• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

লকডাউন: মোবাইল ভানেৰে শাক-পাচলি যোগান ধৰিব কামৰূপ (মেট্ৰ’) জিলা প্ৰশাসনে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 28, 2020 1:26 pm

1 min read

Vegetable-market-1140x570

প্ৰতিনিধিত্বমূলক ফটো।

3.8k
VIEWS
Share on FacebookShare on Twitter

কামৰূপ (মেট্ৰ’) জিলাৰ জনসাধাৰণৰ সুবিধাৰ বাবে প্ৰশাসনে প্ৰতি এদিনৰ মূৰে মূৰে মোবাইল ভানেৰে শাক-পাচলি যোগান ধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

শুকুৰবাৰে শাক-পাচলি ক্ৰয় কৰিবলৈ লোকসকলে লকডাউন অমান্য কৰি তথা সামাজিক দূৰত্ব বজাই ৰখাৰ নিয়ম ভংগ কৰি পাচলি বজাৰলৈ ওলাই অহাৰ পাছত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

ইয়াত পাচলি ক্ৰয় কৰিব পৰা কেন্দ্ৰসমূহ দিয়া হৈছে

Story-3-11-1140x547

শুকুৰবাৰৰ বিশৃংখল পৰিস্থিতিৰ পাছত জিলা প্ৰশাসনে গোটেই অসমতে পাচলি বজাৰসমূহ বন্ধ কৰি দিয়াৰ সিদ্ধান্ত লয়।

বৃহস্পতিবাৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছিল যে লকডাউনৰ সময়ছোৱাত গেলামালৰ দোকান, মাছ, মাংস, ফলমূলৰ দোকান তথা পাচলিৰ বজাৰ খোলা থাকিব।

নিৰ্দেশনা অনুসৰি, মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই শুকুৰবাৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰ্যাপ্ততাৰ ওপৰত নতুন নিৰ্দেশনা জাৰি কৰিছিল।

চৰকাৰৰ নিৰ্দেশনাৰ পাছত গুৱাহাটীৰ পাচলিৰ বজাৰত বৃহৎ ভিৰ পৰিলক্ষিত হয় য’ত সামাজিক দূৰত্ব বজাই ৰখা দেখা নগ’ল।

Recent News

a russi image

প্রথমবাৰৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে টেলিফোনিক বাৰ্তালাপ মাৰ্কিন ৰাষ্ট্ৰপতি বিদেনৰ

Tirap

লাইকা-দধিয়া বাসীক পাহাৰপুৰ আৰু নামফাইত পুনঃ সংস্থাপনৰ বিৰোধিতা টিৰাপবাসীৰ

a himu

“বদৰউদ্দিন আজমল কংগ্ৰেছ, এ জে পি, ৰাইজৰ দলৰ ত্ৰাণকৰ্তা”: হিমন্ত বিশ্ব শৰ্মা

Ulfa

অৰুণাচল প্ৰদেশৰ ভাৰত-ম্যানমাৰ সীমান্তত ভাৰতীয় সেনাৰ জালত পৰিল আলফা (স্বা)ৰ ৩ কেডাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd