• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জিন্তু গগৈ সোঁৱৰণি ফুটবল টুৰ্ণামেণ্টত কমাৰগাঁও মহাবিদ্যালয় বিজয়ী

অভিক চক্ৰৱৰ্তী by অভিক চক্ৰৱৰ্তী
March 8, 2020 8:36 pm
5.3k
VIEWS
Share on FacebookShare on Twitter

ডিব্ৰুগড়ৰ প’ল’ গ্ৰাউণ্ডত চলি থকা ১৬ সংখ্যক কেপ্টেইন জিন্তু গগৈ সোঁৱৰণি ফুটবল টুৰ্ণামেণ্টৰ আজি অনুষ্ঠিত ফাইনেলত কমাৰগাঁও মহাবিদ্যালয়ে ডাও ডিভিজনক টাই-ব্ৰেকাৰত ৩-১ গ’লত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে ১-১ গ’লত খেলখন সামৰণি পৰিছিল।

টুৰ্ণামেণ্টথনত উজনি অসমৰ প্ৰায় ২৪টা দলে অংশগ্ৰহণ কৰিছিল।

উল্লেখযোগ্য যে ২০০৪ চনৰ পৰা সেনা বাহিনীয়ে কাৰ্গিল যুদ্ধৰ চহিদ কেপ্টেইন জিন্তু গগৈৰ সোঁৰণিত উক্ত ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে।

লাইপুলি ব্ৰিগেডৰ কমাণ্ডাৰ ব্ৰিগেডিয়াৰ ৰোহিত চেহগাল মুখ্য অতিথি হিচাপে উপস্থিত থকা সামৰণি অনুষ্ঠানত বিহু নৃত্য, সেনা বাহিনীৰ পাইপ বেণ্ড, সেনা বাহিনীৰ ডগ শ্ব’ আদি প্ৰদৰ্শন কৰা হয়।

অনুষ্ঠানত জিন্তু গগৈৰ পিতৃ-মাতৃৰ লগতে ডিব্ৰুগড়ৰ উপায়ুক্ত পল্লৱ গোপাল ঝা, মুখ্য মন্ত্ৰীৰ ভাতৃ নৰেশ্বৰ সোণোৱাল, অতিৰিক্ত উপায়ুক্ত পদ্মনাথ বৰুৱা আদি উপস্থিত থাকে।

Recent News

দৈনিক অফিচত ৮-১০ ঘন্টা একেৰাহে বহি কাম কৰাৰ অভ্যাস? ভয়ংকৰ বিপদত পৰিব পাৰে আপুনি

দৈনিক অফিচত ৮-১০ ঘন্টা একেৰাহে বহি কাম কৰাৰ অভ্যাস? ভয়ংকৰ বিপদত পৰিব পাৰে আপুনি

“মোৰ অনুৰোধত ভাৰতে পাকিস্তানৰ সৈতে যুদ্ধবিৰতি কৰিলে”- বৰ্ধিত শুল্কৰ বিষয়ে উল্লেখ কৰি ট্ৰাম্পৰ দাবী

“মোৰ অনুৰোধত ভাৰতে পাকিস্তানৰ সৈতে যুদ্ধবিৰতি কৰিলে”- বৰ্ধিত শুল্কৰ বিষয়ে উল্লেখ কৰি ট্ৰাম্পৰ দাবী

তীব্ৰগতিত বাহন চলোৱাৰ চখেই প্ৰাণ ল’লে ছামিউলৰ! এবছৰত ৫ টাকৈ অভাৰস্পীডৰ ফাইন নন্দিনীৰ বাহনত

তীব্ৰগতিত বাহন চলোৱাৰ চখেই প্ৰাণ ল’লে ছামিউলৰ! এবছৰত ৫ টাকৈ অভাৰস্পীডৰ ফাইন নন্দিনীৰ বাহনত

ছামিউলৰ মৃত্যুৰ পিছতে দিছপুৰ আৰক্ষীয়ে আটক কৰিলে বিতৰ্কিত অভিনেত্ৰী নন্দিনী কাশ্যপক

ছামিউলৰ মৃত্যুৰ পিছতে দিছপুৰ আৰক্ষীয়ে আটক কৰিলে বিতৰ্কিত অভিনেত্ৰী নন্দিনী কাশ্যপক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd