• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মহানগৰীৰ তৰুণ নগৰক কনটেইনমেন্ট জ’ন ঘোষণা মহানগৰ জিলা প্ৰশাসনৰ

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , May 24, 2020 6:41 am

1 min read

Two areas declared containment zone in Biswanath Chariali

প্ৰতীকী ছবি।

2.3k
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীৰ তৰুণ নগৰৰ দীনেশ ওজা পথত কনটেইনমেণ্ট জ’ন ঘোষণা কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ।

আজি পুৱা প্ৰায় ১১ বজাত কামৰূপ মহানগৰ জিলা প্ৰশাসনে পথটো কনটেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰে।

দীনেশ ওজা পথৰ এটা ঘৰত থকা এজন ভাৰাতীয়া লোক ক’ৰ’নাত আক্ৰান্ত হোৱাৰ খবৰ পোহৰলৈ অহাৰ পিছতে মহানগৰ জিলা প্ৰশাসনে এই সিদ্ধান্ত ঘোষণা কৰে।

উক্ত আক্ৰান্ত লোকজন হিন্দুস্তানী কেন্দ্ৰীয় বিদ্যালয়ৰ সমীপৰ এঘৰৰ ভাৰাতীয়া বুলি সূত্ৰত প্ৰকাশ।

কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ স্বাক্ষৰিত জাননীত উল্লেখ কৰা হৈছে যে, ক’ৰ’না প্ৰতিৰোধৰ বাবে উক্ত এলেকাটো কনটেইনমেন্ট এলেকাৰূপে ঘোষণা কৰা হৈছে।

পথটো কনটেইনমেন্ট জ’নৰূপে ঘোষণা কৰাৰ ফলত পথটোত অত্যাৱশ্যকীয় সকলো সামগ্ৰী, জুৰুৰী সেৱাকালীন সেৱাসমূহ জিলা প্ৰশাসনে প্ৰদান কৰিব।

উল্লেখ্য যে, মহানগৰীৰ নুনমাতি গোপাল নগৰৰ ভূপেন হাজৰিকা পথ, ৰুক্মিণী নগৰ জিৰণী পথ, ফাঁচি বজাৰৰ আলোপট্টি, কুমাৰপাৰা, ফটাশিলৰ জি এছ কলনি, পাণবজাৰ ৰে’লৱে কলনি, দঁতালপাৰা আদি এলেকাত ইতিমধ্যে কনটেইনমেন্ট জ’ন হিচাপে জিলা প্ৰশাসনে ঘোষণা কৰিছে।

আনহাতে আঠগাঁও কবৰস্থান, আঞ্চলিক দন্ত মহাবিদ্যালয়ৰ ছোৱালী আৱাস, চানমাৰি অমিয় নগৰ, বি বৰুৱা ককৰ্ট প্ৰতিষ্ঠানৰ আৱাসিক এলেকা আদিৰ পৰা ইতিমধ্যে কনটেইনমেন্ট জ’ন উঠাই লৈছে মহানগৰ জিলা প্ৰশাসনে।

Tags: COVID-19

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd