৰ হৈ পৰিছিল। কাৰণ তেওঁৰ প্ৰাক্তন মিডিয়া উপদেষ্টা তথা বিজেপিৰ মুখপাত্ৰ নৰেন্দ্ৰ চালুজাই সামাজিক মাধ্যমত কমল নাথ আৰু তেওঁৰ পুত্ৰৰ ফটো পোষ্ট কৰি কেপচনত “জয় শ্ৰী ৰাম” লিখিছিল।

এই জল্পনা-কল্পনাৰ সন্দৰ্ভত কংগ্ৰেছ নেত্ৰী দিগ্বিজয়া সিঙে কয় যে তেওঁ শুকুৰবাৰে নিশা কমল নাথৰ সৈতে কথা পাতিছিল, আৰু লগতে কয় যে “নেহৰু-গান্ধী পৰিয়ালৰ সৈতে ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰা মানুহজনৰ পৰা আমি কেনেকৈ এই আশা কৰিব পাৰো?”

আনুষংগিক এক ঘটনাত মধ্যপ্ৰদেশৰ সোণকাটচৰ কংগ্ৰেছৰ বিধায়ক সজ্জন সিং ভাৰ্মাই ছ’চিয়েল মিডিয়াত নিজৰ প্ৰফাইলৰ পৰা দলটোৰ ল’গ’ আঁতৰোৱাৰ খবৰ আহিছে।

উল্লেখ্য যে ভাৰ্মাক কমল নাথৰ কঠোৰ সমৰ্থকৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়।

ইফালে, কংগ্ৰেছৰ সূত্ৰই সাংবাদিকক জনোৱা মতে, জ্যেষ্ঠ নেতাগৰাকীয়ে দল সলনি কৰাৰ কথা চিন্তা কৰিছে, কিয়নো দলৰ নেতৃত্বই তেওঁক ৰাজ্যসভাৰ টিকট দিবলৈ অস্বীকাৰ কৰিছে। 

অৱশ্যে মধ্যপ্ৰদেশ কংগ্ৰেছৰ মুৰব্বী জিতু পাটোৱাৰীয়ে কয় যে এই জল্পনা-কল্পনা ‘ভিত্তিহীন’। তেওঁ লগতে কয় যে সত্তৰৰ দশকৰ পৰাই কমল নাথ কংগ্ৰেছৰ সৈতে আছে। ১৯৮০ চনত যেতিয়া কমল নাথে প্ৰথমবাৰৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল তেতিয়া ইন্দিৰা গান্ধীয়ে তেওঁক তৃতীয় পুত্ৰ বুলি অভিহিত কৰিছিল…ইন্দিৰা গান্ধীৰ তৃতীয় পুত্ৰই কংগ্ৰেছ এৰিব বুলি কোনোবাই সপোনতো দেখিব পাৰেনে?”

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

September 17, 2026 8:39 pm
‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

September 17, 2026 7:52 pm
হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

September 17, 2026 7:02 pm
ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

September 17, 2026 6:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

September 17, 2026 8:39 pm
‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

September 17, 2026 7:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd