• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অনুসূচিত জাতিক স্বায়ত্ত শাসন প্ৰদান নকৰিলে হ’ব জংগী আন্দোলন : অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 23, 2019 3:14 pm
Anusuchito 123

অনুসূচীত জাতিৰ প্ৰতিবাদ

507
VIEWS
Share on FacebookShare on Twitter

অসমত বাস কৰা প্ৰায় ৪০ লাখ অনুসূচিত জাতি লোকৰ সৰ্বাংগীণ বিকাশ আৰু কল্যাণৰ বাবে ৰাজ্যখনৰ অন্যান্য জাতি-জনগোষ্ঠীসমূহক স্বায়ত্ত শাসন ব্যৱস্থাৰ আওতালৈ অনাৰ দাবীৰে আজি সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে।

তাৰ সমান্তৰালভাৱে বৃহস্পতিবাৰে সংগঠনটোৰ কামৰূপ জিলা সমিতিয়ে  চচলত দুই ঘণ্টা জোৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।

অৱস্থান ধৰ্মঘটস্থলীত উপস্থিত থকা পৰিষদৰ সাধাৰণ সম্পাদক কমলাকান্ত দাসে কয়  ‘‘আজি সমগ্ৰ ৰাজ্যখনত অনুসূচিত জাতিক স্বায়ত্ত শাসন প্ৰদান কৰা আৰু জাতিটোৰ দীৰ্ঘদিনীয়া সমস্যা সমূহ সমাধানৰ দাবীত জিলা সমিতি সমূহে একেলগে আন্দোলন কৰিছে। ইমানৰ পিছতো যদি চৰকাৰে আমাক গুৰুত্ব নিদিয়ে তেন্তে আগন্তুক সময়ত পৰিষদে জংগী আন্দোলন গঢ়ি তুলিব’’।

তদুপৰি, অহা ২৫ অক্টোবৰৰ ভিতৰত তেওঁলোকৰ এই দাবীসমূহ পুৰণ নকৰিলে ২৬ অক্টোবৰৰ দিনটোত দিল্লীৰ যন্তৰ-মন্তৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰো হুংকাৰ দিয়ে পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদকগৰাকীয়ে।

দাসে লগতে চলিত বৰ্ষৰ ৰাজ্যিক বাজেটত বিজেপি চৰকাৰে অনুসূচিত জাতিৰ উন্নয়নৰ বাবে কোনো ধৰণৰ গুৰুত্বপূৰ্ণ আঁচনি আৰু পুঁজিৰ ব্যৱস্থা কৰা নাই বুলিও উল্লেখ কৰে।

প্ৰতিবাদী কাৰ্য্যসূচীত অংশগ্ৰহণ কৰা প্ৰতিবাদকাৰীসকলে ‘অনুসূচিত জাতিক স্বায়ত্ত শাসন লাগিবই , বিজেপি চৰকাৰ হায় হায়, সংৰক্ষণ আইন মানি চলক, ছাত্ৰ ছাত্ৰীৰ জলপানি আদায় দিয়ক আদি শ্ল’গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd