DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

যি কৈছো সেয়া প্ৰমাণ কৰিব নোৱাৰিলে ঘুৰাই দিম পদ্মশ্ৰী! কিয় ক’লে কংগনা ৰানাৱটে?

এন ই নাও নিউজ by এন ই নাও নিউজ
July 19, 2020 11:33 am
kangana Ranawat

কংগনা ৰানাৱট।

27k
VIEWS
Share on FacebookShare on Twitter

অভিনেত্ৰী কংগনা ৰানাৱটৰ এক বিস্ফৰোক মন্তব্য পুনৰ চৰ্চাৰ বিষয় হৈ পৰিছে।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত দিয়া এক সাক্ষাৎকাৰত কংগনাই বলীউদৰ কেইবাগৰাকীও খ্যাতনামা ব্যক্তি তথা অভিনেতা-অভিনেত্ৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰে।

অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুক লৈ বলীউদত নেপ’টিজমক লৈ পুনৰ মুখ খুলিছে কংগনাই।

কংগনাই কৈছে,’’ মোৰ কথা শুনি বহুতেই কয় বা মোক পাগল বুলি ভাবে, তাত মোৰ একো আহে-নাযায়। কিন্তু এটা কথা মনত ৰাখিব সুশান্তৰ মৃত্যুক লৈ মই যিবোৰ কৈছো সেয়া প্ৰমাণ কৰিব নোৱাৰিলে পদ্মশ্ৰী ঘুৰাই দিম।‘’

বলীউদৰ প্ৰতিভাৱান অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনাক লৈ নিৰন্তৰ সৰৱ হৈ পৰিছে কংগনা ৰানাৱট।

সুশান্তৰ মৃত্যুৰ বাবে তেওঁ বাৰে বাৰে বলীউদৰ খ্যাতনামা পৰিচালক, অভিনেতা-অভিনেত্ৰীক জগৰীয়া কৰি আহিছে।

কংগনাই মহেশ ভাট, কৰণ জোহৰ, আলিয়া ভাট, ৰণবীৰ কাপুৰ, আদিত্য চোপ্ৰা আনকি চলচ্চিত্ৰ সমালোচক ৰাজীৱ মাছান্দৰ বিৰুদ্ধেও মুখ খুলিছে।

এইবাৰৰ সাক্ষাৎকাৰতো তেওঁলোকৰ বিৰুদ্ধে পুনৰ সেই অভিযোগ দোহাৰিছে। কংগনাই মুম্বাই আৰক্ষীকো আক্ৰমণ কৰিবলৈ বাদ দিয়া নাই।

অভিনেত্ৰীগৰাকীয়ে সাক্ষাৎকাৰটোত কৈছে,’’মুম্বাই আৰক্ষীয়ে কিয় মহেশ ভাট আৰু আদিত্য চোপ্ৰাক জেৰাৰ বাবে মাতি পঠিওৱা নাই? তেওঁলোকেতো মোক চমন কৰিছিল, মই কৈছিলো যে মি মানালিত আছো। কোনোবাই বিচাৰিলে আহি মোৰ ভাষ্য লিপিবদ্ধ কৰি নিব পাৰে।‘’

বলীউদত নেপ’টিজমক লৈ মাত মাতি অহা কংগনা ৰানাৱটে সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ পাছত এই বিষয়ত অধিক সৰৱ হৈ পৰিছে।

Recent News

ডুবি যোৱা শিশুৰ মৃতদেহ ঘূৰাই দিলে কুম্ভীৰে! দেখি চকু কপালত উঠিল উদ্ধাৰকাৰীৰ

ডুবি যোৱা শিশুৰ মৃতদেহ ঘূৰাই দিলে কুম্ভীৰে! দেখি চকু কপালত উঠিল উদ্ধাৰকাৰীৰ

ইউক্ৰেইনত পুনৰ ৰাছিয়াৰ মিছাইল আক্ৰমণ; নিহত কমেও ১১ জন

ইউক্ৰেইনত পুনৰ ৰাছিয়াৰ মিছাইল আক্ৰমণ; নিহত কমেও ১১ জন

ফিটনেছৰ প্ৰমাণ! প্ৰত্যাৱৰ্তন কৰিয়েই এটা ইনিংছত ৭ উইকেট জাডেজাৰ

ফিটনেছৰ প্ৰমাণ! প্ৰত্যাৱৰ্তন কৰিয়েই এটা ইনিংছত ৭ উইকেট জাডেজাৰ

Sanjay Dutt

প্ৰিয় অভিনেতালৈ মৰমৰ চিন! সঞ্জয় দত্তৰ নামত অনুৰাগী মহিলাই উইল কৰি গ’ল ৭২ কোটি টকাৰ সম্পত্তি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd