• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মহানগৰীত ঘৰে ঘৰে ক’ভিড পৰীক্ষা অভিযান; পৰীক্ষাৰ সংখ্যা বৃদ্ধিত গুৰুত্ব আৰোপ উপায়ুক্তৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 21, 2021 7:51 am
Kamrup covid test door to door

ফটো সৌজন্য: এনএইচএম টুইটাৰ।

346
VIEWS
Share on FacebookShare on Twitter

ক’ভিড সংক্ৰমণ প্ৰাৰম্ভিক পৰ্যায়তে ধৰা পেলোৱাৰ বাবে পৰীক্ষাৰ সংখ্যা বৃদ্ধি  কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে কামৰূপ মহানগৰৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে।

এই ক্ষেত্ৰত সজাগতা বৃদ্ধিৰ বাবে বিভিন্ন উদ্ভাৱনমূলক উপায় গ্ৰহণ কৰিবলৈ তেওঁ পৰামৰ্শ দিয়ে৷

কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য সমিতিৰ দ্বাৰা মহানগৰীত অব্যাহত থকা ক’ভিড পৰীক্ষা অভিযানৰ পৰ্যালোচনাৰ বাবে বৃহস্পতিবাৰে অনুষ্ঠিত বৈঠকত এই নিৰ্দেশ দিয়ে উপায়ুক্তগৰাকীয়ে৷

জিলা উপায়ুক্ত গৰাকীৰ নিৰ্দেশমৰ্মে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, কামৰূপ মহানগৰে জিলাখনৰ ক’ভিড পৰীক্ষা অভিযান ৰূপায়ন কৰিছে৷

ইতিমধ্যে মাইকযোগে প্ৰচাৰ আৰু ঘৰে ঘৰে প্ৰচাৰ পত্ৰিকা বিতৰণৰ লগতে  ক’ভিড পৰীক্ষণ কেন্দ্ৰসমূহেও ৬৬টা পৰীক্ষা কেন্দ্ৰৰ তালিকা আৰু গৃহ আছুতীয়াকৰণৰ বিষয়ে প্ৰচাৰ পত্ৰিকাৰ দ্বাৰা ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে ব্যৱস্থা লৈছে৷

এই অভিযানত গুৱাহাটী পৌৰ নিগম পৰিসীমাৰ ভিতৰত পৰা সকলো এপাৰ্টমেণ্ট, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, সংবাদ মাধ্যমৰ কাৰ্যালয়, NGO, শ্বপিং মল আদি সামৰি লোৱা হৈছে৷

ইতিমধ্যে এই অভিযানৰ যথেষ্ট সুফল পোৱাৰ লগতে বিগত কেইটামান দিনত মহানগৰীত সংক্ৰমণৰ হাৰ কিছু হ্ৰাস পোৱা বুলি কোৱা হৈছে।

এই কথালৈ লক্ষ্য ৰাখি অনাগত দিনসমূহত এই অভিযান আৰু তীব্ৰতৰ কৰি তোলাৰ সিদ্ধান্ত লৈছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে ৷

এতিয়াৰে পৰা ৫০বছৰ বয়সৰ উৰ্ধৰ কোনো ব্যক্তিকে এতিয়াৰে পৰা গৃহ আছুতীয়াকৰণ (Home isolation) গ্ৰহণৰ সুবিধা দিয়া নহ’ব৷ বয়োজ্যেষ্ঠ সকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোক ক’ভিড চিনাক্ত হোৱাৰ পাছতে চিকিৎসালয়লৈ প্ৰেৰণ কৰিবলৈ উপায়ুক্ত গৰাকীয়ে স্বাস্থ্য বিভাগক নিৰ্দেশ দিছে।

বৃহস্পতিবাৰে মহানগৰৰ বিভিন্ন স্থানত মুঠ ১৩,৯৪১ জনৰ নমুনা পৰীক্ষা কৰা হয়৷ এই পৰীক্ষাত মুঠ ১,১৯৭ জন ক’ভিড পজিটিভ ৰোগী চিনাক্ত হয়।

Tags: COVID-19

Recent News

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd