• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ল’কডাউনৰ মাজতে আজিৰে পৰা মহানগৰবাসী ৰাইজৰ বাবে ১৩৩ টা স্থানত শাক-পাচলিৰ যোগান জিলা প্ৰশাসনৰ

দীপজ্যেতি শৰ্মা দীপজ্যোতি শৰ্মা
গুৱাহাটী , July 8, 2020 2:09 pm

1 min read

ল’কডাউনৰ মাজতে আজিৰে পৰা মহানগৰবাসী ৰাইজৰ বাবে ১৩৩ টা স্থানত শাক-পাচলিৰ যোগান জিলা প্ৰশাসনৰ
4.2k
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী মহানগৰীত ক’ৰ’না ভাইৰাছৰ ব্যাপক গণ সংক্ৰমণ হোৱাৰ পাছত এই সংক্ৰমণ ৰোধৰ বাবে ৰাজ্য চৰকাৰে ল’কডাউন ঘোষণা কৰিছিল।

ল’কডাউনৰ সময়ছোৱাত জনসাধাৰণৰ সুবিধাৰ্থে মুঠ ১৩৩ টা স্থানত শাক-পাচলিৰ যোগান ধৰিব কামৰূপ মহানগৰ জিলা প্ৰশাসনে।

আজিৰ পৰা গুৱাহাটী মহানগৰীৰ মুঠ ১৩৩ টা ভিন্ন ভিন্ন স্থানত মুঠ ২৬ বিধ বিভিন্ন প্ৰজাতিৰ শাক-পাচলি ৰাইজৰ বাবে বিক্ৰী কৰা হ’ব।

জিলা প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া মূল্য অনুসৰি এই শাক—াচলি সমূহ বিক্ৰীৰ অনুমতি দিয়া হৈছে।

প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া মূল্য অনুযায়ী প্ৰতি কেজি জিকাৰ মূল্য ৪৫ টকা, জালি কোমোৰা ৪০ টকা,পটল ৪০ টকা, লেচেৰা  ৪৫ টকা,তিতা কেৰেলা ৪৫ টকা,ৰঙালাও ২৫ টকা,ভেণ্ডি ৪০ টকা, বন্ধাকবি ৩৫ টকা,মূলা ৪০ টকা।

আনহাতে, কেছা জলকীয়া ৬৫ টকা, গাজৰ ৯৫ টকা, ফ্ৰেঞ্চবিন ৯৫ টকা, ভোল ৩৫টকা, তিয়হ ৩৫ টকা, পানী লাও ৪০ টকা, মটৰ ৯০ টকা নেমু ৫ টকা , বেঙেনা ৪৫ টকা, ভাত কেৰেলা ৫০ টকা, ধনীয়া ৫ টকা ( প্ৰতি মুঠি ), কেপচিকাম ৯০ টকা, ওলকবি ৪৫ টকা, আলু ৩০ টকা , বিলাহী ৫৫ টকা,কচু ৪০ টকা, ধুন্দুলী ৩০ টকাকৈ জনসাধাৰণে লাভ কৰিব।

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd