• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৱাহাটীৰ পথত জৰিমনাৰ বৰষুণ

মটৰ বাহন আইন ২০১৯ উলংঘা ৰোধ অভিযানত পথত নামিছে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 25, 2019 6:40 pm
Kamrup (M) district transport department Motor Vehicles Act 2019

গুৱাহাটীৰ পথত শুকুৰবাৰে পৰিবহণ বিভাগৰ অভিযানৰ ছবি। নৰ্থইষ্ট নাও।

1.5k
VIEWS
Share on FacebookShare on Twitter

শীতৰ বতৰা লৈ নমা নেৰানেপেৰা বৰষুণৰ মাজত কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে শুকুৰবাৰে গুৱাহাটীৰ ৰাজপথত চলোৱা অভিযানত জৰিমনাৰ অতৰ্কিত উত্তাপৰ সন্মুখীন হয় নিয়ম ভংগকাৰী যান-চালক।

সমগ্ৰ দেশজুৰি বলবৎ হোৱা মটৰ বাহন আইন, ২০১৯ সন্দৰ্ভত এতিয়াও সজাগ হোৱা নাই গুৱাহাটী মহানগৰৰ কিছুসংখ্যক লোক।

অভিযানটোত বিভাগে হেলমেট পৰিধান নকৰা, ছীট বেল্ট পৰিধান নকৰা তথা উপযুক্ত নথি-পত্ৰ লগত নৰখা বহু লোকক জৰিমনা ভৰোৱায়।

গুৱাহাটীৰ জয়ানগৰ চাৰিআলিত জিলা পৰিবহণ বিষয়া বাপন কলিতাৰ নেতৃত্বত পুৱাৰ ভাগত চলোৱা অভিযানত জব্দ হ’ল বহুকেইখন বাহনৰ নথি-পত্ৰ আৰু বহুকেইখন বাহনৰ গৰাকীৰ বিৰুদ্ধে ৰুজু হ’ল গোচৰ।

ইপিনে, বহুকেইগৰাকী স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকে বিনা হেলমেটেৰে বাইক চলাই আহিছিল। পৰিবহন বিভাগে চলোৱা অভিযানত তেওঁলোকো সাৰি নগ’ল।

মহানগৰ জিলা পৰিবহন বিভাগে চলোৱা অভিযানকালত মুঠ ১২ খন বাহনৰ নথি-পত্ৰ জব্দ কৰে বুলি নৰ্থ ইষ্ট নাওৰ সাংবাদিকক জিলা পৰিবহণ বিষয়া বাপন কলিতাই জানিবলৈ দিয়ে। সেই বাহনকেইখনৰ গৰাকীৰ বিৰুদ্ধে গোচৰো ৰুজু কৰিছে পৰিবহণ বিভাগে।

উক্ত অভিযান কালত প্ৰায় ৬০০০ টকাৰ জৰিমনা বিহে জিলা পৰিবহণ বিভাগে।

আনহাতে, অনাগত দিনসমূহতো অতৰ্কিতে মহানগৰীৰ ভিন্ন প্ৰান্তত জিলা পৰিবহণ বিভাগে অভিযান চলাব বুলি জানিবলৈ দি কলিতাই সকলো আৰোহীকে সজাগতা অৱলম্বন কৰি যান-বাহন আইন মানি চলিবলৈ আহ্বান জনায়।

Recent News

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

বুলড’জাৰৰ সন্মুখত এখন ধূলিৰ দেৱাল

বুলড’জাৰৰ সন্মুখত এখন ধূলিৰ দেৱাল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd