DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ক’ৰ’নাতংক : বেলতলা বজাৰ বন্ধ কৰিলে কামৰূপ মহানগৰ জিলা প্ৰশাসনে

এন ই নাও নিউজ by এন ই নাও নিউজ
June 25, 2020 2:31 pm
Beltola-market-1

বেলতলা বজাৰৰ ফাইল ফ'টো

440
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’নাৰ অপ্ৰতিৰোধ্য সংক্ৰমণৰ বাবে চিন্তিত হৈ পৰিছে ৰাজ্য চৰকাৰ।

গুৱাহাটীত ক’ৰ’নাৰ গণ সংক্ৰমণৰ ঘটা বুলি স্বাস্থ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ পিছতে মহানগৰ জিলা প্ৰশাসনো অধিক সতৰ্ক হৈ উঠিছে।

যোৱা ২৩ জুনত কামৰূপ(ম) জিলা প্ৰশাসনে গুৱাহাটী মহানগৰীৰ ১১ টাকৈ ৱাৰ্ডত ল’কডাউন ঘোষণা কৰাৰ পিছতে এইবাৰ কোভিড১৯ সংক্ৰমণৰ আশংকাত বেলতলা বজাৰ আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ বন্ধ কৰা কথা ঘোষণা কৰিছে।

কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্তৰ স্বাক্ষৰিত এক পত্ৰ এই নিৰ্দেশনা জাৰি হৈছে।

কোভিড১৯ প্ৰটক’ল আৰু সামাজিক ব্যৱধান মানি নচলাৰ বাবে কোভিড১৯ সংক্ৰমণৰ বৃদ্ধি ঘটাৰ ফলত বেলতলা সাপ্তাহিক আৰু দৈনিক বজাৰ তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ আজিৰ পৰা পৰৱৰ্তী নিৰ্দেশনা ঘোষণা নকৰা পৰ্যন্ত বন্ধ থাকিব।

কোনো লোকে এই নিৰ্দেশনা উলংঘন বা অৱমাননা কৰিলে দুৰ্যোগ ব্যৱস্থাপনা আইন ২০২০ৰ অধীনত আইনী ব্যৱস্থা লোৱা হ’ব বুলি নিৰ্দেশনাটোক কোৱা হৈছে।

Recent News

Budget 2023

নিৰ্বাচন উপলক্ষ্যে চমৎকাৰী বাজেট! মধ্যবিত্তক কৰ ৰেহাই সীতাৰমণৰ!

Man rape girlfriend daughter

ধিক্ মানৱতা! প্ৰেয়সীৰ তিনি বছৰীয়া কন্যাক ধৰ্ষণ কৰি হত্যা যুৱকৰ

Budget 2023

সন্মুখত নিৰ্বাচন! সংসদত ‘অমৃত কালৰ প্ৰথমখন বাজেট’ দাখিল বিত্তমন্ত্ৰী সীতাৰমণৰ

Manmohan Singh

ব্ৰিটেইনত জীৱনজোৰা সাধনাৰ সন্মানেৰে সন্মানিত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd